• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কমলপুৰত সত্যব্ৰত কলিতাক ক্ষমা খুজি তৎ পোৱা নাই বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাই, কিন্তু কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 15, 2021 10:30 am
a Satya 123 copy
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কমলপুৰত এতিয়া চলিছে ক্ষমা খোজাৰ ৰাজনীতি।

ক্ষমা খোজাৰ ক্ষেত্ৰত পিছ পৰা নহয় এইবাৰ কমলপুৰ সমষ্টিত বিজেপিৰ টিকট লাভ কৰা দিগন্ত কলিতাও।

Apply Now

সৌসিদিনালৈ সমষ্টিটোৰ বৰ্তমানৰ অগপ বিধায়ক সত্যব্ৰত কলিতাক কুকুৰে কাঁইট নোখোৱাকৈ গালি পাৰি থকা দিগন্ত কলিতাৰ মনত শেহতীয়াকৈ ‘অনুশোচনা’ হৈছে।

অগপই এইবাৰ কমলপুৰ সমষ্টিত সত্যব্ৰত কলিতাক টিকটৰ পৰা বঞ্চিত কৰি বিজেপিৰ প্ৰাৰ্থীৰ বাবে সমষ্টিটো এৰি দিয়াৰ পিছতে অগপ ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল সত্যব্ৰতে।

ইয়াৰ পিছতে তেওঁ কংগ্ৰেছমুখী হ’ব বুলিও চৰ্চা হৈছিল। সত্যব্ৰত কলিতাই কংগ্ৰেছত যোগদান কৰি কমলপুৰ সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী হিচাবে নিৰ্বাচনত অংশ ল’ব বুলি কথা ওলোৱাৰ পিছতে শংকিত হৈ পৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ বুলি পৰিচিত বিজেপি প্ৰাৰ্থী দিগন্ত কলিতা।

দিকবিদিক হেৰুৱাই পেলাই দিগন্ত কলিতাই কংগ্ৰেছৰ সাম্ভাব্য প্ৰাৰ্থী হিচাবে চৰ্চিত হোৱা সত্যব্ৰত কলিতাক অতি বেয়াকৈ সমালোচনা কৰিছিল। ইয়াৰ মাজতে কংগ্ৰেছে কমলপুৰ সমষ্টিত কিশোৰ কুমাৰ ভট্টাচাৰ্যক টিকট প্ৰদানৰ পিছতে ভুল ভাগিল দিগন্ত কলিতাৰ।

সেইবাবেই ইমান দিনে সত্যব্ৰত কলিতাক পাৰি অহা গালিৰ বাবে তেওঁ আজি অনুতপ্ত। সত্যব্ৰত কলিতাক লগতলৈ সেয়ে দিগন্তই সংবাদমাধ্যমৰ আগত ক’লে যে তেওঁ যি কৈছিল তাৰ বাবে তেওঁ ক্ষমা প্ৰাৰ্থী।

সত্যব্ৰত কলিতাৰ সৈতে ককায়েক-ভায়েকৰ সম্পৰ্ক থকা বুলি উল্লেখ কৰি দিগন্ত কলিতাই  সত্যব্ৰতৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰে। দিগন্ত কলিতাই লগতে কয় যে  দাদা অৰ্থাৎ  হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও তেওঁ বিষয়টো আলোচনা কৰিছে আৰু দাদায়ো তেওঁক সত্যব্ৰতক প্ৰয়োজন হ’লে ভৰিত ধৰি ক্ষমা খোজাৰ পৰামৰ্শ দিছে।

উল্লেখ্য সত্যব্ৰত কলিতাৰ সহযোগিতা অবিহনে হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ থাকিলেও কমলপুৰ সমষ্টিত দিগন্ত কলিতাৰ বাবে বিজয় সাৱস্ত্য কৰাটো সহজ কথা নহ’ব।

সেয়া উপলব্ধি কৰিয়েই দিগন্ত কলিতাৰ মনত ক্ষমা খোজাৰ প্ৰৱণতা তীব্ৰতৰ হৈ পৰা বুলি বিভিন্ন মহলত আলোচনা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm
জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

September 28, 2026 5:15 pm
ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

September 28, 2026 4:26 pm
দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm
জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

September 28, 2026 5:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd