• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চামগুৰিৰ ভূৰবন্ধাৰ জৰাজীৰ্ণ মথাউৰিয়ে জীয়াতু ভোগাইছে ৰাইজক

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
May 13, 2019 5:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভৰ বাৰিষাৰ দিন চমু চাপি অহাৰ লগে লগে শংকিত হৈ পৰিছে নগাঁও জিলাৰ বৃহত্তৰ অঞ্চলৰ ৰাইজ। কিয়নো চামগুৰিৰ লাওঁখোৱা-ভূৰবন্ধাকে ধৰি নগাঁও চহৰক ৰক্ষা কৰিব পৰা এটা মথাউৰিৰ নিৰ্মাণত হোৱা ভয়ংকৰ দুৰ্নীতিয়ে চিন্তিত কৰি তুলিছে চামগুৰিৰ ভূৰবন্ধাবাসীৰ লগতে কলিয়াবৰ সমষ্টিৰ বৰঘূলিৰ নৈপৰীয়া ৰাইজক।

উল্লেখ্য যে ২০১৭ চনৰ প্ৰলয়ংকাৰী বান, গৰাখহনীয়াৰ কৱলত পৰি সৰ্বস্বান্ত হোৱা বহু ভুক্তভোগি দৰিদ্ৰ পৰিয়ালে এতিয়াও বসবাস কৰি আছে লাওঁখোৱাৰ মথাউৰিৰ ওপৰত। বিভিন্ন দল-সংগঠনকে ধৰি গৃহহীন লোকসকলৰ দাবীত বিগত সময়ত চৰকাৰে এই বৃহত্তৰ অঞ্চলকেইটাৰ ৰাইজক বান-গৰাখহনীয়া সমস্যাৰ পৰা মুক্ত কৰাৰ স্বাৰ্থত মথাউৰি নিৰ্মাণ তথা মেৰামতিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

Apply Now

প্ৰতিশ্ৰুতি অনুসৰি চামগুৰিৰ ভূৰবন্ধাৰ পৰা চোলঙলৈকে জহি-খহি যোৱা মথাউৰি মেৰামতিৰ কাম সংশ্লিষ্ট বিভাগে প্ৰায় এক কোটি টকা ব্যয় সাপেক্ষে নতুনকৈ আৰম্ভ কৰিলে। কিন্তু আজি পৰ্যন্ত মথাউৰি মেৰামতিৰ কাম আধৰুৱা হৈ ৰোৱাৰ লগতে সম্পূৰ্ণ নোহোৱাতেই মথাউৰিটোত এতিয়া ঠায়ে-ঠায়ে মেলিছে চিৰাল ফাট।

মথাউৰি নিৰ্মাণত হোৱা ভয়ংকৰ দুৰ্নীতিৰ বাবে এতিয়া জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টি কলিয়াবৰৰ লগতে কাষৰীয়া চামগুৰি ৰাইজৰ মাজত তীব্ৰ অসন্তুষ্টিৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষুভিত হৈ পৰিছে।

উল্লেখ্য যে যদিহে এইবাৰৰ বাৰিষাত নতুনকৈ নিৰ্মিত জৰাজীৰ্ণ মথাউৰিটো চিঙে তেন্তে চামগুৰিৰ বৃহত্তৰ নৈপৰীয়া অঞ্চলৰ লগতে নগাঁও চহৰ পৰ্য্যন্ত পানীৰে ভৰি পৰাৰ লগতে ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা প্ৰকাশ কৰিছে ভূৰবন্ধা আৰু বৰঘূলিৰ নৈপৰীয়া ৰাইজে।

আনহাতে ২০১৭ চনৰ উক্ত প্ৰলয়ংকাৰী বানে গৃহহীন কৰা লোকসকল যাতে পুনৰ সমস্যাত নপৰে তাৰ বাবে ত্ৰাণকৰ্তা স্বৰূপ উক্ত মথাউৰিটো মেৰামতি কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক কাতৰে অনুৰোধ জনাইছে।

ভাৰ্গব হাজৰিকা

ভাৰ্গব হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd