• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বানপানীৰ সৈতে যুঁজিবলৈ সাজু কাজিৰঙাৰ বন কৰ্মী আৰু বিশ্বনাথ জিলা প্ৰশাসন

কাজি জেইদুল ইছলাম কাজি জেইদুল ইছলাম
বিশ্বনাথ , April 25, 2019 12:56 pm

1 min read

বানপানীৰ সৈতে যুঁজিবলৈ সাজু কাজিৰঙাৰ বন কৰ্মী আৰু বিশ্বনাথ জিলা প্ৰশাসন
875
VIEWS
Share on FacebookShare on Twitter

বাৰিষাৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুসমূহে সন্মুখীন হোৱা বিভিন্ন অসুবিধা আৰু বানপানীৰ পৰা ৰক্ষা পাবলৈ উদ্যানখনৰ পৰা বাহিৰলৈ ওলাই অহা বন্যপ্ৰাণীসমূহক উদ্ধাৰ কৰাৰ সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে বুধবাৰে বিশ্বনাথ জিলা উপায়ুক্ত সভাকক্ষত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুস্থিত হয়।

সভাত বিশ্বনাথ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, জিলা অতিৰিক্ত উপায়ুক্ত, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পেৰিয়াৰ স্বামী শিৱকুমাৰকে ধৰি বন বিভাগৰ বহু কেইগৰাকী বিষয়া-কৰ্মচাৰী তথা স্বেচ্ছাসেৱী সংগঠন, আৰক্ষী প্ৰশাসন, প্ৰকৃতিপ্ৰেমী সংগঠনৰ লোক উপস্থিত থাকে।

বৈঠকত বন্যপ্ৰাণী উদ্ধাৰ আৰু সুৰক্ষাৰ লগতে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা আৰু আন বিভিন্ন দিশ আলোচনা কৰা হয়।

উক্ত সভাৰ অন্তত বিশ্বনাথ বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক গৰাকীয়ে বনকৰ্মী সকলক নিদিৰ্ষ্ট পোচাক বিতৰণ কৰাৰ লগতে এন টি চি এ (National Tiger Conservation Authority)ৰ  তৰফৰ পৰাও বনকৰ্মীসকলৰ কৰ্মৰত সময়ত প্ৰায়ে প্ৰয়োজন হোৱা বিভিন্ন সা-সামগ্ৰী বিতৰণ কৰে।

Recent News

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

Legendary classical musician Ustad Ghulam Mustafa Khan dies at 89

ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কিংবদন্তি শিল্পী ওস্তাদ গুলাম মুস্তাফা খান আৰু নাই

a modi

মাৰ্ঘেৰিটাত ৩ শতাধিক সমৰ্থকসহ জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিনন্দ গড়ৰ AJP দলত যোগদান

index.jpgn

কাজিৰঙাত আৰণ্যক আৰু ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত গাঁওৰক্ষী বাহিনীৰ মাজত সজাগতাৰ অভিযান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd