DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিৰ্মাণৰ দুমাহ নৌহওতেই কলিয়াবৰত খহিছে কেইবাকোটিটকীয়া PMGSY আঁচনিৰ পথ

মন্ত্ৰী কেশৱ মহন্তই আধাৰশিলা স্থাপন কৰা পথ নিৰ্মাণত দুৰ্নীতি-অনিয়মৰ অভিযোগ

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
July 29, 2021 7:57 am
mojk
197
VIEWS
Share on FacebookShare on Twitter

কলিয়াবৰৰ বৰঘুলিত PMGSY আঁচনিৰ পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে।

মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টিৰ বৰঘুলিত নিম্নমানৰ পথ নিৰ্মাণৰ অভিযোগ উঠিছে ঠিকাদাৰৰ বিৰুদ্ধে।

ঠিকাদাৰ “ফজৰ আলিৰ” মইমতালিত ক্ষোভিত স্থানীয় লোক। ৩ কোটি,১৫ লাখ টকা আৱণ্টিত পুঁজিৰে ইতিমধ্যে সম্পূৰ্ণ হৈছে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ ৩.৫ কিলোমিটাৰৰ এই পথটো।কিন্তু নিৰ্মাণৰ দুমাহ নৌহওতেই ঠায়ে ঠায়ে খহিবলৈ ধৰিছে বৰঘুলি এই পথটো।

পথটোৰ দুয়োকাষে সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত। ফলত যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।

পথটোৰ মেৰামতিৰ বাবে ঠিকাদাৰক বাৰম্বাৰ যোগাযোগ কৰিও স্থানীয় লোকে পোৱা নাই কোনো সুফল।

স্থানীয় ৰাইজক ভয়-ভাবুকিহে দিয়াৰ অভিযোগ উঠিছে ঠিকাদাৰ ফজৰ আলিৰ বিৰুদ্ধে।

মুঠ তিনি-কোটি ১৫লাখ ৮০০ টকা আৱণ্টিত পথটোৰ নিৰ্মাণকাৰ্যৰ বাবে ধাৰ্য কৰা হৈছে দুই-কোটি, ৯১ লাখ, ৯৭ হাজাৰ ৮০০ টকা।

পাঁচ বছৰৰ বাবে পথটো মেৰামতিৰ বাবে ধাৰ্য কৰা হৈছে ২৩ লাখ তিনি হাজাৰ টকা।
এজাক বৰষুণতে বহু ঠাইত খহিছে পথটো।

২৩ লক্ষাধিক টকা মেৰামতিৰ বাবে ধাৰ্য কৰাৰ পিচতো পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত ঠিকাদাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে।

ঠিকাদাৰৰ মইমতালিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী কেশৱ মহন্তক দাবী জনাইছে বৰঘুলিবাসীয়ে।

Recent News

উদয়পুৰত কানহায়ালালক হত্যাৰ বিৰুদ্ধে নাগ্ৰীজুলিত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ প্ৰতিবাদ

উদয়পুৰত কানহায়ালালক হত্যাৰ বিৰুদ্ধে নাগ্ৰীজুলিত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ প্ৰতিবাদ

Eknath Shinde-Devendra Fadnavis: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে একনাথ সিন্দেৰ শপত গ্ৰহণ; উপ মুখ্যমন্ত্ৰী হ’ল দেৱেন্দ্ৰ ফাড়নৱিছ

Eknath Shinde-Devendra Fadnavis: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে একনাথ সিন্দেৰ শপত গ্ৰহণ; উপ মুখ্যমন্ত্ৰী হ’ল দেৱেন্দ্ৰ ফাড়নৱিছ

বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰকঃ শিৱসাগৰত আছুৰ বিক্ষোভ

বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰকঃ শিৱসাগৰত আছুৰ বিক্ষোভ

INDIA vs ENGLAND: কপিল দেৱৰ অভিলেখ স্পৰ্শ; এজবাষ্টন টেষ্টত ভাৰতৰ অধিনায়ক বুমৰাহ, উপ-অধিনায়ক পণ্ট

INDIA vs ENGLAND: কপিল দেৱৰ অভিলেখ স্পৰ্শ; এজবাষ্টন টেষ্টত ভাৰতৰ অধিনায়ক বুমৰাহ, উপ-অধিনায়ক পণ্ট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd