• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অতিবৃষ্টিৰ কবলত কেৰালা, বান-ভূমিস্খলনে জীৱন কাঢ়িলে ৬ জনৰ,সন্ধানহীন ১৮ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 17, 2021 10:05 am
Disaster strikes in Kerala
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ ভাৰতীয় ৰাজ্য কেৰালাত যোৱা কেইদিনমান ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যখন তীব্ৰ সংকটৰ সন্মুখীন হৈছে। অতিবৃষ্টিৰ ফলশ্ৰুতিত ৰাজ্যখনত বান – ভূমিস্খলনে ৰাজ্যখনৰ পৰিস্থিতি ভয়াৱহ কৰি তুলিছে।

ৰাজ্যখনৰ কেইবাখনো জিলাত বান অহাৰ লগতে ইডুক্কি বান্ধৰ পানীৰ স্তৰো যথেষ্ট বৃদ্ধি পাইছে। বৰষুণৰ ফলত কেৰালাৰ বিভিন্ন ঠাইত মুঠ ৬জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে।

ইফালে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগ(IMD) এ কেৰালাৰ পাঁচখন জিলাত পুনৰ ধাৰাসাৰ বৰষুণ হ’ব সতৰ্কবাণী কৰিছে।বতৰ বিভাগে কেৰালাৰ সাতখন জিলাৰ ক্ষেত্ৰত অতি সতৰ্কতা আৰু ৰাজ্যখনৰ দুখন জিলাৰ বাবে সাধাৰণ সতৰ্কতা জাৰি কৰিছে।

চৰকাৰী সূত্ৰ অনুসৰি, ইডুক্কি জিলাৰ মোলামাট্টামত এগৰাকী মহিলাই গাড়ীত বহি থকা অৱস্থাতে ধাৰাসাৰ বৰষুণৰ বাবে প্ৰায় ১.৫ কিলোমিটাৰ গাড়ীখনে উটি যোৱাত মৃত্যুমুখত পৰে।

Apply Now

বৰষুণৰ বাবে কোট্টায়াম জিলাত ৩গৰাকী ব্যক্তি মৃত্যু মুখত পৰিছে। আন ৩গৰাকী লোকৰ মৃত্যু হৈছে ইডুক্কি জিলাত।

আনহাতে বৰষুণৰ বাবে ৰাজ্যত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে।

এতিয়ালৈকে কোট্টায়াম জিলাৰ কুটিকেলত ১২জন লোক সন্ধানহীন হৈ আছে। ভূমিস্খলনৰ বাবে বহুতো অঞ্চল চহৰৰ পৰা বিচ্ছিন্ন হৈ পৰিছে। বানত উটি হৈছে ঘৰ–ভেটি।

জানিব পৰা মতে, ঠাইবোৰত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হোৱাটোও অতি কঠিন হৈ পৰিছে। পৰিস্থিতিৰ গম্ভীৰতালৈ চাই মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে ২৪ ঘণ্টাৰ বাবে উচ্চ সতৰ্কতা ঘোষণা কৰিছে।

বতৰ বিজ্ঞান বিভাগে পদনমথিট্টা, কোট্টায়াম, এৰ্নাকুলাম, ইডুক্কি আৰু ত্ৰিশূৰ জিলাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে।

ভাৰতীয় নৌসেনাৰ লগতে সকলো উদ্ধাৰকাৰী দল অঞ্চলসমূহলৈ প্ৰেৰণ কৰা হৈছে। বায়ুসেনাই হেলিকপ্টাৰেৰে অভিযান চলোৱাৰ বাবে সাজু থকাৰ লগতে সেনাবাহিনীৰ লোককো উদ্ধাৰ অভিযানত নমোৱা হৈছে।

ৰাজ্যখনৰ দক্ষিণ আৰু কেন্দ্ৰীয় জিলাসমূহ ইতিমধ্যে বৰষুণৰ সন্মুখীন হৈছে। বতৰ বিভাগৰ মতে সোমবাৰৰ ভিতৰত ৰাজ্যখনৰ উত্তৰৰ জিলাসমূহতো প্ৰচণ্ড বৰষুণ আৰম্ভ হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

October 12, 2026 11:13 am
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

October 12, 2026 10:04 am
‘মোৰ বাবে নতুন খবৰ’, জেলেনস্কিক নজনোৱাকৈয়ে ৰাছিয়া-ইউক্ৰেইনৰ ‘শক্তি যুদ্ধবিৰতি’ ঘোষণা ট্ৰাম্পৰ

‘মোৰ বাবে নতুন খবৰ’, জেলেনস্কিক নজনোৱাকৈয়ে ৰাছিয়া-ইউক্ৰেইনৰ ‘শক্তি যুদ্ধবিৰতি’ ঘোষণা ট্ৰাম্পৰ

October 12, 2026 9:29 am
অভিষেকৰ বিস্ফোৰক ইনিংছ, অৰ্শদীপৰ ৩ উইকেটেৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় টি-২০ত জয়ী ভাৰত

অভিষেকৰ বিস্ফোৰক ইনিংছ, অৰ্শদীপৰ ৩ উইকেটেৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় টি-২০ত জয়ী ভাৰত

October 12, 2026 8:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

October 12, 2026 11:13 am
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

October 12, 2026 10:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd