• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জনস্বাস্থ্যৰ প্ৰতি বৃদ্ধাংগুষ্ঠ? ম’ম’ ফেক্টৰীৰ ফ্ৰীজত কুকুৰৰ ছিন্ন-মূণ্ড উদ্ধাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 18, 2025 10:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্জাবৰ মোহালীৰ এটা ম’ম’ কাৰখানাত অভিযান চলাই ফ্ৰীজৰ পৰা এটা কুকুৰৰ কটা মূৰ উদ্ধাৰ কৰা হয়। এই ঘটনাই স্থানীয় ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগৰ ভিত্তিত পৌৰ নিগমৰ চিকিৎসা দল আৰু স্বাস্থ্য বিভাগে যৌথভাৱে অভিযান চলায়। সেই কাৰখানাত কুকুৰৰ মাংস অবৈধভাৱে ব্যৱহাৰ কৰি ম’ম’ বনোৱা হৈছিল বুলি সন্দেহ কৰা হৈছে। অৱশ্যে বিষয়টো সন্দৰ্ভত এতিয়াও তদন্ত অব্যাহত আছে।

ম’হালীৰ সহকাৰী খাদ্য সুৰক্ষা আয়ুক্ত ডাঃ অমৃত ৱাৰিঙে জানিবলৈ দিয়া মতে অভিযানৰ সময়ত ম’ম’ ফেক্টৰীৰ ফ্ৰীজাৰত পচি যোৱা মাংস আৰু কুকুৰৰ মূৰসদৃশ এটা মুণ্ড উদ্ধাৰ কৰা হৈছে। সন্দেহযুক্ত মাংসৰ নমুনা পৰীক্ষাৰ বাবে পশু চিকিৎসা বিভাগলৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰ উপৰিও কাৰখানাটোত উৎপাদিত ম’ম’, স্প্ৰিং ৰোল, চাটনিৰ নমুনাও পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হৈছে।

Apply Now

অভিযানৰ সময়ত কাৰখানাটোৰ ভিতৰৰ পৰা ফ্ৰ’জেন পচা মাংস আৰু এটা ক্ৰুচাৰ মেচিন উদ্ধাৰ কৰা হয়। দেওবাৰ আৰু সোমবাৰে জিলা স্বাস্থ্য বিষয়াৰ নেতৃত্বত মাতৌৰ (ম’হালী) আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত একাধিক অভিযান চলোৱা হয়। সেই অভিযানত বৃহৎ পৰিমাণৰ অস্বাস্থ্যকৰ খাদ্য, লেতেৰা ৰন্ধন বাচন, পচি যোৱা শাক-পাচলি জব্দ কৰা হৈছিল।

এই ঘটনাৰ পাছতে স্থানীয় ৰাইজে ক্ষোভৰ সৃষ্টি কৰি কাৰখানাটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। অভিযুক্ত কাৰখানাটোৰ শ্ৰমিকসকলৰ মতে, ফ্ৰীজত পোৱা মূৰটো ম’ম’ বনোৱাত ব্যৱহাৰ কৰা হোৱা নাছিল, বৰঞ্চ ব্যক্তিগত ব্যৱহাৰৰ বাবে সংৰক্ষিত আছিল। জনা যায় যে এই কাৰখানাটো প্ৰথমে নেপালৰ একাংশ বিক্ৰেতাই চলাইছিল।

ম’হালী চিভিল চাৰ্জন ডাঃ সংগীতা জৈনেই কয় যে, ঘটনাটো অতি ভয়াৱহ আৰু তদন্ত অব্যাহত আছে। প্রতিবেদন লাভ কৰাৰ পাছত প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰা হ’ব৷ একে সময়তে অবৈধভাৱে কাম কৰি থকা আৰু খাদ্য সুৰক্ষাৰ নিয়ম পালন নকৰা কাৰখানাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এই ঘটনাই অঞ্চলবাসীৰ মাজত ব্যাপক আতংক বিয়পাইছে। স্থানীয় ৰাইজে আশংকা কৰিছে যে কাৰখানাটোৱে দীৰ্ঘদিন ধৰি কুকুৰৰ মাংস অবৈধভাৱে ব্যৱহাৰ কৰি ম’ম’ আৰু অন্যান্য খাদ্য প্ৰস্তুত কৰি আহিছে। বিশেষজ্ঞসকলৰ মতে, ই জনস্বাস্থ্যৰ বাবে এক বৃহৎ বিপদৰ ইংগিত। অভিযুক্ত কাৰখানাটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে এনেধৰণৰ ঘটনা ৰোধৰ বাবে নিয়মীয়াকৈ অভিযান চলোৱা হ’ব বুলি প্ৰশাসনে জানিবলৈ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd