• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

ডায়েট কৰিও কমা নাই নেকি ওজন? তেন্তে জানি লওক এই কেইটা দৰকাৰী কথা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 8, 2024 12:31 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিকালি সকলোৱে শৰীৰৰ অতিৰিক্ত চৰ্বী বা ওজনৰ বাবে অতিশয় চিন্তিত হৈ পৰে। ওজন আৰু চৰ্বী কমাবলৈ বিভিন্ন চেষ্টা কৰা হয়। কাৰণ মেদবহুলতাই কেৱল ব্যক্তিত্ব আৰু আত্মবিশ্বাসত প্ৰভাৱ পেলোৱাই নহয়, ই স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক। মেদবহুলতাৰ ফলত ডায়েবেটিছ আৰু উচ্চ কলেষ্টেৰল আদি ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। গতিকে শৰীৰৰ অতিৰিক্ত ওজন কমাটো ব্যক্তিত্বৰ লগতে স্বাস্থ্যৰ বাবেও গুৰুত্বপূৰ্ণ।

বহুতে শৰীৰৰ ওজন কমাবলৈ ব্যায়ামৰ লগতে ডায়েট কৰে। কিন্তু তেতিয়াও আশানুৰূপ ফল লাভ নকৰে। ফলত বহুতে হতাশ হৈ পৰে।

Apply Now

আপুনি জানেনে যে আমাৰ কিছুমান অভ্যাস শৰীৰৰ ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত বাধা হৈ পৰে?

১) পুৱা একো নোখোৱাকৈ থকা : বহুতে পুৱাৰ আহাৰ বা ব্ৰেকফাষ্ট গ্ৰহণ নকৰাকই থাকে। কিন্তু ব্ৰেকফাষ্টে গোটেই দিনটোৰ বাবে শক্তি প্ৰদান কৰে। তাৰোপৰি ব্ৰেকফাষ্ট নকৰিলে গোটেই দিনটো ভোক অনুভৱ হয়, যাৰ ফলস্বৰূপে আপুনি ইচ্ছা নকৰিলেও অতিমাত্ৰা খাদ্য গ্ৰহণ কৰিব লগা হয়। ফলত শৰীৰৰ ওজন বৃদ্ধি পায়। গতিকে ব্ৰেকফাষ্ট অতি প্ৰয়োজনীয়। ব্ৰেকফাষ্টত আপুনি প্ৰটিন সমৃদ্ধ খাদ্য যেনে অটছ, পোহা আদি খাদ্য খাব পাৰে।

২) গভীৰ নিশা খাদ্য খোৱা : বহু লোক অফিচৰ পৰা পলমকৈ ঘৰলৈ যায়। ফলত ৰাতিৰ আহাৰ গ্ৰহণ কৰোতে পলম হৈ যায়। আৰু বেছিভাগেই ৰাতিৰ আহাৰ খোৱাৰ পিছত শুই থাকে। যাৰ বাবে ওজন বৃদ্ধি হয়। সন্ধিয়া ৭-৮ বজাৰ ভিতৰত আমি ৰাতিৰ আহাৰ খাব লাগে আৰু ৰাতিৰ আহাৰ খোৱাৰ পিছত কমেও ১৫-২০ মিনিট খোজ কাঢ়িব লাগে। তেতিয়া বিপাকীয় ক্ৰিয়া ভাল হ’ব আৰু মেদবহুলতাৰ সমস্যাও কমি যাব।

৩) শাৰীৰিক ক্ৰিয়া-কলাপৰ অভাৱ : আজিকালি বেছিভাগ মানুহেই গোটেই দিনটো একে ঠাইতে বহি কাম কৰে আৰু কোনো ধৰণৰ শাৰীৰিক ক্ৰিয়া-কলাপ নকৰে। ফলত ওজন বৃদ্ধিকে ধৰি বিভিন্ন শাৰীৰিক সমস্যা দেখা যায়। গতিকে ফিট হৈ থাকিবলৈ প্ৰতিদিনে কমেও ৩০ মিনিট ব্যায়াম কৰিব লাগে। লগতে অফিচত কাম কৰি থাকোঁতে কিছু বিৰতি লৈ খোজ কাঢ়িব লাগে।

৪) বাহিৰৰ খাদ্য বেছিকৈ খোৱা : গোটেই সপ্তাহটো ডায়েটত থাকিলেও বহুতে সপ্তাহৰ এটা দিনত হ’লেও বাহিৰৰ খাদ্য গ্ৰহণ কৰে। ই ওজন বৃদ্ধিত সহায় কৰে।

৫) শৰীৰৰ ওজন নিয়মিতভাৱে পৰীক্ষা নকৰা : বহু লোকে নিয়মিতভাৱে শৰীৰৰ ওজন জুখিব নোৱাৰে। ফলত তেওঁলোকে ওজন বাঢ়িছে নে কমিছে সেই সম্পৰ্কে সঠিক তথ্য নাপায়। যদি আপুনি নিয়মিতভাৱে শৰীৰৰ ওজন পৰীক্ষা কৰে তেন্তে ই আপোনাক ওজন কমাবলৈ প্ৰেৰণা যোগাব।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd