• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুগলে সকলো জানে! ২০২৪ চনত গুগলত সবাতোকৈ বেছি সন্ধান কৰা বিষয় কেইটা কি জানেনে?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 12, 2024 5:57 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিদিনে, প্ৰতিটো ক্ষণওতে সমগ্ৰ বিশ্বত গুগল চাৰ্জ কৰা হয়। গুগলত সকলো বিষয় সম্পৰ্কেই তথ্য পোৱা যায়। প্ৰত্যেকখন দেশৰ সংস্কৃতি, ভাষা, খেল, চিনেমা আদিৰ লগতে কোনোবা এখন ঠাইত ভাল খাদ্য ক’ত পোৱা যায় তাৰ পৰ্যন্ত গুগলে কৈ দিব পাৰে।

২০২৪ চনত গুগলত আটাইতকৈ বেছিকৈ সন্ধান কৰা বিষয়কেইটা কি আপুনি জানেনে?

Apply Now

মঙলবাৰে গুগলে এই বছৰত সৰ্বাধিক সন্ধান কৰা গুগলৰ সন্ধানৰ তালিকা প্ৰকাশ কৰে।

ইয়াত সংগীত, চিনেমা, টিভি শ্ব’, ক্ৰীড়া, বাণিজ্য জগত, পৰ্যটন, হোটেল আৰু পানীয় আদি সকলো বিষয়ৰ সন্ধান তালিকা প্ৰকাশ কৰা হৈছে।

উল্লেখ্য যে শ্ব’ৰ  শিতানত শীৰ্ষ ট্ৰেণ্ডিং চাৰ্চত শীৰ্ষস্থান দখল কৰিছে সঞ্জয় লীলা ভাঞ্চালীৰ হিৰমণ্ডীয়ে। একে সময়তে এই অ’টিটি ছিৰিজত ব্যৱহৃত তাবাইফ শব্দটোও বিশ্বজুৰি সন্ধান তালিকাৰ শীৰ্ষত আছে।

গুগলৰ ইয়েৰ ইন চাৰ্চ ৰিপৰ্টত দেশবাসীৰ বিভিন্ন ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ প্ৰতি আগ্ৰহ আৰু কৌতুহল প্ৰকাশ পাইছে।

শ্ৰী ২ৰ দৰে হৰৰ-কমেডীৰ পৰা আৰম্ভ কৰি সমাজ সচেতন ছবি টুৱেলভ ফেইলছলৈকে সৰু পৰ্দাৰ হিৰমণ্ডি আৰু মিৰ্জাপুৰ চাৰ্চৰ আগস্থানত আছে।

ইয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় জনপ্ৰিয় দ্য লাষ্ট অৱ ইউ এছ আৰু কোৰিয়ান নাটক কুইন অৱ টিয়াৰ্ছৰ সন্ধান বৃদ্ধি পাইছে।

ভাৰতীয়সকল ক্ৰীড়াক লৈ পাগল। ক্ৰীড়াৰ ক্ষেত্ৰত আই পি এল, প্ৰ’ কাবাডী লীগ আৰু আই এছ এলৰ বিষয়ে ভাৰতত সৰ্বাধিক গুগল সন্ধান কৰা হৈছে।

আনহাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পেৰিছ অলিম্পিকৰ বিষয়ে আটাইতকৈ বেছিকৈ গুগলত সন্ধান কৰা হৈছে।

এইবাৰ ভাৰতীয়সকল বিদেশ ভ্ৰমণৰ প্ৰতি অধিক আগ্ৰহী আছিল। উদাহৰণস্বৰূপে আজাৰবাইজান আৰু বালি দ্বীপৰ পৰ্যটনৰ বিষয়ে ভাৰতীয় সকলে গুগলক প্ৰশ্ন সুধিছে। ঘৰুৱা পৰ্যটনৰ ক্ষেত্ৰত মানালী আৰু জয়পুৰৰ সন্ধানে শীৰ্ষস্থান দখল কৰিছে।

ভাৰতীয় জনতা পাৰ্টি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, লোকসভা নিৰ্বাচনৰ ফলাফল, কংগ্ৰেছ পাৰ্টি আাৰু ৰাহুল গান্ধী ৰাজনীতি বিষয়ক সন্ধানৰ শীৰ্ষত আছিল।

লগতে তাপ প্ৰবাহ, বায়ু প্ৰদূষণৰ জোখ-মাখ, দিল্লীৰ একিউআই, ৰতন টাটাৰ মৃত্যু আদিও সন্ধান তালিকাৰ শীৰ্ষতেই আছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd