• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

মহিলাসকলৰ বাবে : ঋতুস্ৰাৱৰ সময়ত এই কাপটো ব্যৱহাৰ কৰে নে? জানি লওক ইয়াৰ ব্যৱহাৰ আৰু উপকাৰিতা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 25, 2024 10:19 am
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঋতুস্ৰাৱৰ কাপ(Menstrual Cups) হ’ল ঋতুস্ৰাৱৰ তেজ সংগ্ৰহ কৰিবলৈ যোনিৰ ভিতৰত সুমুৱাই দিয়া সৰু, নমনীয়, পুনৰ ব্যৱহাৰযোগ্য এটা সৰু কাপ। এই কাপ টেম্পন আৰু পেডৰ বিকল্প বিকল্প হিচাপে ব্যৱহাৰ কৰা হয়। এই কাপ ছিলিকন বা লেটেক্সৰ পৰা তৈয়াৰ কৰা হয়। এই কাপ ব্যৱহাৰৰ বাবে অতি সুবিধাজনক আৰু স্বাস্থ্যসন্মত।

ঋতুস্ৰাৱৰ কাপ(Menstrual Cups) ব্যৱহাৰৰ উপকাৰিতা-

১) ডিচপজেবল পেড এবাৰ ব্যৱহাৰ কৰি পেলাই দিব লগা হয়। কিন্তু একেটা ঋতুস্ৰাৱৰ কাপ কেইবাবছৰলৈকে ব্যৱহাৰ কৰিব পাৰি। গতিকে ই দীৰ্ঘম্যাদী হোৱাৰ বাবে পেডৰ তুলনাত খুবেই কম খৰচী।

২) যিহেতু এই কাপ বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰি, গতিকে ঋতুস্ৰাৱৰ কাপে পেড আৰু টেম্পন আদি ডিচপ’জেবল ঋতুস্ৰাৱৰ সামগ্ৰীৰ পৰা উৎপন্ন হোৱা আৱৰ্জনা হ্ৰাস কৰে।

Apply Now

৩) ঋতুস্ৰাৱৰ কাপ সাধাৰণতে ৮-১২ ঘণ্টা পৰ্যন্ত পিন্ধিব পাৰি। ই পেডতকৈ অধিক সময়লৈকে ঋতুস্ৰাৱৰ তেজ সংগ্ৰহ কৰিব পাৰে।

৪) এই কাপ ব্যৱহাৰে টক্সিক শ্বক চিণ্ড্ৰম (TSS)ৰ আশংকা হ্ৰাস কৰে। টেম্পন বা পেড ব্যৱহাৰৰ লগত জড়িত কিন্তু বিপদজনক অৱস্থা টি এছ এছ হোৱাৰ সম্ভাৱনা কম এই কাপৰ ব্যৱহাৰত নাথাকে।

৫) ঋতুস্ৰাৱৰ কাপ সাধাৰণতে চিকিৎসাৰ লগত জড়িত ছিলিকন, লেটেক্স, বা ৰবৰৰ পৰা তৈয়াৰ কৰা হয়। পেডত থাকিব পৰা ৰাসায়নিক পদাৰ্থ বা ব্লিচিং এজেণ্ট ইয়াত নাথাকে নাথাকে। সেয়ে এই কাপৰ ব্যৱহাৰ অধিক সুৰক্ষিত।

৬) এই কাপ এবাৰ যোনইিৰ ভিতৰত সঠিকভাৱে সুমুৱাই দিলে সাধাৰণতে আৰামদায়ক হয়। যাৰ ফলত সাঁতোৰা, দৌৰা, যোগাসনকে ধৰি সম্পূৰ্ণ পৰিসৰৰ শাৰীৰিক কাৰ্য্যকলাপ অনায়াসে কৰিব পৰা যায়।

৭) সঠিকভাৱে সুমুৱাই দিলে ঋতুস্ৰাৱৰ কাপবোৰে যোনিৰ বেৰৰ ওপৰত এটা আৱৰণ গঠন কৰে। সেয়ে ই পেড বা আন সামগ্ৰীতকৈ বেছি ভালদৰে তেজ ধৰি ৰাখিব পাৰে।

৮) ঋতুস্ৰাৱৰ কাপে যোনিৰ pH ভাৰসাম্য বজাই ৰাখে। ঋতুস্ৰাৱৰ কাপে তেজ সংগ্ৰহ কৰি যোনিৰ প্ৰাকৃতিক আৰ্দ্ৰতা আৰু ভাৰসাম্য ৰক্ষা কৰে।

ঋতুস্ৰাৱৰ কাপ (Menstrual Cups) কেনেকৈ ব্যৱহাৰ কৰিব?

১/ পেড বা কাপোৰৰ কাম হৈছে ঋতুস্ৰাৱৰ তেজ শোষণ কৰা। কিন্তু ঋতুস্ৰাৱৰ কাপৰ প্ৰধান কাম হ’ল তেজ সংগ্ৰহ কৰা।

২/ প্ৰথমবাৰৰ বাবে ঋতুস্ৰাৱৰ কাপ ব্যৱহাৰ কৰাটো অলপ কৌশলী যেন লাগিব পাৰে, কিন্তু অনুশীলনৰ লগে লগে ই সহজ আৰু আৰামদায়ক হৈ পৰে।

৩/ বয়স, যোনীৰ আকাৰ, আৰু আপুনি যোনিৰ দ্বাৰা সন্তান জন্ম দিছে নে নাই আদি কাৰকৰ ওপৰত ভিত্তি কৰি ঋতুস্ৰাৱৰ কাপবোৰ বিভিন্ন আকাৰৰ (সাধাৰণতে সৰু আৰু ডাঙৰ) হয়। সেয়ে আপোনাৰ যোনীৰ ধৰণ তথা আকাৰ অনুসৰি এটা জোখৰ ঋতুস্ৰাৱৰ কাপ বাচি লওক।

৪) কাপটো যোনীত সোমোৱা বা উলিয়াই অনাৰ আগতে সদায় চাবোনেৰে হাত খন ধুই লওক। ব্যৱহাৰৰ আগতে ৫-১০ মিনিট পানীত উতলাই ঋতুস্ৰাৱৰ কাপটো বীজাণুমুক্ত কৰক।

৫) আৰামদায়ক এটা অৱস্থাত বহি বা শুই লওক। যিটো অৱস্থাত থাকিলে যোনীত সহজে কাপটো ভৰাই দিব পাৰে সেইটো অৱস্থাত অৱস্থান কৰক। আপুনি শৌচাগাৰ, বিচনা, চকী আদিত ভৰি দুখন মেলি বহি ল’ব পাৰে। অথবা এখন ওখ টোল বা ওখ কিহবাত এখন ভৰি উঠাই লৈও যোনীৰ ভিতৰত কাপটো ভৰাব পাৰে।

৬) কাপটো যোনীত ভৰোৱাৰ সময়ত যিমান পাৰে সিমান আপোনাৰ পেশীবোৰ শিথিল কৰি আৰামত ৰওক।

৭) কাপটো সোমোৱাৰ বাবে সৰু কৰিবলৈ কেইবাটাও ভাঁজ কৌশল আছে। কাপৰ কাষবোৰ একেলগে টিপি ইয়াক সমতল কৰি ল’ব পাৰে, তাৰ পিছত ইয়াক আধা ভাঁজ কৰি “C” বা “U” আকৃতিৰ গঠন কৰি যোনীত ভৰাব পাৰে।

৮)  ভাঁজ কৰা কাপটো ধৰি লাহে লাহে যোনিৰ ভিতৰত সুমুৱাওক। কাপটো আপোনাৰ ভৰিৰ হাড়ৰ ফালে লক্ষ্য কৰি লওক (সামান্য কোণীয়াকৈ, পোনে পোনে ওপৰলৈ নহয়)। কাপটো যোনিৰ নলীত, জৰায়ুৰ মুখৰ তলত স্থানলৈ ঠেলিব লাগে।

৯) এনেদৰে যোনীত এবাৰ কাপটো সুমুৱাই দিলে কাপটো খোল খাব। তাৰপিছত আপুনি কাপটো ঘূৰাই বা ইয়াৰ গুৰিৰ চাৰিওফালে আঙুলিটো চলাব পাৰে যাতে নিশ্চিত হয় যে ই সম্পূৰ্ণৰূপে খোল খাইছে আৰু যোনিৰ বেৰৰ ওপৰত আৱৰণ গঠন কৰিছে।

১০) কাপটো উলিয়াবৰ সময়ত হাতখন ভালদৰে ধুই লৈ আৰামদায়ক বা সুবিধাজনকভাবে অৱস্থান গ্ৰহণ কৰি লাহে লাহে কাপটোৰ গুৰিত ধৰি উলিয়াই আনক।

১১) ব্যৱহাৰৰ পিছত কাপটো ঠাণ্ডা পানীৰে ধুই লওক যাতে দাগ নপৰে। তাৰ পিছত মৃদু, সুগন্ধিহীন চাবোন আৰু গৰম পানীৰে কাপটো বীজাণুমুক্ত হোৱাকৈ পৰিস্কাৰ কৰক। ৫ ৰ পৰা ১০ মিনিটলৈকে উতলা গৰমপানীত কাপটো থৈ দিলে ই বীজাণুমুক্ত হৈ পৰে।

 

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

June 20, 2026 6:45 am
“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

June 20, 2026 6:45 am
“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd