• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আম খোৱাৰ পিছত বাকলিবোৰ পেলাই নিদিব : ব্যৱহাৰ কৰক এইদৰে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 24, 2024 4:11 pm
1.5k
VIEWS
Share on FacebookShare on Twitter

মানুহে গ্ৰীষ্মকাললৈ অপেক্ষা কৰে কাৰণ এই বতৰত আমৰ সোৱাদ ল’বলৈ পায়। আম কেৱল সুস্বাদুৱেই নহয় বৰঞ্চ বহু দিশত আমাৰ স্বাস্থ্যৰ বাবেও উপকাৰী। বহুতে আম খাই বৰ ভাল পায়। বহুতে আমৰ ৰসো খাই ভাল পায়।

কিন্তু সকলোৱে আম খাই বাকলিবোৰ পেলাই দিয়ে বা গৰু ছাগলীক খাবলৈ দিয়ে। কিন্তু আমৰ বাকলিবোৰ আমি উচিত ব্যৱহাৰ কৰিব পাৰো।

আজি আমি আপোনালোকক আমৰ বাকলিৰ ব্যৱহাৰৰ বিষয়ে ক’ম।

আমৰ খোলাত আঁহ, এন্টিঅক্সিডেন্ট, ভিটামিন চি, এ, কে, পটাছিয়াম আৰু মেগনেছিয়াম আদি পুষ্টিকৰ উপাদান থাকে। ই ছালৰ বাবে অতি উপকাৰী। ইয়াৰ দ্বাৰা ছালৰ লগত জড়িত বহু সমস্যা দূৰ কৰাত সহায়ক হ’ব পাৰে। বয়সৰ আগতে মুখত বলিৰেখা বা বয়স বৃদ্ধিৰ লক্ষণ দেখা দিয়া। এই সকলোবোৰৰ পৰা সকাহ পোৱাত আৰু ছালখন জিলিকি উঠাত আম বাকলিয়ে সহায় কৰিব পাৰে। ইয়াৰ বাবে আপুনি আমৰ বাকলি পেষ্ট বনাই মুখত লগাব লাগিব।

যদি আপুনি আচাৰ খাই ভাল পায়, তেন্তে আমৰ বাকলিৰ পৰা আচাৰো তৈয়াৰ কৰিব পাৰে। কুকাৰত আমৰ বাকলিবোৰ দি তাত এচামুচ নিমখ আৰু অলপ হালধী দিব। তাৰপিছত কুকাৰত আধাকাপ পানী দি গেছত থৈ তিনিবাৰ হুইচেল মৰাৰ পিছত বাকলিবোৰ উলিয়াই পানীৰ পৰা পৃথক কৰি আন এটা পাত্ৰত ৰাখিব। তাৰ পিছত বাকলিবোৰ সৰু সৰুকৈ কাটি তাৰ পিছত বাকলিবোৰত বিভিন্ন মছলা ভালদৰে মিহলাই লওক। কেৰাহীত তেল গৰম কৰি সৰিয়হৰ গুটিৰ লগত গৰম কৰি লওক। ৰঙচুৱা হোৱাৰ পিছত কেৰাহীত জিৰা আৰু আমৰ বাকলিবোৰ দিব। পানী সম্পূৰ্ণ শুকুৱাই তেল পৃথক নোহোৱালৈকে মিশ্ৰণটো ভাজি থাকক। এনেদৰেই তৈয়াৰ হ’ব আমাৰ বাকলিৰ আচাৰ।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd