• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

Benefits of Curd : দৈ আমাৰ বাবে কিমান উপকাৰি আপোনালোকে জানেনে?

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
July 12, 2022 5:18 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দৈ অসমীয়া সমাজৰ সকলোৰে চিনাকি৷ দৈ হৈছে গাখীৰৰ পৰা উৎপন্ন এবিধ খাদ্য দ্ৰব্য৷ কোৱা হয় যে গাখীৰতকৈও দৈ বেছি উপকাৰী। গাখীৰৰ ৰাসায়নিক পৰিৱৰ্তন ঘটি গোট মৰা ৰূপটোকে দৈ বুলি কোৱা হয়৷

দৈ স্বাস্থ্য আৰু সৌন্দর্য উভয়ৰ বাবেই খুব ভাল। অসম তথা ভাৰতৰ উপৰি বিদেশৰ লোকসকলেও দিনৰ ভাগত এই খাদ্য গ্রহণ কৰে।

Apply Now

সতেজ দৈত প্ৰচুৰ পুষ্টি পোৱা যায়, যি আমাৰ দেহৰ বাবে উপকাৰী৷ চিকিৎসক আৰু ডায়েটিচিয়ানসকলে দুপৰীয়াৰ খাদ্যত এক বাটি দৈ খোৱাৰ পৰামর্শ দিয়ে।

গাখীৰত অধিক মাত্ৰাত ফেট আৰু মসৃণতা আছে যাৰ কাৰণে ই কিছু সময় পিছত শৰীৰত পার্শ্ব প্রতিক্রিয়া সৃষ্টি কৰে।

অসমীয়া লোকে জলপান যেনে– কোমল চাউল, বকা চাউল, চিৰা, মুড়ি, পিঠাগুড়ি, সান্দ গুৰি, চাগোৰ আদিৰ লগত দৈ মিহলাই খায়৷ ঠাইভেদে গৰু, ছাগলী, ম’হ, ভেড়া, উট, য়াক আদি জন্তুৰ পৰাই দৈ প্ৰস্তুত কৰা হয়৷

Also Read : Health benefits of Panta bhat: গৰমৰ দিনত পঁইতা ভাত বহুতৰে প্রিয়, কিন্তু আপোনালোকে তাৰ উপকাৰিতাৰ বিষয়ে জানেনে?

ম’হৰ গাখীৰৰ দৈৰ সোৱাদেই সুকীয়া৷ ইয়াৰ নিয়মিত সেৱনে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ বয়সিয়াল লোকৰ বাবে দৈ বিশেষভাৱে উপকাৰী৷

দৈত প্ৰ’টিন আৰু কেলচিয়াম প্ৰচুৰ পৰিমাণে থাকে, যিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰে৷ দৈৰ কেলচিয়াম আৰু লেষ্টি˜ক এচিডে গাৰ ছালৰ কোমলতা বৃদ্ধি কৰাত অৱদান যোগায়৷ দৈৰ সৈতে নিমৰ পাত মিহিকৈ পিহি ছালৰ ৰোগ, খৰ আদিত লগালে সুফল পোৱা যায়৷

টেঙা দৈৰে মূৰ ধুলে মূৰৰ উফি নাইকিয়া হয়৷ বৃদ্ধাৱস্থাত প্ৰতিদিনে কমেও ১৫০ মিঃগ্ৰাঃকৈ দৈ সেৱন কৰিলে দেহৰ এণ্টিবডীৰ বৃদ্ধি ঘটে৷ আয়ুৰ্বেদ শাস্ত্ৰৰ মতে দৈৰ লগত জালুক মিহলাই চুলি ধুলে চুলি ঘন, কোমল আৰু অধিক ক’লা হয়৷

কলৰে সৈতে দৈ খালে মুখৰ ছাল যোৱা আদিত সুফল পোৱা যায় আৰু সোনকালে মুখৰ ছাল যোৱা ৰোগ নিৰাময় হয়।দৈ অতিসাৰ শোথ ৰোগত যথেষ্ট উপকাৰী।

দৈৰে গৰমৰ দিনত বহু লোকে লাচী বনাই খাই শৰীৰৰ গৰম নিয়ন্ত্ৰণ কৰিবলৈ। ৰাতিৰ ভাগত দৈ খালে হজম নহয়৷ মূৰৰ বিষ, ৰক্তপিত্ত আদি ৰোগত ভোগা ব্যক্তিয়ে দৈ খাব নালাগে। জ্বৰ হোৱা অৱস্থাত দৈ খাব নালাগে।

দৈনন্দিন খাদ্য তালিকাত দৈৰ নিয়মীয়া অন্তৰ্ভুক্তিৰে নিঃসন্দেহে আমি আমাৰ সুস্বাস্থ্য সুনিশ্চিত কৰিব পাৰো।

Also Read ; Health Benefits Of Bryophyllum: আপোনাৰ পদূলিৰ কাষতে থকা দুপৰ টেঙাৰ আছে অনেক ঔষধি গুণ: জানো আহক এনে ঔষধি গুণৰ বিষয়ে

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd