• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পঞ্জাৱৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান দিনকাৰ গুপ্তাক নিয়াৰ নতুন সঞ্চালক প্ৰধান হিচাপে নিযুক্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 24, 2022 6:07 am
Dinkar Gupta new NIA chief
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ শীৰ্ষ স্থানীয় সন্ত্ৰাসবাদ বিৰোধী তদন্ত সংস্থা ‘ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা’, চমুকৈ নিয়া- ৰ নতুন সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে পঞ্জাৱৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ডিজিপি দিনকাৰ গুপ্তাক।

বৃহস্পতিবাৰে দেশৰ কৰ্মচাৰী মন্ত্ৰালয়ে জাৰি কৰা এক চৰকাৰী নিৰ্দেশ অনুসৰি কেবিনেটৰ নিযুক্তি সমিতিয়ে দিনকাৰ গুপ্তাৰ নাম নিয়াৰ মুৰব্বী হিচাপে অনুমোদন জনায়।

Apply Now

অভিজ্ঞ আৰক্ষী বিষয়া গৰাকী পঞ্জাৱৰ চোৰাংচোৱা বিভাগৰ আৰক্ষী সঞ্চালক প্ৰধানৰ পদতো অধিষ্ঠিত হৈছিল। পঞ্জাৱ ৰাজ্যিক চোৰাংচোৱা শাখা, ৰাজ্যিক সন্ত্ৰাসবাদী বিৰোধী দল (এটিএছ) আৰু সংগঠিত অপৰাধ নিয়ন্ত্ৰণ গোট (অ’চিচিইউ)- এই সকলো গোট পঞ্জাৱৰ চোৰাংচোৱা বিভাগৰ অন্তৰ্গত আছিল।

তদুপৰি তেওঁ ২০০৪ চনৰ পৰা ২০১২ চনলৈ ভিভিআইপিৰ নিৰাপত্তাৰ তত্বাৱধান কৰা ইণ্টেলিজেঞ্চ ব্যুৰো গোটৰ মুৰব্বী হিচাপে আঠ বছৰ কাৰ্যকাল অতিবাহিত কৰিছিল।

আৰক্ষী প্ৰশাসনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা দিনকৰ গুপ্তা ক্ৰমে ১৯৯২ আৰু ১৯৯৪ চনত দুটাকৈ আৰক্ষী বীৰত্ব পদকৰে সন্মানিত হৈছিল। ইয়াৰোপৰি তেওঁক গুণগত সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ দ্বাৰা পুলিচ মেডেল আৰু বিশিষ্ট সেৱাৰ বাবে ২০১০ চনত ৰাষ্ট্ৰপতি আৰক্ষী পদকৰ দ্বাৰাও সন্মানিত কৰা হৈছিল।

উল্লেখ্য যে, নিয়াৰ সঞ্চালক প্ৰধান পদৰ পৰা ৱাই চি মোডীৰ অৱসৰৰ পিছত যোৱা বৰ্ষৰ মে’ মাহত চেণ্ট্ৰেল ৰিজাৰ্ভড পুলিচ ফ’ৰ্চ(চিআৰপিএফ)- ৰ সঞ্চালক প্ৰধান কুলদ্বীপ সিঙক নিয়াৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছিল।

এতিয়া দিনকাৰ গুপ্তাক কুলদ্বীপ সিঙৰ স্থানত নিয়াৰ সঞ্চালক প্ৰধান হিচাপে স্থায়ী নিযুক্তি দিয়া হৈছে। কোনো আগতীয়া নিৰ্দেশনা নাহিলে তেওঁৰ অৱসৰ গ্ৰহণৰ সময় পৰ্যন্ত, ২০২৪ চনৰ ৩১ মাৰ্চলৈকে গুপ্তা নিয়াৰ মুৰব্বীৰ পদত অধিষ্ঠিত থাকিব।

স্মতৰ্ব্য যে পাকিস্তানী সন্ত্ৰাসবাদী গোটৰ দ্বাৰা সংঘটিত ভয়াৱহ ২৬/১১ মুম্বাই আক্ৰমণৰ পিছতে দেশৰ নিৰাপত্তাজনিত বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় স্বতন্ত্ৰ সংস্থা ‘নেচনেল ইনভেষ্টিগেচন এজেন্সি’ (NIA) গঠন কৰা হৈছিল।

 

 

 

 

 

 

 

 

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd