• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাতিপুৱাৰ পৰাই চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
April 27, 2019 2:16 pm
WhatsApp Image 2019-04-27 at 11.45.33 AM

কলিয়াবৰত প্ৰশাসনৰ উচ্ছেদ অভিযানৰ দৃশ্য

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি  কলিয়াবৰৰ বাণিজ্যিক কেন্দ্ৰ জখলাবন্ধাত কলিয়াবৰ মহকুমা প্ৰশাসনে উচ্ছেদ অভিযান চলাই। কলিয়াবৰ মহকুমা প্ৰশাসন আৰু জখলাবন্ধা আৰক্ষীয়ে ৰাতিপুৱাৰে পৰা অঞ্চলটোৰ বিভিন্ন অবৈধ দোকান-পোহাৰত বুলডজাৰেৰে তীব্ৰ অভিযান চলাই।

তথ্য অনুসৰি, বিগত ১৯ এপ্ৰিলত জখলাবন্ধাৰ প্ৰবীৰ ৰয় নামৰ এজন যুৱ ব্যৱসায়ীয়ে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা নিশা ঘৰলৈ ওভতি আহি থকাৰ সময়ত জখলাবন্ধাৰ পৰা চিকনি সংযোগী পথত এখন চুইফট ডিজায়াৰ গাড়ীয়ে তীব্ৰ  বেগেৰ ব্যৱসায়ীজনক খুণ্ডা মাৰে আৰু এই দুৰ্ঘটনাটোত যুৱ ব্যৱসায়ীগৰাকীৰ মৃত্যু ঘটে।

Apply Now

ঘটনাটোৰ প্ৰতিবাদত ২০ এপ্ৰিলত জখলাবন্ধাৰ সকলো ব্যৱসায়ীয়ে লগ হৈ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি  চিকনি-জখলাবন্ধা পথটো সম্প্ৰসাৰণৰ বাবে দাবী উত্থাপন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

WhatsApp Image 2019-04-27 at 11.45.31 AM
কলিয়াৰত উচ্ছেদ অভিযানৰ দৃশ্য।

প্ৰতিবাদকাৰী সকলক শান্ত কৰাৰ বাবে কলিয়াবৰ মহকুমাৰ কাৰ্যবাহী দণ্ডাধীশে পথটো অচিৰেই সম্প্ৰসাৰণ কৰা হ’ব বুলি আশ্বাস দিয়ে। এই আশ্বাসৰ প্ৰতিফলস্বৰূপে ২০ এপ্ৰিলত কলিয়াবৰ মহকুমাৰ কাৰ্যবাহী দণ্ডাধীশদ্বয় অমৰজ্যোতি নাথ ,বাৰ্বী হাজৰিকা আৰু জখলাবন্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত অঞ্চলটোত উচ্ছেদ অভিযান চলোৱা হয়।

জখলাবন্ধাৰ মাজেৰে  যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষত বিগত বহু বছৰৰ পৰা অবৈধ পাৰ্কিং আৰু পদপথৰ ওপৰত বহুতো সৰু-বৰ ব্যৱসায়ী প্ৰতিষ্ঠান অনুমতিবিহীনভাবে গঢ়লৈ উঠাত সাধাৰণ জনতাই যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগৰ সন্মুখিন হ’বলগীয়া হৈ আহিছে।

আনহাতে, অবৈধ পাৰ্কিংৰ ফলত জখলাবন্ধাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যথেষ্ট যান-যতৰ সৃষ্টি হোৱাৰ লগতে পথ দুৰ্ঘটনাৰ সংখ্যা বাঢ়ি গৈ আছে। এনেবোৰ সমস্যা সমাধানৰ বাবে প্ৰশাসনে ২০ এপ্ৰিলত চলোৱা উচ্ছেদ অভিযানত একাংশ ব্যৱসায়ীয়ে বাধা প্ৰদান কৰি ইয়াৰ বাবে প্ৰশাসনৰ ফালৰ পৰা কিছুদিনৰ সময় বিচাৰে।

ৰাইজৰ দাবীৰ প্ৰতি সহাৰি জনাই প্ৰশাসনে সাময়িকভাবে উচ্ছেদ অভিযান বন্ধ ৰাখে যদিও স্থানীয় ব্যৱসায়ীসকলৰ লগত ২৫ এপ্ৰিলত অনুষ্ঠিত হোৱা প্ৰশাসনৰ আলোচনা মৰ্মে আজিৰ পৰা পুনৰ উচ্ছেদ অভিযান চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ৰিদিপ শৰ্মা

ৰিদিপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd