• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দুভাগত বিভক্ত বিজেপি : গঠন হ’ল নতুন দল, নতুন দলৰ নাম বিন্ধ্যা জনতা পাৰ্টি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 12, 2023 5:02 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচন। সম্ভৱত ২০২৩ চনৰ শেষৰ ফালে ভাৰতীয় নিৰ্বাচন আয়োগে অনুষ্ঠিত কৰিব ৰাজ্যখনৰ বিধান সভা নিৰ্বাচনৰ ভোটগ্ৰহণ।

এনে সময়তে ৰাজ্যখনত দুভাগত বিভক্ত হ’ল ভাৰতীয় জনতা পাৰ্টি। অলপতে ৰাজ্যখনৰ বিজেপি দলৰ বিধায়ক নাৰায়ণ ত্ৰিপাঠিয়ে নতুন দল গঠনৰ কথা ঘোষণা কৰিছে। ত্ৰিপাঠিয়ে নতুন দলৰ কথা ঘোষণা কৰি কৈছে যে অহা বিধান সভাৰ নিৰ্বাচনত নতুন দলটোৰ পৰা ৩০ জন বিধায়কে ৩০ খন আসনৰ পৰা প্ৰাৰ্থীত্ব আগিবঢ়াব।

Apply Now

নাৰায়ণ ত্ৰিপাঠীৰ দ্বাৰা নতুনকৈ গঠন হোৱা দলটোৰ নাম হৈছে বিন্ধ্যা জনতা পাৰ্টি, চমুকৈ ভিজেপি। বিন্ধ্যা প্ৰদেশৰ পুনৰুজ্জীৱন আৰু পুনৰ্গঠনৰ দাবীত বিদ্ৰোহী আচৰণেৰে ত্ৰিপাঠিয়ে গঠন কৰিছে এই নতুনই দলটো।

খবৰ অনুসৰি অহা ১৫ এপ্ৰিলৰ ভিতৰত ভিজেপিৰ পঞ্জীয়ন সম্পূৰ্ণ হ’ব।

মাইহাৰ ষ্টেডিয়ামত অনুষ্ঠিত বিন্ধ্যা প্ৰিমিয়াৰ লীগ ছিজন ২ৰ সামৰণি অনুষ্ঠানত ত্ৰিপাঠীয়ে নিজেই ঘোষণা কৰে যে ভিজেপিৰ প্ৰাৰ্থীয়ে ৰেৱা আৰু শ্বাহদোল অঞ্চলৰ ৩০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব।

ত্ৰিপাঠীয়ে বিন্ধ্যাবাসীক অঞ্চলটোৰ পুনৰুজ্জীৱনৰ সংগ্ৰামত নতুন দলটোক সহায় আৰু সহযোগ কৰিবলৈ আহ্বান জনাইছে।

চাৰিবাৰকৈ এছ পি, কংগ্ৰেছ, আৰু বিজেপিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা দক্ষ ৰাজনীতিক ত্ৰিপাঠীয়ে নেতাজী সুভাষ চন্দ্ৰ বসুৰ “আপুনি মোক তেজ দিয়ক, মই আপোনাক স্বাধীনতা দিম” শ্লোগানটো আওৰাই বিন্ধ্যাবাসীক সমৰ্থনৰ বাবে আহ্বান জনায়।

লগতে ত্ৰিপাঠিয়ে কয়, ‘‘এইবাৰ বিজেপিৰ প্ৰাৰ্থীয়েও বিজেপি আৰু কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব। বিন্ধ্যাৰ ৰাইজে হয়তো বিন্ধ্যা দলৰ সৈতে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত ল’ব।’’

উল্লেখ্য যে বিগত বিধান সভা নির্বাচনত বিন্ধ্যা অঞ্চলৰ ৩০খন আসনৰ ভিতৰত ২৭খন আসনত বিজেপিয়ে জয়লাভ কৰিছিল৷

“আমি আমাৰ বিন্ধ্যাক আগুৱাই লৈ যাম। এই ৩০খন আসনৰ পৰাই এই যাত্ৰাৰ আৰম্ভণি হ’ব আৰু তাৰ পিছত সেইবোৰ জিলা আৰু অঞ্চলসমূহলৈকো দলটোক সম্প্ৰসাৰণ কৰা হ’ব, যিবোৰ মধ্যপ্ৰদেশত একত্ৰীকৰণৰ পূৰ্বে বিন্ধ্য প্ৰদেশৰ অংশ আছিল।’’ লগতে ত্ৰিপাঠীয়ে কয়।

ত্ৰিপাঠীয়ে কয় যে চৰকাৰে বিন্ধ্যাক ৰাজ্য আৰু মাইহাৰক জিলা কৰি তুলিব লাগিব। আমাৰ লগত অন্যায় কৰা হৈছে। আমাৰ বিন্ধ্য আমাৰ পৰা কাঢ়ি লোৱা হৈছে আৰু আমি পুনৰ আমাৰ অধিকাৰ ঘূৰাই লম।

এতিয়া বিজেপিৰ পৰা ওলাই গৈ নতুনকৈ আঞ্চলিকতাবাদী দল গঠন কৰা ত্ৰিপাঠিয়ে নতুন দলটোক কেনেদৰে আগুৱাই নিবলৈ সক্ষম হয় আৰু এই নতুন দলটোৱে ৰাজ্যখনৰ ৰাজনীতি কইদৰে প্ৰভাৱ বিস্তাৰ কৰে সেয়া হ’ব লক্ষ্যনীয়। কিন্তু বিজেপিত ফাঁট মেলা এই ঘটনাই এতিয়া সমগ্ৰ দেশৰ ৰাজনীতিত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

July 29, 2026 5:48 pm
লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

July 29, 2026 4:51 pm
`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

July 29, 2026 4:13 pm
মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

July 29, 2026 5:48 pm
লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

July 29, 2026 4:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd