• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডি এম কেৰ সদস্যসকলক অপমান! শিক্ষামন্ত্ৰী প্ৰধানৰ বিৰুদ্ধে লোকসভাত বিশেষাধিকাৰ ভংগৰ জাননী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2025 10:11 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে লোকসভাত বিশেষাধিকাৰ ভংগৰ জাননী দিছে ডি এম কেই। এটা প্ৰকল্পৰ ওপৰত বিতৰ্কৰ সময়ত প্ৰধানে ডি এম কে (দ্ৰাবিড়া মুনেত্ৰ কাঝাগম)ৰ সদস্যসকলক “অসভ্য” বুলি অভিহিত কৰাৰ পিছত   তেওঁলোকে এই পদক্ষেপ গ্ৰহণ কৰে।

জাননীখনত মন্ত্ৰীগৰাকীয়ে সংসদক বিপথে পৰিচালিত কৰি তামিলনাডুৰ ভাৱমূৰ্তি ক্ষতিগ্ৰস্ত কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। ডি এম কেৰ সাংসদ কানিমোজিয়ে কয় যে তামিলনাডুৰ সমগ্ৰ শিক্ষা প্ৰকল্পৰ বাবে ধন আৱন্টন নকৰাৰ সন্দৰ্ভত ডি এম কেৰ সাংসদ টি সুমাথিৰ প্ৰশ্নৰ উত্তৰত প্ৰধানে “ক্ষতিকাৰক, বিভ্ৰান্তিকৰ আৰু মানহানিকাৰক” মন্তব্য কৰিছে।

Apply Now

জাননীখনত উল্লেখ কৰা হৈছে যে ধৰ্মেন্দ্ৰ প্ৰধানে দাবী কৰিছে যে তামিলনাডুৱে পিএম-শ্ৰী প্ৰকল্প সন্দৰ্ভত কেন্দ্ৰৰ সৈতে বুজাবুজিৰ চুক্তিত সন্মতি প্ৰকাশ কৰিছে যদিও পিছত সিদ্ধান্ত সলনি কৰিছে।

কানিমোজিয়ে অভিযোগ কৰে যে ডি এম কেৰ সাংসদসকলৰ বিৰুদ্ধে একেধৰণৰ “ভুল আৰু বিভ্ৰান্তিকৰ” দাবী কৰি তামিলনাডুৰ ভাৱমূৰ্তি কলংকিত কৰাৰ চেষ্টা কৰা হৈছে। তেওঁ ইয়াক সংসদৰ মৰ্যাদা খৰ্ব কৰা বুলি অভিযোগ কৰে।

বিতৰ্কৰ মূলতে আছে সমগ্ৰ শিক্ষা আঁচনিখনৰ পুঁজি আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ৰূপায়ণৰ অংশ পি এম-শ্ৰীৰ ধন। তামিলনাডুৰ দুই ভাষাৰ নীতি (তামিল আৰু ইংৰাজী)ৰ ওপৰত হিন্দী জাপি দিয়াৰ প্ৰয়াস বুলি লক্ষ্য কৰি ডি এম কেই এন ই পিৰ তিনি ভাষাৰ নীতিৰ বিৰোধিতা কৰে। প্ৰধানৰ এই মন্তব্যৰ পিছতে ডি এম কেৰ সাংসদসকলে লোকসভাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে, যাৰ ফলত কাৰ্য্যবিধি সাময়িকভাৱে স্থগিত ৰখা হয়।

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম.কে. ষ্টেলিনে প্ৰধানৰ ‘অহংকাৰী’ আচৰণক গৰিহনা দি মন্তব্য কৰে যে তেওঁ ৰাজ্যখনৰ মানুহক অপমান কৰিছে। ডি এম কেৰ দাবী, পুঁজিৰ সৈতে এন ই পি গ্ৰহণৰ চৰ্ত সংযোজন কৰি কেন্দ্ৰই ইয়াৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে।  প্ৰধানে এটা আপত্তিজনক শব্দ প্ৰত্যাহাৰ কৰিলেও বিৰোধীয়ে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

September 26, 2026 2:45 pm
টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

September 26, 2026 2:17 pm
গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

September 26, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd