• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

সিজোৱা কণী কিমান দেৰিলৈকে খোৱাৰ উপযুক্ত হৈ থাকে জানেনে?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 21, 2024 1:03 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাতিপুৱাৰ খাদ্য হিচাপেই হওক বা অফিচৰ টিফিনত হওক, প্ৰতিদিনে এটা বা দুটা সিজোৱা কণী খোৱাৰ অভ্যাস বহুতৰে আছে।

স্বাস্থ্যসন্মত খাদ্য হিচাপে বহু খাদ্যৰ লগতে কণী খাব পাৰি। কণী প্ৰটিনৰ এক উত্তম উৎস, গতিকে যিকোনো ৰোগত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ চিকিৎসক আৰু পুষ্টিবিদসকলে কণী খোৱাৰ পৰামৰ্শ দিয়ে।

Apply Now

অৱশ্যে বহুতেই ৰাতি সিজাই থোৱা কণী পুৱা খায়। ৰাতিপুৱাই সিজাই অফিচলৈ লৈ অনা কণী দুপৰীয়া খায়। কিন্তু এনেকৈ সিজোৱাৰ বহু সময়ৰ পিছত কণীটো খালে স্বাস্থ্যৰ ক্ষতি হোৱাৰ সম্ভাৱনা হে বেছি।

সিজোৱা কণী ফ্ৰীজত এসপ্তাহ ভালদৰে থাকে। কিন্তু ফ্ৰীজত নথ’লে সিজোৱা কণী তিনি ঘণ্টাৰ ভিতৰত খালে ভাল। কাৰণ কণী সংৰক্ষণৰ বাবে ৪.৪ ডিগ্ৰী চেলছিয়াছৰ তলৰ উষ্ণতাৰ প্ৰয়োজন হয়। সিজোৱা কণী ফ্ৰীজত এই উষ্ণতাত থৈ দিলে কিছুদিন ভালকৈ থাকে। কিন্তু খোলাকৈ ৰাখিলে কেইটামান ঘন্টাৰ পিছতে ইয়াৰ খাদ্যগুণ নষ্ট হোৱাৰ সম্ভাৱনা থাকে। সিজোৱাৰ দীৰ্ঘসময়ৰ পিছত কণী খালে স্বাস্থ্যৰো ক্ষতি হ’ব পাৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চন্দ্ৰপৃষ্ঠত প্ৰচণ্ড খুন্দা মাৰিব ৰকেটে! চন্দ্ৰৰ গাত নতুন দাগ লগাব আমেৰিকাই? অপেক্ষাত অস্থিৰ বিজ্ঞানীসকল

চন্দ্ৰপৃষ্ঠত প্ৰচণ্ড খুন্দা মাৰিব ৰকেটে! চন্দ্ৰৰ গাত নতুন দাগ লগাব আমেৰিকাই? অপেক্ষাত অস্থিৰ বিজ্ঞানীসকল

August 2, 2026 12:22 pm
অসমৰ বান পৰিস্থিতিৰ কিছু উপশম ঘটিছে; এতিয়াও বানাক্ৰান্ত ১.৭৮ লাখৰো অধিক লোক

অসমৰ বান পৰিস্থিতিৰ কিছু উপশম ঘটিছে; এতিয়াও বানাক্ৰান্ত ১.৭৮ লাখৰো অধিক লোক

August 2, 2026 10:34 am
পুৱাই ভয়ংকৰ বিমান দুৰ্ঘটনা! ভাঙি পৰিল পৰ্যটক কঢ়িওৱা বিমান; পাইলটসহ ১৩ জনৰ মৃত্যু

পুৱাই ভয়ংকৰ বিমান দুৰ্ঘটনা! ভাঙি পৰিল পৰ্যটক কঢ়িওৱা বিমান; পাইলটসহ ১৩ জনৰ মৃত্যু

August 2, 2026 10:01 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 2, 2026 9:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চন্দ্ৰপৃষ্ঠত প্ৰচণ্ড খুন্দা মাৰিব ৰকেটে! চন্দ্ৰৰ গাত নতুন দাগ লগাব আমেৰিকাই? অপেক্ষাত অস্থিৰ বিজ্ঞানীসকল

চন্দ্ৰপৃষ্ঠত প্ৰচণ্ড খুন্দা মাৰিব ৰকেটে! চন্দ্ৰৰ গাত নতুন দাগ লগাব আমেৰিকাই? অপেক্ষাত অস্থিৰ বিজ্ঞানীসকল

August 2, 2026 12:22 pm
অসমৰ বান পৰিস্থিতিৰ কিছু উপশম ঘটিছে; এতিয়াও বানাক্ৰান্ত ১.৭৮ লাখৰো অধিক লোক

অসমৰ বান পৰিস্থিতিৰ কিছু উপশম ঘটিছে; এতিয়াও বানাক্ৰান্ত ১.৭৮ লাখৰো অধিক লোক

August 2, 2026 10:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd