• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

বিয়াৰ আগতে সকলো কৰা উচিত নে? প্ৰভাৱ পৰিব পাৰে বৈবাহিক জীৱনত

এন ই নাও নিউজ by এন ই নাও নিউজ
September 18, 2024 8:14 am
Interracial couple being intimate in front of window

Interracial couple being intimate in front of window

20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিবাহৰ পূৰ্বে যৌন সম্পৰ্ক কৰা আৰু নকৰা সম্পৰ্কে বিভিন্ন মুনিয়ে বিভিন্ন মত প্ৰকাশ কৰি আহিছে। আনকি সাধাৰণ লোকৰ মাজতো এই সম্পৰ্কে আছে ভিন্ন মত।

কিছুমান লোকে ভাবে যে বিয়াৰ আগতে শাৰীৰিক সম্পৰ্কত লিপ্ত নহ’লে ভাল। আন কিছুমানে আকৌ ইয়াৰ একেবাৰে বিপৰীত স্থিতি গ্ৰহণ কৰে, অৰ্থাৎ বিবাহৰ পূৰ্বে যৌন সম্পৰ্ক স্থাপন কৰাতো উচিত।

Apply Now

শেহতীয়াকৈ ব্রিগম ইয়ং বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এই বিষয়টোক লৈ এক গৱেষণা কৰিছিল। তেওঁলোকে কৰা গৱেষণাত দেখা গৈছে যে বিবাহৰ পূৰ্বে যৌন সম্পৰ্ক স্থাপন কৰিলে ভৱিষ্যতৰ বৈবাহিক সম্পৰ্কত মিশ্ৰিত প্ৰভাৱ পৰাৰ সম্ভাৱনা থাকে।

“দ্য মিথ অৱ চেক্সুৱেল এক্সপিৰিয়েন্স: ৱাই চেক্সুৱেলি ইনএক্সপিৰিয়েন্সড ডেটিং কাপলছ এক্চুৱেলি গ’ অন টু হেভ ষ্ট্ৰংগাৰ মেৰেজ” শীৰ্ষক গৱেষণাত ৩,৭৫০ জন আমেৰিকান লোকৰ যৌন আৰু বৈবাহিক জীৱনৰ তথ্যৰ আধাৰত অধ্যয়ন চলোৱা হৈছিল।

গৱেষণাটোৰ মতে মাত্ৰ ১০ৰ পৰা ২০ শতাংশ বিবাহিত পুৰুষে জীৱনকালত কেৱল পত্নীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰি আহিছে। বি ৱাই ইউৰ হুইটলী ইনষ্টিটিউটৰ ফেমিলি অধ্যয়নৰ বিশেষজ্ঞসকলে দেখুৱাইছে যে এক সংগীৰ সৈতে যৌন সম্পৰ্ক কৰি মাত্ৰ ১০%ৰ পৰা ২০% বিবাহিত জীৱনত সুখী হৈছে। অৱশ্যে তেওঁলোকে দাবী কৰে বিবাহৰ পূৰ্বে যৌন সম্পৰ্ক কৰা লোকতকৈ সংগীৰে (স্বামী–স্ত্ৰী) যৌন সম্পৰ্ক কৰি তেওঁলোকতকৈ অধিক। আৰু বিবাহ বিচ্ছেদো তেওঁলোকৰ মাজত যথেষ্ট কম।

“বিগত কিছু বছৰ ধৰি আমাৰ আৰু অন্যান্য অধ্যয়নে প্ৰমাণ কৰিছে যে বিবাহৰ পূৰ্বে যৌন অভিজ্ঞতা লাভ নকৰা দম্পতীৰ বিবাহিত জীৱন দুই পৰা তিনি গুণ অধিক সুস্থিৰ হৈ থাকে।” বিশ্ববিদ্যালয়খনৰ ফেল’ ব্ৰেইন জে উইলাফবিয়ে কয়। তেওঁৰ মতে বিবাহ পূৰ্বৰ যৌন অনভিজ্ঞতাই দুয়োৰে মাজত পাৰস্পৰিক শাৰীৰিক আৰু মানসিক বুজাপৰাৰ লগতে আৱেগিকভাৱে অধিক সংযুক্ত কৰিহে তোলে।

ইফালে অধ্যয়নটোৰ মতে বিবাহ পূৰ্ব একেবাৰে যৌন অভিজ্ঞতা থকা মাত্ৰ ১০% লোকেহে তেওঁলোকৰ বৈবাহিক জীৱনত অতি সুখী বুলি মন্তব্য কৰিছে।

আনহাতে, যৌনতা সম্পৰ্কে অনভিজ্ঞ বুলি কোৱা ৪৫% লোকে সৰ্বাধিক সুখী আৰু বৈবাহিক জীৱন অধিক সুস্থিৰ বুলি প্ৰকাশ কৰিছে। তদুপৰি, যিসকলে কেৱল নিজৰ সংগীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰি আহিছে, তেওঁলোকৰ প্ৰায় ৮০%ই পাৰস্পৰিক সম্পৰ্কত অধিক আৱেগিক ঘনিষ্ঠতা প্ৰকাশ কৰিছে। যিটো বিবাহৰ পূৰ্বে একাধিক যৌন সংগী থকা লোকসকলতকৈ ২০%তকৈও অধিক বুলি কোৱা হৈছে।

বহু সংগী থকাৰে যৌন সম্পৰ্ক কৰি অহা লোকৰ মাজত বিবাহ সম্পৰ্কে ইতিবাচক দৃষ্টিভংগী প্ৰকাশ কৰা মানুহৰ সংখ্যা অতি কম বুলিও কোৱা হৈছে। সমীক্ষাটোত বিবাহৰ পূৰ্বে পাঁচৰ পৰা নজন যৌন সঙ্গী থকা ২৫ শতাংশ আৰু ১০ বা ততোধিক যৌন সংগী থকা ১৪ শতাংশ বিবাহিত লোকে বৈবাহিক জীৱনত অধিক সুখী বুলি প্ৰকাশ কৰিছে।
আনহাতে, বিবাহৰ পূৰ্বে যৌন অনভিজ্ঞা লাভ কৰাসকলৰ ভিতৰত ৪৫ শতাংশই ভাবে যে তেওঁলোকৰ বৈবাহিক জীৱন সুস্থিৰভাৱে অধিক দিন বৰ্তি থাকিব। এনে লোকৰ ৮০ শতাংশই কয় যে তেওঁলোক নিজৰ সংগীৰ সৈতে আৱেগিকভাৱে অধিক সংযুক্ত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

June 20, 2026 5:13 pm
বিনা টিকটে ৰেল ভ্ৰমণ কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা, ৰেল বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

বিনা টিকটে ৰেল ভ্ৰমণ কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা, ৰেল বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

June 20, 2026 4:54 pm
 ৬ জুলাইৰ পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন! ১০ জুলাইত দাখিল হ’ব ৰাজ্যৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট

 ৬ জুলাইৰ পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন! ১০ জুলাইত দাখিল হ’ব ৰাজ্যৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট

June 20, 2026 4:04 pm
দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, জানক কইনাৰ পৰিচয়   

দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, জানক কইনাৰ পৰিচয়  

June 20, 2026 3:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

June 20, 2026 5:13 pm
বিনা টিকটে ৰেল ভ্ৰমণ কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা, ৰেল বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

বিনা টিকটে ৰেল ভ্ৰমণ কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা, ৰেল বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

June 20, 2026 4:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd