• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰথমবাৰৰ বাবে গৰ্ভস্থিত শিশুৰ মগজুৰ জটিল অস্ত্ৰোপচাৰ সম্পন্ন! চিকিৎসকৰ কীৰ্তিত স্তম্ভিত বিশ্ব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 5, 2023 4:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাতৃৰ গৰ্ভত বাঢ়ি অহা শিশুৰ মগজুৰ জটিল অস্ত্ৰোপচাৰ কৰি আমেৰিকান চিকিৎসকৰ এটা দলে বিশ্ববাসীক স্তম্ভিত কৰি তুলিছে। আমেৰিকাৰ বষ্টনৰ এখন চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা। মাতৃৰ গৰ্ভত থকা শিশুৰ মগজুৰ অস্ত্ৰোপচাৰ বিৰল আৰু বিশ্বত এয়া প্ৰথম।

পৰীক্ষাত দেখা যায় যে মাতৃৰ গৰ্ভত থকা শিশুটিৰ মগজুৰ ৰক্তবাহী নলীৰ সমস্যা আছে। এই মগজুৰ সমস্যাটোক ‘Venus of Galen Malformation’ বুলি কোৱা হয়। এই সমস্যাৰ সৃষ্টি হয় যেতিয়া মগজুৰ পৰা হৃদযন্ত্ৰলৈ তেজ কঢ়িয়াই নিয়া ৰক্তবাহী নলীবোৰ সঠিকভাৱে গঠন নহয়। ইয়াৰ ফলত ৰক্তবাহী নলী আৰু হৃদযন্ত্ৰৰ ওপৰত  চাপৰ সৃষ্টি হয়, যাৰ ফলত একাধিক শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে।

লগতে পঢ়ক: চকুৰ কূটা দাঁতৰ শাল! তুৰস্কত ৰাছিয়াৰ প্ৰতিনিধিক চৰ-ঘোচা ইউক্ৰেইন সাংসদৰ (ভিডিঅ’ চাওক)

Apply Now

বষ্টনৰ সেই চিকিৎসালয়খনৰ চিকিৎসক ডেৰেন অৰবাকে কয় যে এই শাৰীৰিক অৱস্থাৰ ক্ষেত্ৰত জন্মৰ পিছত শিশুটিৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ ফলত মগজুৰ ক্ষতি হ’ব পাৰে, আনকি মৃত্যুও হ’ব পাৰে।

চিকিৎসকে কয় যে এই শাৰীৰিক অৱস্থাৰ ক্ষেত্ৰত জন্মৰ পিছত কেথেটাৰৰ জৰিয়তে মগজুৰ ৰক্তবাহী নলীত এক প্ৰকাৰৰ কইল সুমুৱাই দিয়া হয়। ইয়াৰ ফলত ৰক্তপ্ৰবাহ কমি যায়। কিন্তু বেছিভাগ ক্ষেত্ৰতে এই চিকিৎসাত পলম হৈ যায়। তেনে ক্ষেত্ৰত শিশুৰ শাৰীৰিক জটিলতাৰ সৃষ্টি হয়।

লগতে পঢ়ক: অগ্নিগৰ্ভ দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ মণিপুৰ; হঠাতে কিয় জ্বলি উঠিল শান্ত হৈ থকা ৰাজ্যখন?

অৰবাকে কয় যে, এই শাৰীৰিক সমস্যাৰে জন্ম লোৱা শিশুৰ ৫০ৰ পৰা ৬০ শতাংশই অসুস্থ হৈ পৰে। এনে শিশুৰ মৃত্যুৰ হাৰ ৪০ শতাংশ। যিসকল বাচি থাকে, তেওঁলোকৰ স্নায়ুৰ সমস্যা হয়।

জনা যায় যে মাতৃৰ গৰ্ভত স্বাভাৱিকভাৱে বাঢ়ি আহিছিল কন্যা শিশুটি। আল্ট্ৰাছাউণ্ডৰ সময়ত তেওঁৰ মগজুৰ ৰক্তবাহী নলীৰ সমস্যা হোৱা বুলি জনা যায়। গৰ্ভাৱস্থাত বহু শিশু এই ৰোগত আক্ৰান্ত হয়। ইয়াৰে বহুতেই জন্মৰ পিছত জীয়াই নাথাকে। ডেনভাৰৰো হৃদযন্ত্ৰৰ সমস্যা আছিল। ভেছকুলাৰৰ সমস্যা বাঢ়ি আহিছিল। গৰ্ভত থকা অৱস্থাত চিকিৎসকে ৩৪ সপ্তাহত শিশুটিৰ মগজুৰ অস্ত্ৰোপচাৰ কৰে। গৰ্ভস্থ অৱস্থাত আল্ট্ৰাছাউণ্ডৰ সহায়ত ভেছকুলাৰ চাৰ্জাৰী কৰা হয়। এতিয়া শিশুটি সুস্থ হৈ উঠিছে।

লগতে পঢ়ক: দ্ৰুত সুস্থ হৈ উঠিছে ঋষভ পন্ত; দুৰ্ঘটনাৰ পিছত প্ৰথমবাৰলৈ জিমত গৈ শৰীৰচৰ্চা উইকেটকীপাৰৰ!

জানিব পৰা মতে, সফল অস্ত্ৰোপচাৰৰ দুদিন পিছতে চিকিৎসকে মহিলাগৰাকীৰ প্ৰসৱ কৰায়। জন্মৰ সময়ত শিশুটিৰ ওজন আছিল ৪.২ পাউণ্ড বা ১ কিলোগ্ৰাম ৯০০ গ্ৰাম, যিটো স্বাভাৱিকতকৈ বহু কম। জন্মৰ তিনি সপ্তাহৰ পিছতো শিশুটিৰ কোনো ধৰণৰ হৃদযন্ত্ৰৰ সহায়ৰ প্ৰয়োজন হোৱা নাই। এম আৰ আই স্কেনতো মগজুলৈ অস্বাভাৱিক তেজৰ সোঁতৰ কোনো লক্ষণ দেখা পোৱা হোৱা নাই। বৰ্তমান শিশুটি সুস্থ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd