• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিবন্ধীৰ পেঞ্চন আঁচনিৰ ধন মে’ মাহৰ ভিতৰত মোকলাই দিয়াৰ দাবীৰে মুখ্যমন্ত্ৰী-সমাজ কল্যাণ মন্ত্ৰীলৈ স্মাৰক পত্ৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 19, 2021 5:30 pm
difff
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ নতুনকৈ শাসনভাৰ লোৱা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰক ধন্যবাদ জনোৱাৰ লগতে চৰকাৰ খনে আগন্তুক দিনত প্ৰতিবন্ধীৰ হকে কাম কৰিবলৈ আহ্বান জনাইছে প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসমে ৷
সংগঠনটোৱে প্ৰতিবন্ধীৰ বাবে অনাদায় হৈ থকা পেঞ্চনৰ ধন মুকলি কৰি দিবলৈ দাবী জনাইছে ৷
উল্লেখ্য যে ৰাজ্যৰ প্ৰতিবন্ধী সকলক চৰকাৰৰ তৰফৰ পৰা মাহেকত ১হাজাৰ টকাকৈ প্ৰদান কৰে যদিও বিগত জানুৱাৰী মাহৰ পৰা এই ধনৰাশি পোৱা নাই, ফলত অসুবিধাৰ সম্মূখীন হৈছে প্ৰতিবন্ধী সকলে ৷

প্ৰতিমাহে এই ধনৰাশি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে যদিও সেয়া লেহেমীয়া হোৱা পৰিলক্ষিত হৈছে বুলি উল্লেখ কৰি সংস্থাৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে কয় ‘শেহতীয়াকৈ আমি সংস্হাই বিগত ২৮এপ্ৰিলত উজানবজাৰস্হিত সঞ্চালকালয়ৰ কাৰ্যলয়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰাৰ পিছত অক্টোবৰ, নবেম্বৰ আৰু ডিছেম্বৰৰ ধনৰাশি মোকলাই দিছে যদিও আজিপৰ্য্যন্ত বিগত জানুৱাৰীৰ পৰা এই ধন ৰাখি লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ ‘

Apply Now

তেওঁ লগতে কয় যে যিহেতু বিভাগটোত নতুনকৈ মন্ত্ৰী অজন্তা নেওগে দায়িত্বভাৰ গ্ৰহন কৰিছে আৰু অসম আৰু অসমীয়াক ভালপোৱা গতিশীল ব্যক্তিয়ে মূখ্যমন্ত্ৰীত্বৰ দায়িত্ব লৈছে, গতিকে তেখেত সকলৰ ওপৰত বিশ্বাস ৰাখি আজি প্ৰতিবন্ধীৰ সমস্যা সমাধানৰ বাবে স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

স্মাৰকপত্ৰত উল্লেখ কৰা ধৰণে অনাদায় হৈ থকা পেঞ্চনৰ ধনৰাশি আৰু ২০২০ বৰ্ষতে হিতাধিকাৰী নিৰ্বাচিত কৰি থোৱা প্ৰায় ২০ হাজাৰ নতুন হিতাধিকাৰীক ৩১ মে’ৰ ভিতৰত আদায় দিবলৈ আহ্বান জনাইছে৷

লগতে বিগত বৰ্ষতে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে ঘোষণা কৰা তিনিহাজাৰ টকাটো আদায় দিবলৈ চৰকাৰখনক আহ্বান জনাই মালাকাৰে আৰু কয় ‘যাতে এই মহামাৰীৰ সময়ত প্ৰতিবন্ধী ব্যক্তিসকল কিছু পৰিমাণে হলেও আৰ্থিকভাৱে সকাহ পায়৷ অন্যহাতে, আজি সংগঠনটোৱে প্ৰতিবন্ধী সকল যাতে কোভিড মহামাৰীৰ লগত মোকাবিলা কৰিব পাৰে তাৰবাবে বিশেষ এক প্ৰক্ৰিয়াৰ যোগেদি ১৮বছৰৰ ওপৰৰ সকলো প্ৰতিবন্ধী ব্যক্তিকে সুচলভাৱে ভেকচিন প্ৰদান কৰিবৰ বাবে মূখ্যমন্ত্ৰীলৈ অন্য এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে৷’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd