• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সময়ত খাবলৈ নাপাই ভোজনালয় লণ্ডভণ্ড কৰিলে নিৰ্বাচনত নিয়োজিত বিষয়া-কৰ্মচাৰীয়ে

NE NOW NEWS মৃদুল প্ৰীতম ডেকা
কামৰূপ , December 4, 2018 8:44 pm

1 min read

2.1k
VIEWS
Share on FacebookShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণৰ কেইঘণ্টামান পূৰ্বে আজি আমিন গাওঁস্থিত কামৰূপ জিলা নিৰ্বাচন শাখা চৌহদত অথন্তৰ ঘটাইছে নিৰ্বাচনৰ কামত নিয়োজিত বিষয়া-কৰ্মচাৰীয়ে। আজি সময়ত খাদ্য নোপোৱা বাবে জিলা নিৰ্বাচনৰ শাখা কাৰ্য্যালায়টোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বিষয়া-কৰ্মচাৰীসকলে।

বিষয়া-কৰ্মচাৰীসকলে অভিযোগ কৰা মতে, তেওঁলোকক খাদ্য যোগান ধৰাৰ কামত নিয়োজিতসকলে সময়ত খাদ্যৰ যোগান ধৰা নাই। ইপিনে তেওঁলোকে সোনকালে নিজৰ নিজৰ নিৰ্বাচন কেন্দ্ৰলৈ যাব লাগে। ইয়াতে অতিষ্ঠ হৈ পৰে বহু সংখ্যক বিষয়া-কৰ্মচাৰী। ফলত খাদ্য দলিওৱাৰ লগতে খাদ্য সামগ্ৰীবোৰো লণ্ডভণ্ড কৰে।

এটা সূত্ৰই জনোৱা মতে, একাংশ বিষয়া-কৰ্মচাৰীয়ে মাৰপিটতো লিপ্ত হয়। এই পৰিস্থিতি নিয়ন্ত্ৰণত সম্পূৰ্ণকৈ ব্যৰ্থ হয় জিলা প্ৰাশাসন।

নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ দায়িত্ব জিলা প্ৰশাসনৰ যদিও ভোটগ্ৰহণৰ আগে আগে এই বিশৃংখলা সৃষ্টি হোৱাটোৱে জিলা প্ৰশাসনৰ বিষয়াসকলৰ অকৰ্মণ্যতকে উদঙাই দিলে বুলি মত প্ৰকাশ কৰিছে নিৰ্বাচনৰ কামত নিয়োজিত ভুক্তভোগী বিষয়া-কৰ্মচাৰীসকলে।

Recent News

BTR

এনডিএফবিৰ নেতা ধীৰেণ বড়োক ওভতি ধৰিলে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে

India Republic Day

কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ হিংসা : ‘ভাৰতে লাল কিল্লাত ৰাষ্ট্রীয় পতাকাক কৰা অপমান সহ্য নকৰে’; কঠোৰ হ’ব কেন্দ্ৰ

IMG-20210127-WA0006

নগাঁৱত ছাউণ্ড ছিষ্টেম প্ৰভাইডাৰ্ছ এছোচিয়েচন অৱ আছামৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd