DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, February 6, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাপৰ হাতীপোতাস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী মছকাগুৰি পথৰ শোচনীয় অৱস্থা

প্ৰণয় দেৱ ৰয় by প্ৰণয় দেৱ ৰয়
May 29, 2021 4:52 pm
ppppppp

প্ৰতীকি ছবি

190
VIEWS
Share on FacebookShare on Twitter

ধুবুৰী জিলাৰ চাপৰ হাতীপোতাস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মছকাগুৰি লৈ যোৱা পথছোৱাৰ অৱস্থা দিনক দিনে শোচনীয় হৈ পৰিছে। পথটোৰে নিতৌ পাঁচখন গাঁৱৰ প্ৰায় পাঁচ সহস্ৰাধিক ‌লোকে অহা যোৱা কৰে।
ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পাঁচখন গাঁও সংযোগী মূল পথটোৱে হ’ল এই পথ।
পথটোৰ দূৰৱস্থাৰ বাবে গাঁৱবাসী ভূগিছে এতিয়া যমৰ যাতনা।

এদিনৰ কিনকিনীয়া বৰষুণ দিলে পানীৰে ভৰি পৰে পথটো।
গাঁৱৰ ৰাইজে বহুকষ্টেৰে কৰিব লাগে অহা যোৱা।

পথটোৰ দুৰৱস্থাৰ বাৱে এই পথেৰে নাহে ১০৮ এম্বুলেঞ্চ।

উল্লেখ্য যে দুমাহ পূৰ্বে পথটোৰ মেৰামতিৰ বাবে আৱন্টন হৈছিল ১০ লাখ টকা।

কাম সম্পূৰ্ণ হ’ল কিন্তু পথটোৰ দূৰৱস্থা দূৰ নহ’ল। গাঁৱবাসীৰ দাবী পথটোৰে নিতৌ ছয়খনকৈ ইটা ভাটাৰ গাড়ী,টেক্টৰ,ডাম্পাৰে অবৈধ ভাবে মাটি কঢ়িয়াই অনাৰ ফলত পথটোৰ এই দূৰৱস্থা।
৬/৭ টাকৈ ইটা ভাটাৰ পৰা অহা ডাম্পাৰ,ট্ৰেক্টৰৰ বাবে অঞ্চলটোৰ ৰাইজে দুভোৰ্গ ভুগিবলগীয়া হৈছে।

ৰাইজে বাৰে-বাৰে বনবিভাগৰ লগতে চাপৰৰ চক্ৰ বিষয়াক উক্ত পথটোৰ বিষয়ে অৱগত কৰাৰ পিছতো কোনোধৰণৰ গুৰুত্ব দিয়া নাই ।

যাৰ বাবে ক্ষুণ্ণ হৈ পৰিছে ৰাইজ। ৰাইজে পথটোৰ দূৰৱস্থা দূৰ কৰি ৰাইজক সকাহ দিয়াৰ লগতে অবৈধ ভাবে মাটি কঢ়িওৱা ইটা ভাটা সমূহৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd