DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কংগ্ৰেছে ধাৰা ৩৭০ প্ৰত্যাহাৰৰ সিদ্ধান্ত পুনৰ্বিবেচনা কৰিব; দ্বিগ্বীজয় সিঙৰ মন্তব্যত আক্ৰমণাত্মক বিজেপি

এন ই নাও নিউজ by এন ই নাও নিউজ
June 13, 2021 7:55 am
images

দ্বিগ্বীজয় সিং।

304
VIEWS
Share on FacebookShare on Twitter

সংবিধানৰ ধাৰা ৩৭০ প্ৰত্যাহাৰ অতি দুৰ্ভাগ্যজনক সিদ্ধান্ত আৰু কংগ্ৰেছ ক্ষমতালৈ আহিলে বিষয়টো পুনৰ্বিবেচনা কৰিব বুলি ক্লাবহাউছৰ বাৰ্তালাপত কংগ্ৰেছ নেতা দ্বিগ্বীজয় সিঙে কৰা মন্তব্যৰ অডিঅ’ প্ৰকাশ পাইছে।

ইয়াকে লৈ কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰা বিজেপিৰ অভিযোগ যে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ভাৰতৰ বিৰুদ্ধে আৰু পাকিস্তানৰ সপক্ষে কথা কৈছে।

শনিবাৰে পুৱাই ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ক্লাবহাউছৰ সেই বাৰ্তালাপত দ্বিগ্বীজয় সিং নামৰ ব্যক্তি এজনে কোৱা শুনা গৈছিল, ‘’সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰৰ সময়ত কাশ্মীৰত গণতন্ত্ৰ নাছিল। তাত মানৱতা নাছিল, কিয়নো তেওঁলোকে (কেন্দ্ৰৰ বিজেপি চৰকাৰে) সকলোকে জেলত সোমাই দিছিল।‘’

লগতে কোৱা শুনা গৈছিল, ‘’কাশ্মীৰায়ৎ দৰাচলতে ধৰ্মনিৰপেক্ষতাৰ মৌলিক বিষয়। কিয়নো মুছলমান অধ্যুষিত ৰাজ্যত হিন্দু ৰজা আছিল আৰু দুয়োপক্ষই একেলগেই আছিল। কাশ্মীৰি পণ্ডিতসকলেতো কাশ্মীৰত চৰকাৰী চাকৰি সংৰক্ষণৰ সুবিধা পাইছিল। সেয়ে সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰ আৰু জম্মু-কাশ্মীৰৰ ৰাজ্যৰ মৰ্যাদা প্ৰত্যাহাৰ কৰা অতি দুৰ্ভাগ্যজনক সিদ্ধান্তষ কংগ্ৰেছে অৱশ্যেই বিষয়টো বিবেচনা কৰিব।‘’

এই বক্তৱ্যৰ বিষয়টো পোনপটীয়াকৈ অস্বীকাৰ নকৰিলেও বিজেপিক আক্ৰমণ কৰি দ্বিগ্বীজয় সিঙে কয় ‘’অশিক্ষিত লোকসকলে সম্ভৱত কৰা হ’ব আৰু বিবেচনা কৰা হ’বৰ পাৰ্থক্য বুজি নাপায়।‘’

ইয়াৰ পাছতে বিভিন্নজনে দ্বিগ্বীজয় সিঙে আওপকীয়াকৈ ক্লাবহাউছৰ বাৰ্তালাপৰ সময়ত তেওঁ আছিল আৰু তেওঁৱেই সেই মন্তব্য কৰাৰ কথা বুলি উভতি ধৰে।

বিজেপিৰ দাবী যে দ্বিগ্বীজয়ে পাকিস্তানৰ এজন সাংবাদিকক সেই কথা কৈছিল। বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰই গোটেই বিষয়টোত কংগ্ৰেছৰ অন্তৰ্ৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধী আৰু কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ পৰা স্পষ্টীকৰণ দাবী কৰিছে।

আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে কয়,’’কংগ্ৰেছৰ প্ৰথম পছন্দ হৈছে পাকিস্তান। দ্বিগ্বীজয় সিঙে ৰাহুল গান্ধীৰ বাৰ্তা পাকিস্তানক জনাই দিলে। দ্বিগ্বীজয়ে ৩৭০ ধাৰাক লৈ যি কৈছে, সেইটোকে লৈ পাকিস্তানে আন্তৰ্জাতিক মঞ্চত কথা কয়।‘’

Recent News

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Shankar Mishra

জামিন পালে শংকৰে: বিমানত মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰা শংকৰ মিশ্ৰক জামিন দিল্লী আদালতৰ

AASU

সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰতিষ্ঠাপক সভাপতিজন

Adani

টোপনি হৰিছে শান্তিলালৰ! হিণ্ডেনবাৰ্গ ধুমহাই বাহিৰ কৰি নিলে তালিকাৰ শীৰ্ষ দহৰ পৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd