• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিপজ্জনক অৱস্থা লিডু-বিচাগাওঁ সংযোগী ওলোমা দলং, ঘটিব পাৰে অঘটন

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
September 10, 2021 2:03 pm
br
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এখন দলং যিখন যিখন দলং পাৰহৈ চিংফৌ ৰজাৰ ৰাজ হাউলি পোৱা যায় ,তেনে এখন দলঙৰেই জৰাজীৰ্ণ অৱস্থাই জীয়াতু ভোগাইছে জনসাধাৰণক।

মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত লিডু-বিচাগাওঁ সংযোগী এখন ওলোমা দলং। প্ৰায় পঞ্চাছ খন গাঁৱৰ ৰাইজৰ সুচল যাতায়াত ব্যৱস্থাৰে উপকৃত হ’ব পৰাকৈ নিৰ্মাণ কৰা হৈছিল দলংখন।

Apply Now

২০০০ চনত সেই সময়ৰ বিধায়ক প্ৰদ্যুত বৰদলৈয়ে তেখেতৰ সমষ্টি উন্নয়ন পুঁজিৰে টিৰাপ নৈৰ ওপৰত লিডু-বিচাগাওঁ সংযোগী উক্ত দলংখন নিৰ্মাণ কৰি উলিয়াইছিল আৰু দলং খন শুভ উদ্ধোধন কৰিছিলে বিশিষ্ট সাহিত্যিক প্ৰয়াত সোমেন বুঢ়াগোহাইয়ে।
সেই সময়তে অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজে ওলোমা দলংখনৰ ঠাইত এখন স্থায়ী পকী দলং নিৰ্মাণ কৰাৰ বাবে বিধায়ক গৰাকীৰ লগতে চৰকাৰক আহ্বান জনাইছিল।

কিন্তু ৰাইজৰ সেই আহ্বানক গুৰুত্ব নিদি নিৰ্মাণ কৰা হৈছিল ওলোমা দলংখন।
২০০০ চনৰ পৰা প্ৰায় পঞ্চাছ খন গাঁৱৰ ৰাইজে এই দলংখনকেই যাতায়ত আৰু যোগাযোগৰ একমাত্ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰি আহিছে।

দুৰ্ভাগ্যজনক কথাটো হৈছে যে বিগত কিছুদিনৰ পৰা উক্ত দলংখনৰ কেইবাঠাইতো লোহাৰ অংশসমূহ মামৰে ধৰি ছিঙি যোৱাত দলং খন যাতায়াতৰ বাবে বিপদ সংকুল হৈ পৰিছে।

দুই এজন ব্যক্তি খোজকাঢ়ি আৰু দুই এখন দুচকীয়া বাহন অহা যোৱা কৰিছে যদিও যিকোনো সময়ত দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে।

সেই দলংখনেৰে অহা যোৱা কৰা গাওঁবাসীৰ ভাষ্য অনুসৰি দলংখনেৰে গাড়ী মটৰ অহা যোৱা কৰিব নোৱাৰাৰ বাবে ৰোগী, স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে আদি কৰি যাত্ৰী সকলে এতিয়া প্ৰায় ২০ কিলোমিটাৰ পথ অতিক্ৰম কৰি লংটং হৈ অহা যোৱা কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে।

যাৰ ফলত বৰ্তমান গাঁৱৰ ৰাইজে না না ধৰণৰ সমস্যাৰ সন্মুখীন হব লগা হৈছে।

গাওঁ বাসীৰ এটাই আহ্বান বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰ আৰু স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই অতি সোনকালে এই লিডু-বিচাগাওঁ সংযোগী ওলমা দলংখনৰ ঠাইত এখন স্থায়ী পকী দলং নিৰ্মাণ কৰি পঞ্চাছ খনকৈ গাঁৱৰ ৰাইজৰ যোগাযোগ আৰু যাতায়ত ব্যৱস্থা সুচল কৰি তোলে যেন।

উল্লেখ্য যে দলং খন পাৰহৈয়ে চিংফৌ ৰজা বিচা নং চিংফৌৰ ৰাজ হাউলি পোৱা যায়।

বিভিন্ন সময়ত দেশী- বিদেশী বহু পৰ্য্যটক এই খন গাওঁলৈ আহি চিংফৌ ৰজা বিচা নং চিংফৌক সাক্ষাৎ কৰি আহিছে ।সেয়ে মাৰ্ঘেৰিটা পৰ্যটনৰ ক্ষেত্ৰটো দলং খনৰ যথেষ্ট গুৰুত্ব আছে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd