• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনি মাহৰ বাবে কাৰ্যকাল বৃদ্ধি আৰক্ষী সঞ্চালক প্রধান কুলধৰ শইকীয়াৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 30, 2019 9:34 pm
আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া

আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনি মাহৰ বাবে চাকৰিৰ কাৰ্যকাল বৃদ্ধি কৰা হ’ল বৰ্তমানৰ অসমৰ আৰক্ষী সঞ্চালক প্রধান কুলধৰ শইকীয়াৰ। নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কতা বতৰাত অসম আৰক্ষীৰ চিপিআৰঅ’ ৰাজীৱ শইকীয়াই এই কথা জানিবলৈ দিয়ে।

অহা ৩১ আগষ্টত অৰ্থ্যাৎ কাইলৈ অৱসৰ গ্ৰহণ কৰাৰ কথা আছিল আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে। শুকুৰবাৰে অনুষ্ঠিত কৰা সংবাদমেলতো শইকীয়াই কাইলৈ অৰ্থ্যাৎ ৩১ আগষ্টলৈকে তেওঁ অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ত থাকিব বুলি উল্লেখ কৰিছিল।

Apply Now

কিন্তু শুকুৰবাৰে সন্ধিয়াভাগত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এক জাননী যোগে শইকীয়াৰ কাৰ্য্যকাল আৰু তিনিমাহৰ বাবে বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে।

এপইন্টমেন্ট কমিটি অব কেবিনেটে কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ৰ প্ৰস্তাৱত অনুমোদন জনোৱা বুলি উক্ত জাননীখনত প্ৰকাশ পাইছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে শইকীয়াৰ কাৰ্য্যকাল বৃদ্ধি কৰাৰ বাবে এপইন্টমেন্ট কমিটিৰ ওচৰত প্ৰস্তাৱ আগবঢ়াইছিল।

উক্ত জাননীখন কেন্দ্ৰীয় চৰকাৰৰ উপ সচিব স্মিতা সাৰাংগীৰ স্বাক্ষৰ সম্বলিত। কিন্তু বৰ্তমান পৰ্য্যন্ত তেওঁৰ সময়সীমা বৃদ্ধি কৰাৰ কাৰণ জানিব পৰা হোৱা নাই।

উল্লেখযোগ্য যে ১৯৮৫ চনতে আইপিএছ বিষয়া হিচাপে নিযুক্তি লাভ কৰিছিল ৰঙিয়াৰ কুলধৰ শইকীয়াই। ২০১৮ চনৰ ১ মে’ৰ পৰা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে কুলধৰ শইকীয়াই কাৰ্য্যনিৰ্বাহ কৰি আহিছে।

ইফালে তেওঁৰ পাছতে প্ৰাক্তন আছু নেতা তপন ডেকাই অসম আৰক্ষীৰ সঞ্চালক প্ৰধান পদটো গ্ৰহণ কৰিব বুলিও চৰ্চা চলি আহিছে। ১৯৮৮ বৰ্ষৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া ডেকা বৰ্তমান আই বিৰ উত্তৰ-পূবৰ যুটীয়া সঞ্চালক হিচাপে কৰ্মৰত।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd