• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ল’কডাউনত মহানগৰ বাসীয়ে ঘৰতে লাভ কৰিব মাংস; জিলা প্ৰশাসনে মুকলি কৰিলে নম্বৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 11, 2020 3:43 pm
Meat

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী মহানগৰবাসীৰ বাবে মাংস যোগানৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে মহানগৰ জিলা প্ৰশাসনে।

ল’কডাউনৰ সময়ত মাংসৰ দোকান বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত মাত্ৰ এটা ফোন কৰিলেই মহানগৰীৰ জনসাধাৰণে ঘৰতে মাংস লাভ কৰিব পাৰিব।

Apply Now

আনহাতে, জিলা প্ৰশাসনে মাংসৰ দাম নিৰ্ধাৰণ কৰি দিছে।

সেই অনুসৰি জীৱিত ব্ৰইলাৰ কুকুৰাৰ প্ৰতিকেজিত ১৫০ টকা আৰু কটা মাংসৰ প্ৰতিকেজিত ২২০ টকা নিৰ্ধাৰণ কৰা হৈছে।

আনহাতে, কিছু সংখ্যক স্থানত মাংসৰ বাবে প্ৰশাসনে ব্যৱস্থাও গ্ৰহণ কৰিছে। বিক্ৰেতা সকলৰ সৈতে ফোন নম্বৰ মুকলি কৰিছে জিলা প্ৰশাসনে।

শনিবাৰৰ পৰা কাৰ্য্যকৰী হোৱাকৈ প্ৰশাসনে এই তালিকা মুকলি কৰি দিছে।

গণেশগুৰিৰ বাবে ৭৬৩৬০০৯৯৫৫,জু ৰোডৰ বাবে ৭৮৯৬৮৮৬৮৬১,চান্দমাৰীৰ বাবে ৯৯৫৭৭৭৩০৭৫, শিলপুখুৰীৰ বাবে ৮০১১৫৯০৪৫১, বেলতলাৰ বাবে ৯৪৩৫১৪৮৭৫১, হাতীগাঁৱৰ বাবে ৯৯৫৭০৮৭৯৭৩ আৰু ভঙাগড়ৰ বাবে ৯৯৫৭৯৫৩৩৯১ নম্বৰত গ্ৰাহক সকলে ফোন কৰি কৰি মাংসৰ অৰ্ডাৰ কৰিব পাৰিব।

তদুপৰি, সমগ্ৰ গুৱাহাটীৰ বাবে প্ৰশাসনে এটাই নম্বৰ দিছে। গুৱাহাটীৰ বাবে দিয়া নম্বৰটো হৈছে ৭০০২৫৫১৮২০।

জিলা প্ৰশাসনে ল’কডাউনৰ সময়তে জনসাধাৰণক চৰকাৰ-প্ৰশাসনে বান্ধি দিয়া নীতি-নিৰ্দেশনা বজাই ৰাখি ঘৰত আৱদ্ধ হৈ থাকিবৰ বাবে অনুৰোধ জনায়।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উমৰ খালিদৰ তথ্যচিত্ৰক লৈ বিতৰ্ক! বাংগালুৰুৰ এনএলএছআইইউত প্ৰদৰ্শন বাতিলৰ দাবীত কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ এবিভিপিৰ

উমৰ খালিদৰ তথ্যচিত্ৰক লৈ বিতৰ্ক! বাংগালুৰুৰ এনএলএছআইইউত প্ৰদৰ্শন বাতিলৰ দাবীত কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ এবিভিপিৰ

September 15, 2026 2:45 pm
নিশা শুই আছিল পৰিয়ালটো; হঠাৎ ফ্ৰীজত বিস্ফোৰণ ঘটিল! অগ্নিদগ্ধ হৈ মৃত্যু ৪ জনৰ

নিশা শুই আছিল পৰিয়ালটো; হঠাৎ ফ্ৰীজত বিস্ফোৰণ ঘটিল! অগ্নিদগ্ধ হৈ মৃত্যু ৪ জনৰ

September 15, 2026 1:24 pm
১৯ ছেপ্টেম্বৰত জুবিন ক্ষেত্ৰলৈ যাব নেকি? ন্যূনতম ভাড়াতে কেব সেৱা আগবঢ়াব ৰাজ্যিক চালক সন্থাই

১৯ ছেপ্টেম্বৰত জুবিন ক্ষেত্ৰলৈ যাব নেকি? ন্যূনতম ভাড়াতে কেব সেৱা আগবঢ়াব ৰাজ্যিক চালক সন্থাই

September 15, 2026 12:48 pm
মোবাইলৰ ইএমআই দিব নোৱাৰাৰ ‘শাস্তি’! ব্লাড বেংকলৈ নি জোৰ কৰি ল’লে তেজ, ৫ দিনৰ মূৰত উদ্ধাৰ যুৱক

মোবাইলৰ ইএমআই দিব নোৱাৰাৰ ‘শাস্তি’! ব্লাড বেংকলৈ নি জোৰ কৰি ল’লে তেজ, ৫ দিনৰ মূৰত উদ্ধাৰ যুৱক

September 15, 2026 12:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উমৰ খালিদৰ তথ্যচিত্ৰক লৈ বিতৰ্ক! বাংগালুৰুৰ এনএলএছআইইউত প্ৰদৰ্শন বাতিলৰ দাবীত কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ এবিভিপিৰ

উমৰ খালিদৰ তথ্যচিত্ৰক লৈ বিতৰ্ক! বাংগালুৰুৰ এনএলএছআইইউত প্ৰদৰ্শন বাতিলৰ দাবীত কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ এবিভিপিৰ

September 15, 2026 2:45 pm
নিশা শুই আছিল পৰিয়ালটো; হঠাৎ ফ্ৰীজত বিস্ফোৰণ ঘটিল! অগ্নিদগ্ধ হৈ মৃত্যু ৪ জনৰ

নিশা শুই আছিল পৰিয়ালটো; হঠাৎ ফ্ৰীজত বিস্ফোৰণ ঘটিল! অগ্নিদগ্ধ হৈ মৃত্যু ৪ জনৰ

September 15, 2026 1:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd