• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফিল’বাৰীৰ নিৰ্লজ্জ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা জিলা প্ৰশাসনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 15, 2021 7:12 pm
Philobari Incident
324
VIEWS
Share on FacebookShare on Twitter

এগৰাকী শিক্ষয়িত্ৰীক ৰাজপথত আঁঠু কাঢ়িবলৈ বাধ্য কৰোৱাৰ বাবে আজি সমগ্ৰ অসমতে ধিক্কাৰৰ সন্মুখীন হৈছে কেইবাটাও ছাত্ৰ সংগঠন।

ফিল’বাৰী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী নিৰদা বৰাক অপমানিত কৰাৰ পিছতে আজি শিক্ষয়িত্ৰীগৰাকীৰ ঘৰত উপস্থিত হয় ফিল’বাৰীৰ সকলো দল-সংগঠনৰ প্ৰতিনিধি।

১১ অক্টোবৰত ঘটনাটো সংঘটিত হোৱাৰে পৰা মানসিক ভাৱে ভাগি পৰা আৰু যথেষ্ট আবেগিক হৈ পৰা শিক্ষয়িত্ৰী নিৰদা বৰাই ছাত্ৰ সংগঠনৰ প্ৰতিনিধিসকলক দেখা পাই হুকহুকাই কান্দি উঠিল।

উল্লেখ্য যে, এসময়ত এই ছাত্ৰনেতাসকলৰ অধিকাংশই আছিল নিৰদা বৰাৰ শিক্ষাৰ্থী।

ছাত্ৰ সংগঠনৰ প্ৰতিনিধিসকলে আজি ক্ষমা বিচাৰিবলৈ উপস্থিত হয় শিক্ষয়িত্ৰীগৰাকীৰ ঘৰত। আটাইকেইটা সংগঠনৰ প্ৰতিনিধিয়ে আঁঠু কাঢ়ি শিক্ষয়িত্ৰীগৰাকীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে।

আনহাতে এই সমগ্ৰ ঘটনাক আৰু শিক্ষকক কৰা এনে অপমানক ধিক্কাৰ দিছে তিনিচুকীয়া জিলা শৈক্ষিক কৰ্মচাৰী মঞ্চই। এনেধৰণৰ লজ্জাজনক ঘটনা যাতে পুনৰাবৃত্তি নঘটে তাৰ বাবে মঞ্চৰ তৰফৰ পৰা সকলোলৈ আহ্বান জনায়।

আনহাতে এনে লজ্জাজনক ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে তিনিচুকীয়া জিলা প্ৰশাসনে। এই সন্দৰ্ভত ইতিমধ্যে জাননী পত্ৰ জাৰি কৰিছে জিলা প্ৰশাসনে।

ইপিনে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত কাইলৈ এখন ৰাজহুৱা সভাৰ আহ্বান কৰিছে স্থানীয় ৰাইছে। ৰাজহুৱা সভাত এনে লজ্জাজনক কাণ্ডত জড়িত তথাকথিত ছাত্ৰ নেতা কেইজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেইয়া লক্ষণীয় হ’ব।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd