• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজিৰ পৰা নগাওঁ আদালতত আৰম্ভ হ’ব অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
December 1, 2018 11:03 am
nilotpal-das-abhijeet-nath
512
VIEWS
Share on FacebookShare on Twitter

দেশ কঁ‌পাই যোৱা কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত অভিজিত নাথ আৰু নিলোৎপল দাসৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হ’ব।

নগাঁৱৰ সত্ৰ ন্যায়াধীশৰ আদালতত চলিব এই বিচাৰ প্ৰক্ৰিয়া। উল্লেখযোগ্য যে নগাঁও আদালতে যোৱা ৮ নৱেম্বৰত দিয়া তাৰিখৰ পৰিপ্ৰেক্ষিততে ১ ডিচেম্বৰত অৰ্থাৎ আজিৰ দিনটোত শুনানিৰ তাৰিখ ঘোষণা কৰা হৈছিল।

উক্ত নাৰকীয় ঘটনাত অভিযুক্ত মুঠ ৪৮ জন অভিযুক্তৰ এজন নাবালকৰ গোচৰ জুভেনাইল আদালতত চলি থকাৰ বিপৰীতে বাকী ৪৭ জন অভিযুক্তৰ গোচৰ নগাওঁ আদালতত চলি আছে।

উল্লেখযোগ্য যে অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ পিতৃ-মাতৃয়ে ডিফুৰ আদালতত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলিলে অভিযুক্ত পক্ষৰ হেঁ‌চাত ভূক্তভোগীয়ে সঠিক ন্যায় পোৱাৰ ক্ষেত্ৰত শংকা প্ৰকাশ কৰি গোচৰটোৰ বিচাৰ নগাঁও আদালতলৈ স্থানান্তৰ কৰাৰ বাবে আবেদন জনাইছিল। তাৰেই পৰিপ্ৰেক্ষিতত গোচৰটো নগাঁও আদালতলৈ স্থানান্তৰ কৰা হয়।

Recent News

শিয়াল আৰু কুকুৰনেছীয়াৰ কামোৰৰ ফলত মৃত্যু হ’লে আত্মীয়ক দিয়া হ’ব ৪ লাখ টকা, কিন্তু ক’ত?

শিয়াল আৰু কুকুৰনেছীয়াৰ কামোৰৰ ফলত মৃত্যু হ’লে আত্মীয়ক দিয়া হ’ব ৪ লাখ টকা, কিন্তু ক’ত?

১৫% আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা কৰ্তনৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ

১৫% আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা কৰ্তনৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ

অসমত সাম্প্ৰদায়িক হিংসা বিয়পোৱাৰ অপচেষ্টাঃ  ধুবুৰীত ৩০ জন, লখিমপুৰত ৫জনক গ্ৰেপ্তাৰ

অসমত সাম্প্ৰদায়িক হিংসা বিয়পোৱাৰ অপচেষ্টাঃ  ধুবুৰীত ৩০ জন, লখিমপুৰত ৫জনক গ্ৰেপ্তাৰ

অত্যন্ত গৰমত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ খাওক এইসমূহ খাদ্য, লাভ কৰিব যথেষ্ট সুফল…

অত্যন্ত গৰমত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ খাওক এইসমূহ খাদ্য, লাভ কৰিব যথেষ্ট সুফল…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd