• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মহিলাৰ পেটৰ পৰা এটা এটাকৈ উলিয়াই অনা হ’ল ৫৫ টা বেটাৰী; চকু কপালত উঠিল চিকিৎসকৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 19, 2022 5:33 pm
ফটো: সংগৃহিত।

ফটো: সংগৃহিত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Doctors removed 55 batteries from woman’s stomach এগৰাকী মহিলাৰ পেটৰ পৰা ৫০ টাতকৈও অধিক বেটাৰী অস্ত্ৰোপচাৰ কৰি উলিয়াই অনা হ’ল। আয়াৰলেণ্ডৰ এই ঘটনা পোহৰলৈ অহাৰ লগে লগে হতবাক হৈ পৰিল সকলো। তেওঁ কিছু দিনৰ পৰা অসহনীয় পেটৰ বিষত ভুগি আছিল। চিকিৎসাৰ বাবে চিকিৎসকৰ ওচৰলৈ অহাৰ লগে লগে বিভিন্ন পৰীক্ষা কৰা হয়। কিন্তু তেনেকুৱা একো বিচাৰি নোপোৱাৰ বাবে চিকিৎসকসকলে মহিলাগৰাকীক কেইটামান ঔষধ দিয়েই যাবলৈ দিয়ে।

কিন্তু কেইদিনমানৰ পিছত তেওঁ পুনৰ পেটৰ বিষত থাকিব নোৱাৰি চিকিৎসাৰ বাবে চিকিৎসালয়লৈ আহে। আয়াৰলেণ্ডৰ ডাবলিনৰ ছেইণ্ট ভিনচেণ্ট হস্পিটেলৰ চিকিৎসকসকলে তেতিয়া ইউএছজি ব্যৱহাৰ কৰি দেখে যে মহিলাগৰাকীৰ পেটত ৫৫ টা বেটাৰী সোমাই আছে।

লগতে পঢ়ক: ‘মোডী ডাঙৰীয়া, আপুনি কেৱল নিজৰ কথা ভাবে…! প্ৰধানমন্ত্ৰীক জগৰীয়া কৰি চিঠি লিখি আত্মহত্যা কৃষকৰ

Apply Now

অস্ত্ৰোপচাৰৰ প্ৰথম পৰ্যায়ত ৪৬ টা বেটাৰী উলিয়াই অনা হয়। পৰৱৰ্তী পৰ্যায়ত বাকী ৯ টা বেটাৰী উলিয়াই দিয়া হয়।

চিকিৎসকসকলে কয় যে বেটাৰীবোৰ মহিলাগৰাকীৰ পেটৰ ভিতৰত খুব বেয়াকৈ আৱদ্ধ হৈ পৰিছিল।হাড়ত লাগি বেটাৰীবোৰ ওলমি আছিল। যিকোনো সময়তে ই ভয়ংকৰ বিপদ মাতি আনিব পাৰিলেহেঁতেন।

আয়াৰলেণ্ডৰ ডাবলিনৰ ছেইণ্ট ভিনচেণ্ট হস্পিটেলৰ চিকিৎসকসকলে এইদৰে কয়, “অক্লান্ত চেষ্টা কৰি মহিলাগৰাকীৰ জীৱন ৰক্ষা কৰা সম্ভৱ হৈছে। বৰ্তমান তেওঁৰ অৱস্থা এতিয়াৰ সুস্থিৰ।

লগতে পঢ়ক: বোকাখাতত গৰু ভৰ্তি ট্ৰাক জব্দ; ট্ৰাকৰ ভিতৰত ৪০ টা মৃত গৰু উদ্ধাৰ, চালকক আটক

সূত্ৰসমূহৰ মতে, মহিলাগৰাকীয়ে নিজেই ইচ্ছাকৃতভাৱে ৫০ টাতকৈ অধিক বেটাৰী গিলিছিল। এনে ঘটনা পোহৰলৈ অহাৰ লগে লগে নেটিজেনসকল বিচুৰ্তি খাই পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd