• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

নিৰ্দোষিতা প্ৰমাণত ব্যৰ্থ: তাৰকা ডিচকাচ খেলুৱৈ কমলপ্ৰীত কৌৰক তিনি বছৰলৈ নিষিদ্ধ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 13, 2022 10:31 am
Kamalpreet Kaur
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ক্ৰীড়া জগতক পুনৰ জোকাৰি গৈছে ড’পিং কাণ্ডই। বিগত কমনৱেলথ গেমছৰ প্ৰাকমুহূৰ্তত কেইবাগৰাকীও ভাৰতীয় এথলীট ড’পিঙৰ অভিযোগত নিলম্বনৰ সন্মুখীন হোৱাৰ পিছত এইবাৰ আন এগৰাকী তাৰকা খেলুৱৈ ড’পিঙৰ বাবে নিৰ্বাসিত হৈছে।

দেশৰ তাৰকা ডিচকাচ থ্ৰ’ৱাৰ কমলপ্ৰীত কৌৰক নিষিদ্ধ দ্ৰব্য গ্ৰহণ কৰাৰ অভিযোগত তিনি বছৰৰ বাবে নিৰ্বাসনৰ সন্মুখীন হৈছে। এথলেটিকছ ইণ্টিগ্ৰিটি ইউনিটে এক টুইট যোগে ভাৰতীয় এথলীট গৰাকীৰ নিলম্বনৰ বিষয়ে সদৰী কৰিছে।

Apply Now

অৱশ্যে কমলপ্ৰীতৰ এই নিলম্বন যোৱা ২৯ মাৰ্চৰ পৰাই আৰম্ভ হৈছে বুলি এথলেটিকছ ইণ্টিগ্ৰিটি ইউনিটে উল্লেখ কৰিছে। ড’পিং পৰীক্ষাৰ সময়ত যোৱা মে’ মাহত কমলপ্ৰীতৰ নমুনাত নিষিদ্ধ ষ্টানোজোলোল পোৱা গৈছিল।

কমলপ্ৰীতে নিজকে নিৰ্দোষী বুলি দাবী কৰিছিল যদিও এথলেটিকছ ইণ্টিগ্ৰিটি ইউনিটে- এ খেলুৱৈগৰাকীক কিছু দিনৰ বাবে নিলম্বিত কৰিছিল। অৱশ্যে কমলপ্ৰীতক ২৭ ছেপ্টেম্বৰলৈকে নিজকে নিৰ্দোষ প্ৰমাণৰো সুযোগ দিছিল এথলেটিকছ ইণ্টিগ্ৰিটি ইউনিটে।

কিন্তু সময়সীমা পাৰ হোৱাৰ পিছতো খেলুৱৈগৰাকীয়ে নিজৰ নিৰ্দোষিতা প্ৰমাণ কৰিব নোৱাৰাৰ বাবে অৱশেষত তিনি বছৰৰ নিলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

মাৰ্চ মাহৰ পৰা আৰম্ভ হোৱা এই নিলম্বনৰ ফলস্বৰূপে কমলপ্ৰীতে যদি এই সময়চোৱাত কোনো প্ৰতিযোগিতাত পদক জয় কৰিছে, তেতিয়া এই সকলো পদক খেলুৱৈগৰাকীৰ পৰা ঘূৰাই লোৱা হ’ব। তদুপৰি এই নিলম্বনৰ ফলত কমলপ্ৰীতে পেৰিছ অলিম্পিকৰ যোগ্যতা অৰ্জনকাৰী প্ৰতিযোগিতাত অংশগ্ৰহণৰ পথ বন্ধ হৈছে।

উল্লেখ্য যে বিগত টকিঅ’ অলিম্পিকত কমলপ্ৰীতে ডিচকাচৰ ফাইনেলত প্ৰৱেশ কৰিছিল। তাৰ পিছতো তাৰকাগৰাকীয়ে দুটাকৈ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰাৰ লগতে ইভেণ্টটোত ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন আগবঢ়াই আহিছিল।

সেয়েহে ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া পেৰিছ অলিম্পিকত তাৰকাগৰাকীক সম্ভাব্য পদক বিজয়ীৰ তালিকাত স্থান দিয়া হৈছিল যদিও নিলম্বিত হোৱাৰ ফলত এই আশা নিৰ্বাপিত হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোৰেশ্বৰত ৰে’লৱে দলং পাৰ হওঁতে ৰে’লৰ খুন্দাত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰীৰ! ১৫ বছৰে আধৰুৱা দলঙক লৈ উত্তপ্ত পৰিস্থিতি

গোৰেশ্বৰত ৰে’লৱে দলং পাৰ হওঁতে ৰে’লৰ খুন্দাত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰীৰ! ১৫ বছৰে আধৰুৱা দলঙক লৈ উত্তপ্ত পৰিস্থিতি

June 21, 2026 5:23 pm
তামিলনাডুত ভয়ংকৰ গেছ দুৰ্ঘটনা: এম’নিয়া নিৰ্গত হৈ দুজনৰ মৃত্যু, ৬৫ জনতকৈ অধিক সংকটজনক, মুখ্যমন্ত্ৰী বিজয়ৰ তদন্তৰ নিৰ্দেশ

তামিলনাডুত ভয়ংকৰ গেছ দুৰ্ঘটনা: এম’নিয়া নিৰ্গত হৈ দুজনৰ মৃত্যু, ৬৫ জনতকৈ অধিক সংকটজনক, মুখ্যমন্ত্ৰী বিজয়ৰ তদন্তৰ নিৰ্দেশ

June 21, 2026 5:14 pm
ডিমা হাছাওত ভয়ংকৰ ভূমিস্খলন! ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ শ শ যাত্ৰীবাহী আৰু মালবাহী বাহন

ডিমা হাছাওত ভয়ংকৰ ভূমিস্খলন! ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ শ শ যাত্ৰীবাহী আৰু মালবাহী বাহন

June 21, 2026 4:04 pm
‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

June 21, 2026 3:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোৰেশ্বৰত ৰে’লৱে দলং পাৰ হওঁতে ৰে’লৰ খুন্দাত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰীৰ! ১৫ বছৰে আধৰুৱা দলঙক লৈ উত্তপ্ত পৰিস্থিতি

গোৰেশ্বৰত ৰে’লৱে দলং পাৰ হওঁতে ৰে’লৰ খুন্দাত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰীৰ! ১৫ বছৰে আধৰুৱা দলঙক লৈ উত্তপ্ত পৰিস্থিতি

June 21, 2026 5:23 pm
তামিলনাডুত ভয়ংকৰ গেছ দুৰ্ঘটনা: এম’নিয়া নিৰ্গত হৈ দুজনৰ মৃত্যু, ৬৫ জনতকৈ অধিক সংকটজনক, মুখ্যমন্ত্ৰী বিজয়ৰ তদন্তৰ নিৰ্দেশ

তামিলনাডুত ভয়ংকৰ গেছ দুৰ্ঘটনা: এম’নিয়া নিৰ্গত হৈ দুজনৰ মৃত্যু, ৬৫ জনতকৈ অধিক সংকটজনক, মুখ্যমন্ত্ৰী বিজয়ৰ তদন্তৰ নিৰ্দেশ

June 21, 2026 5:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd