• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিলৱাৰ হুছেইন মজুমদাৰক মুক্তি দিয়ক : দাবী অসম নাগৰিক সমাজৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 26, 2025 5:23 pm
206
VIEWS
Share on FacebookShare on Twitter

“ডিজিটেল সংবাদ মঞ্চ ‘ক্ৰছ কাৰেন্টে’ এপেক্স বেংক  কৰ্তৃপক্ষৰ বিৰুদ্ধে কেতবোৰ বিত্তীয় খেলি-মেলিৰ  অভিযোগ উত্থাপন কৰিছিল। সেই অভিযোগবোৰক কেন্দ্ৰ কৰিয়ে ২৫ মাৰ্চৰ দিনা এপেক্স বেংকৰ সন্মুখত অসম জাতীয় পৰিষদৰ ভ্ৰাতৃপ্ৰতীম সংগঠন জাতীয় যুৱ শক্তিয়ে এটা প্ৰতিবাদৰ আয়োজন কৰিছিল। এই প্ৰতিবাদ সম্পৰ্কে বেংকৰ পৰিচালন সঞ্চালকৰ  অভিমত ল’বলৈ যাওঁতে ‘ক্ৰছ কাৰেন্ট’ৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক পৰিচালন সঞ্চালকে দুৰ্ব‍্যৱহাৰ কৰে আৰু পুলিচ মাতি আনি তেওঁক পাণ বজাৰ থানালৈ পঠিয়াই দিয়ে।” জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰা সম্পৰ্কতে আজি অসম নাগৰিক সমাজে এক বিবৃতিযোগে এইদৰে কয়।

অসম নাগৰিক সমাজে লগতে কয় যে, “পুলিচে দিলৱাৰ হুছেইনক  কেইবা ঘন্টাও  থানাত বহুৱাই থৈ অৱশেষত  গ্ৰেপ্তাৰ কৰে। এজন সাংবাদিকে বাতৰি পৰিবেশন কৰিবলৈ যাওঁতে তেওঁক গ্ৰেপ্তাৰ কৰাটো কেনে কথা? আমি ক’ত বাস কৰিছোঁ? অসমত আইনৰ শাসনৰ অৱশিষ্টখিনিও নোহোৱা হ’ল নেকি ? কাৰ নিৰ্দেশত পুলিচ প্ৰশাসনে এনে ব‍্যৱহাৰ কৰিছে? ই কেৱল সাংবাদিকৰ স্বাধীনতাৰ কথাই নহয়, ই আমাৰ সকলোৰে ব‍্যক্তি-স্বাধীনতা আৰু মানৱাধিকাৰৰ প্ৰশ্ন।”

ইয়াৰ লগতে অসম নাগৰিক সামাজৰ হৈ অজিত কুমাৰ ভূঞা আৰু পৰেশ মালাকাৰে কয় যে অসম নাগৰিক সমাজৰ হৈ আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰোঁ আৰু কোনো বিলম্ব নকৰাকৈ বিনাচৰ্তে দিলৱাৰ হুছেইন মজুমদাৰক মুকলি কৰি দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাওঁ।

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd