• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভেটী লৈ থাকোতেই মহানগৰ আৰক্ষীৰ জালত পৰিল দিছপুৰ থানাৰ উপ-পৰিদৰ্শক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 27, 2019 12:47 pm
Gahin Pegu

উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা দিছপুৰ থানাৰ উপ-পৰিদৰ্শক গহিন পেগু

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰ আৰক্ষীয়ে উপঢৌকন লোৱাৰ অভিযোগত বৃহস্পতিবাৰে মাজনিশা দিছপুৰ থানাৰ উপ-পৰিদৰ্শক গহিন পেগুক গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে গহিন পেগুৱে এটা গোচৰৰ সংক্ৰান্তত দিছপুৰ থানা চৌহদত নিশা এজন বেংক বিষয়াৰ পৰা ধন লৈছিল আৰু সেই সময়তে মহানগৰ আৰক্ষীয়ে দিছপুৰ আৰক্ষীৰ সহায়ত পেগুক হাতে-লোটে ধৰা পেলায়।

Apply Now

উল্লেখ্য যে অনৈতিক কাৰ্যত লিপ্ত থকাৰ অভিযোগত অভিযুক্ত বেংক বিষয়াজনৰ গোচৰটো নিষ্পত্তি কৰাৰ বাবে আৰক্ষী বিষয়া পেগুৱে ৫০ হাজাৰ টকা বিচাৰিছিল।

কিন্তু আলোক কুমাৰ ঝা নামৰ বেংক বিষয়াজনে এই সমগ্ৰ বিষয়টো দুৰ্নীতি নিবাৰক শাখাক অৱগত কৰাত আৰক্ষীৰ দিহা অনুসৰি বৃহস্পতিবাৰে নিশা দিছপুৰ থানালৈ গৈ বিষয়া গৰাকীক ৫০ হাজাৰ টকা দিয়ে।

ইয়াৰ পিছতে মহানগৰ আৰক্ষীয়ে দিছপুৰ আৰক্ষীৰ সহায়ত টকাসহ উপ-পৰিদৰ্শক গহিন পেগুক গ্ৰেপ্তাৰ কৰি দিছপুৰ থানাত মাৰাথন জেৰা চলায়।

বৰ্তমান দিছপুৰ থানাৰ পৰা ধৃত পেগুক স্বাস্থ্য পৰীক্ষাৰ কাৰণে চিকিৎসালয়লৈ নিয়া হৈছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও উপ-পৰিদৰ্শক পেগুৰ বিৰুদ্ধে এগৰাকী মহিলাৰ পৰা ধন দাবী কৰাৰ অভিযোগ আছিল।

আৰক্ষী বিষয়াজনে এজন অভিযুক্তৰ পৰা ৫০ হাজাৰ টকাৰ উৎকোচ লৈ বাছত উঠাই ঘৰলৈ পঠিয়াই দিয়াৰ অভিযোগ আনিছিল মহিলাগৰাকীয়ে।

এই অভিযোগ অনা মহিলা গৰাকী চানমালা বেগম আৰু অভিযুক্তগৰাকী ৰাজু অধিকাৰী বুলি জানিব পৰা যায়।

অধিকাৰীৰ বিৰুদ্ধে মহিলা গৰাকীয়ে প্ৰবঞ্চনাৰ অভিযোগ আনি দিছপুৰ থানাত ভাৰতীয় দণ্ড বিধিৰ ৪২০/৪০৬/২৯৪ ধাৰাত ১৫১৭/১৯ নম্বৰত এক গোচৰ ৰুজু কৰিছিল। আৰু সেই গোচৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অধিকাৰীক।

কিন্তু গ্ৰেপ্তাৰৰ পাছতেই অভিযুক্ত অধিকাৰীৰ পৰা আৰক্ষী বিষয়া গহিন পেগুৱে ৫০ হাজাৰ উৎকোচ লৈ এৰি দিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

October 2, 2026 3:25 pm
‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

October 2, 2026 2:49 pm
জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

October 2, 2026 1:09 pm
এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

October 2, 2026 3:25 pm
‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

October 2, 2026 2:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd