DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অভিনেতা দিলীপ কুমাৰ দাসলৈ ‘ড০ এ পি জে আব্দুল কালাম’ ৰাষ্ট্ৰীয় বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 10, 2019 9:33 am
অভিনেতা দিলীপ কুমাৰ দাসলৈ ‘ড০ এ পি জে আব্দুল কালাম’ ৰাষ্ট্ৰীয় বঁটা
1k
VIEWS
Share on FacebookShare on Twitter

নলবাৰী জিলাৰ যুৱ সমাজ কৰ্মী, বিশিষ্ট অভিনেতা দিলীপ কুমাৰ দাসে ‘ড০ এল পি জে আব্দুল কালাম’ ৰাষ্ট্ৰীয় বঁটা বুটলি নলবাৰী তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

ছিকিমৰ গেংটকৰ পঞ্চ তাৰকা হোটেল চুমিতত দেওবাৰে অৰ্থাৎ ৯ জুনত অনুষ্ঠিত এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। সমতা সাহিত্য একাডেমীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ব্যক্তিয়ে নিজ নিজ কৰ্মক্ষেত্ৰত বিশেষভাৱে দেখুওৱা সফলতাৰ বাবে তেওঁলোকক ড০ এ পি জে আব্দুল কালাম ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে।

বিশেষভাৱে সফলতা দেখুওৱা সকলৰ ভিতৰত নলবাৰী জিলাৰ যুৱ সমাজ কৰ্মী, বিশিষ্ট অভিনেতা দিলীপ কুমাৰ দাসকো সমতা সাহিত্য একাডেমিয়ে ড০ এ পি জে আব্দুল কালাম বঁটা প্ৰদান কৰে। দিলীপ কুমাৰ দাসক এই ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে ভূটান ৰৱেল চৰকাৰৰ শিক্ষা আৰু উন্নয়ন মন্ত্ৰী  ঠাকুৰ এচ পাউডেলে।

যুৱ সমাজ কৰ্মী, তথা অভিনেতা দিলীপ কুমাৰ দাসে বিগত বহু বছৰ ধৰি বিভিন্ন সমাজিক কাম কাজৰ উপৰিও দুখীয়া ছাত্র ছাত্ৰীক সহায়ৰ হাত আগবঢ়াই আহিছে। তাৰোপৰি অসমৰ অভিনয় জগততো বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।

বঁটা প্ৰদান অনুষ্ঠানটোত ছিকিম বিধানসভাৰ অধ‍্যক্ষ আৰু স্বাস্থ্য মন্ত্ৰী ডঃ এম কে.শৰ্মা, ছিকিম লোকসভাৰ সাংসদৰ উপৰিও কেইবা গৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Recent News

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

দাম কমিব বিস্কুট, ঘি আৰু চুলিত ঘঁহা তেলৰ, কিন্তু এতিয়া নহয়,কেতিয়া?

দাম কমিব বিস্কুট, ঘি আৰু চুলিত ঘঁহা তেলৰ, কিন্তু এতিয়া নহয়,কেতিয়া?

মূল্যবৃদ্ধি আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ

মূল্যবৃদ্ধি আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd