• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বাইকৰ পিছ ছীটত বহি ‘ৰাইড’ত ওলাল এগৰাকী বিশেষ যাত্ৰী: সামাজিক মাধ্যমত প্ৰশংসাৰ বৰষুণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 28, 2022 12:58 pm
Dog in Bike ride
56
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সামাজিক মাধ্যমত সময়ে সময়ে ভাইৰেল হোৱা কিছু বিশেষ ভিডিঅ’ই ব্যাপক চৰ্চা লাভ কৰে। এনে চৰ্চিত কিছুমান ভিডিঅ’ই সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ মন-মগজুক আলোড়িত কৰি তোলে, প্ৰশংসাত পঞ্চমুখ হৈ পৰে সকলো। বিশেষকৈ নৱ প্ৰজন্মৰ মাজত জীৱ-জন্তুৰ বিভিন্ন আদৱ-কায়দা তথা আকৰ্ষণীয় কাৰচাজিৰ ভিডিঅ’সমূহ যথেষ্ট জনপ্ৰিয় হৈ পৰিছে।

এনে এক ভিডিঅ’ই সম্প্ৰতি সামাজিক মাধ্যমত আলোড়নৰ সৃষ্টি কৰিছে। সাধাৰণতে কোৱা হয়, কুকুৰ এগৰাকী মানুহৰ আটাইতকৈ বিশ্বাসযোগ্য আৰু ভাল বন্ধু হৈ উঠিব পাৰে। বহুসময়ত এই কথাষাৰৰ সত্য হিচাপে প্ৰমাণিত হৈছেও।

Apply Now

সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হোৱা এই বিশেষ ভিডিঅ’টোও কুকুৰৰ সৈতেই জড়িত। ভিডিঅ’টোত এটা কুকুৰক দেখিবলৈ পোৱা গৈছে এক বিশেষ ৰূপত। চকুত আকৰ্ষণীয় নীলা চশমা পৰিধান কৰি, সাজ-সজ্জাৰে সাজি-কাচি বাইকত বহি ৰাইডত ওলাইছে এটা কুকুৰ।

এগৰাকী যুৱকে বাইকৰ পিছফালে কুকুৰটোক বহুৱাই যাত্ৰা কৰিছে আৰু কুকুৰটোৱেও যুৱকজনৰ পিঠিত আগ ঠেং দুটাৰে ভেঁজা দি এই যাত্ৰা উপভোগ কৰিছে। বাইকখনৰ পিছে পিছে যোৱা এখন গাড়ীত থকা এগৰাকী ব্যক্তিয়ে এই বিশেষ দৃশ্য ভিডিঅ’ কৰি ৰাখে আৰু সামাজিক মাধ্যমত শ্বেয়াৰ কৰে।

ভিডিঅ’ ক্লিপটো সামাজিক মাধ্যমত লগে লগে ভাইৰেল হৈ পৰে। এতিয়ালৈকে ৯ মিলিয়নৰো অধিক লোকে ভিডিঅ’টো চাইছে আৰু পোষ্টটোৰ তলত বিভিন্ন মন্তব্যৰে আনন্দ প্ৰকাশ কৰিছে।

সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে প্ৰশংসাৰে উপচাই পেলাইছে বাইক আৰোহী যুৱক আৰু তেওঁৰ সংগী কুকুৰটোক। কোনো কোনোৱে ভিডিঅ’টোৰ লগত শ্বেয়াৰ কৰিছে নিজৰো কুকুৰ বা অন্য জন্তুৰ সৈতে থকা তেওঁলোকৰ নিজা অভিজ্ঞতা।

Wait for it.. 😎 pic.twitter.com/2R0wx1GW0Z

— Buitengebieden (@buitengebieden) September 27, 2022

Here’s my previous dog and i(I cut myself out), he loved, loved, love riding. Btw, that pet carrier is available for another furry friend! pic.twitter.com/zdquQ4KvsS

— Gladys ☮️ is PRO CHOICE (@elwood98226) September 27, 2022

My dog in 1974, he didn’t need to be in a back pack! Best passenger ever! Lived to 19 years old pic.twitter.com/yTEJZ1P9Lc

— christopher hill (@christo83977841) September 27, 2022

pic.twitter.com/Nvn9oL861z

— Videos Engraçados 🤣🔥 (@VideosMemess) September 27, 2022

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd