• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নৰেন্দ্ৰ মোদীৰ তোষামোদত মত্ত মুখ্যমন্ত্ৰী হিমন্তই পাহৰিলে মানৱীয়তা

by
April 17, 2024 2:54 pm
392
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান অসম ভ্ৰমণত ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ ফটো/ভিডিঅ’ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰিছে৷

আজি নলবাৰীত এজন দিব্যাংগ লোকে বোকাময় পথাৰ অতিক্ৰম কৰি নৰেন্দ্ৰ মোদীৰ সভালৈ গৈ থকাৰ সময়তে নিৰাপত্তাৰক্ষীয়ে দূৰৰ পৰা পৰ্যবেক্ষণ কৰা এটা ভিডিঅ’ মুখ্যমন্ত্ৰী শৰ্মাই শ্বেয়াৰ কৰে।

অৱশ্যে এই ভিডিঅ’টোৰ আছে পৃথক কাহিনী। আমনিদায়ক কথাটো হ’ল কোনো নিৰাপত্তাৰক্ষীয়ে দিব্যাংগ ব্যক্তিজন সহায়ৰ হাত আগবঢ়োৱা নাছিল, তাৰ পৰিৱৰ্তে কোনোবাই ৰেলীত উপস্থিত হ’বলৈ চেষ্টা কৰা ব্যক্তিজনৰ কষ্টকৰ যাত্ৰাহে ৰেকৰ্ডিং কৰি আছিল।

ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে মুখ্যমন্ত্ৰীগৰাকীক এনে এটা ভিডিঅ’ শ্বেয়াৰ কৰাৰ বাবে সমালোচনা কৰিছে, তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে এনে এটা ভিডিঅ’ শ্বেয়াৰ কৰি মোদীৰ প্ৰভাৱ জনগণৰ মাজত দেখুৱাব বিচাৰিছে৷কিন্তু এনে ভিডিঅ’ই বিজেপিৰ পাব্লিচিটি ষ্টান্টকহে প্ৰতিনিধিত্ব কৰিছে৷

তদুপৰি, মুখ্যমন্ত্ৰী শৰ্মাই দিব্যাংগ ব্যক্তিক অৱজ্ঞা কৰি মোদীৰ জনপ্ৰিয়তাক আলোকপাত কৰিবলৈহে এই ভিডিঅ’টোক নিৰ্বাচনী কৌশল হিচাপে ব্যৱহাৰ কৰিছিল নেকি সেই সন্দৰ্ভতো বহুজনে উদ্বেগ প্ৰকাশ কৰিছে।

Recent News

দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডিৱাইএফ‌আই-ৰ

দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডিৱাইএফ‌আই-ৰ

হাৰ্ভাৰ্ডৰ বিদেশী ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি আদালতৰ কঠোৰ সমালোচনাৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প

হাৰ্ভাৰ্ডৰ বিদেশী ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি আদালতৰ কঠোৰ সমালোচনাৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প

সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহাক জে’ললৈ প্ৰেৰণৰ নিৰ্দেশ জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ

সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহাক জে’ললৈ প্ৰেৰণৰ নিৰ্দেশ জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ

আহমেদাবাদত বিমান দুৰ্ঘটনাৰ পাছত এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ

আহমেদাবাদত বিমান দুৰ্ঘটনাৰ পাছত এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd