• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কুমাৰীকাটা- মুছলপুৰ-জালাহ পথৰ টাইগাৰ দলং পৰিণত হৈছে মৰণফান্দলৈ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
June 18, 2021 5:34 pm
dog
248
VIEWS
Share on FacebookShare on Twitter

বাক্সাৰ কুমাৰীকাটা- মুছলপুৰ-জালাহ পথৰ টাইগাৰ দলং খনে জনসাধাৰণক খুৱাইছে জ্বলা কলা।

দলংত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত।

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কুমাৰীকাটা- মুছলপুৰ-জালাহ সংযোগী পথৰ কালানদীৰ ওপৰত থকা এখন পকী দলং।

দলং খনে এতিয়া ৰাইজক খুৱাইছে জ্বলা কলা ৷

সীমান্ত পথ নিৰ্মাণ সংস্থাই ২০০২ চনতে ১কোটি ৬৩ লাখ টকা ব্যয় কৰি “টাইগাৰ প্ৰকল্প” নাম দি দলং খন নিৰ্মাণ কৰি ৰাইজৰ কাৰণে মুকলি কৰি দিছিল ৷

নিৰ্মাণৰ কিছু বছৰ ঠিকে আছিল যদিও এতিয়া দলং খনৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈ বিধস্ত হৈছে দলং খন ৷

দলংখনৰ কেইবাঠাইতো বৃহৎ বৃহৎ প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে সদা ব্যস্ত দলংখন ৷

যাৰ বাবে সঘনাই সংঘটিত হয় দুৰ্ঘটনা।

আনকি বিদ্যালয়- মহাবিদ্যালয়লৈ অহা যোৱা কৰা ছাত্র-ছাত্ৰী দুৰ্ঘটনাত পতিত হৈ আহিছে।
মাজে মাজে দলংখন মেৰামতি কৰি চৰকাৰী ধনৰ অপচয় কৰে যদিও পুনৰ বাৰিষা আহিলেই বিধস্ত হৈ পৰে দলংখন।

দলংখনৰ দুৰৱস্থাৰ কাৰণে ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে৷

সেয়ে সময় থাকোতে কোটিটকীয়া পকী দলংখন অসম চৰকাৰ আৰু বিটিচি চৰকাৰে পুনৰ নিৰ্মাণ কৰি যাতায়তৰ সুচল ব্যৱস্থা কৰি দিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে৷

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd