• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Digital parenting, not policing: শিশুৰ অনলাইন অধিকাৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনাচক্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 7, 2025 2:56 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৭ এপ্ৰিলত ভাৰতত প্ৰথম বাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত “ইনফেন্টিয়া”ত অনলাইনযোগে অনুষ্ঠিত হয় শিশুৰ ইণ্টাৰনেট অধিকাৰ সন্দৰ্ভত এক বিশেষ আলোচনাচক্ৰ। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমৰ আৰক্ষীসঞ্চালক প্ৰধান হৰমীত সিঙে  ভাষণৰ সময়ত অনলাইনত শিশু সুৰক্ষাৰ বাবে সহযোগিতামূলক পন্থা গ্ৰহণৰ আহ্বান জনায়।

তেওঁ লগতে কয় যে এয়া ব্যৱস্থাৰ বিৰুদ্ধে যুঁজ নহয়, ই উন্নত সমাজ গঢ়াৰ বাবে সহযোগিতা কৰা। কেৱল এটা প্ৰতিষ্ঠান বা এটা গোট নহয় আমি সকলোৱে সলনি হোৱাটো প্ৰয়োজন বুলি মত প্ৰকাশ কৰে।

Apply Now

তেওঁ ২০১৭ চনত এজন যুৱ কৰ্মীয়ে আৰক্ষীৰ আচৰণক লৈ উদ্বেগ প্ৰকাশ কৰাৰ পিছত আৰম্ভ হোৱা শিশু মিত্ৰ কাৰ্যসূচীৰ বিষয়ে কয়। শিশুৰ সৈতে জড়িত গোচৰসমূহ আৰক্ষীক চম্ভালিবলৈ সহায় কৰা শিশু মিত্ৰ কেন্দ্ৰ ২০২১ চনত আনুষ্ঠানিকভাৱে গঢ় লৈ উঠিছিল। ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনলাইন সুৰক্ষাৰ প্ৰসাৰৰ বাবে নগৰিক মিত্ৰ নামৰ আন এক পদক্ষেপ আৰম্ভ কৰে।

অসম আৰক্ষী সঞ্চালক প্ৰধান সিঙে অনলাইন প্লেটফৰ্মত শ্বেয়াৰ কৰা সন্দৰ্ভত সকীয়াই দি কয় অভিভাৱকে নিজৰ সন্তানৰ বিষয়ে তথ্য অনলাইনত শ্বেয়াৰ কৰে যিটো বৰ্তমান ডিজিটেল আচৰণৰ “আইনা” হিচাপে পৰিগণিত হৈছে।

তেওঁ ক’ভিড মহামাৰীয়ে কিদৰে প্ৰযুক্তিৰ সৈতে শিশুৰ সম্পৰ্ক সলনি কৰিলে তাৰ ওপৰত আলোকপাত কৰই কয় যে মহামাৰীৰ পাছত প্ৰাপ্তবয়স্কসকল স্বাভাৱিক জীৱনলৈ ঘূৰি আহিছিল যদিও শিশুসকল অনলাইন হৈয়েই থাকিল।

দায়িত্বশীল ইণ্টাৰনেট ব্যৱহাৰৰ পাঠদানৰ পৰিৱৰ্তে ছ’চিয়েল মিডিয়াত নিষেধাজ্ঞা আৰোপ কৰা বিদ্যালয়সমূহক সমালোচনা কৰে। সিঙে যুক্তি দিছিল, মই বিচাৰো যে তেওঁলোকৰ অস্তিত্ব ডিজিটেল জগতত হওক। কাৰণ তাতেই তেওঁলোকৰ প্ৰজন্মটো ডাঙৰ হৈ আহিছে, আপোনাৰ নীতি ইণ্টাৰনেট নিষিদ্ধ কৰাৰ বিষয়ে হ’ব নালাগে। ইয়াক কেনেকৈ দায়িত্বশীলভাৱে ব্যৱহাৰ কৰিব লাগে সেইটোহে আপোনাৰ বিষয়ে হ’ব লাগে।

সিঙে চাইবাৰ গ্ৰুমিং, সমস্যাজনক ইণ্টাৰনেট ব্যৱহাৰ আৰু এণ্ড্ৰু টেটৰ দৰে ক্ষতিকাৰক প্ৰভাৱশালী ব্যক্তিক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ সকীয়াই দিছিল, যদি আপোনাৰ সন্তানে এনে প্ৰভাৱশালী লোকক অনুসৰণ কৰে তেন্তে সাৱধান হওক।

হুইটনী হিউষ্টনৰ “গ্ৰেটেষ্ট লাভ অৱ অল”ৰ উদ্ধৃতি দি কয় যে  শিশুৱে আমাৰ ভৱিষ্যতক প্ৰতিনিধিত্ব কৰে সেয়ে ভৌতিক আৰু ডিজিটেল উভয় জগততে শিশু সঠিকভাৱে পৰিচালিত হ’ব লাগে।

অভিভাৱকসকলক সন্তানৰ গোপনীয়তা উলংঘা কৰাৰ পৰিৱৰ্তে সন্তানৰ সৈতে মুকলি যোগাযোগ গঢ়ি তুলিবলৈ উৎসাহিত কৰি কয় যে যদি আপোনাৰ শিশুৰ সৈতে মুকলি যোগাযোগ থাকে, তেন্তে আপোনাৰ সন্তানে নিজে  সকলো কথা খুলি কব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

September 21, 2026 3:00 pm
মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

September 21, 2026 3:00 pm
মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd