DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শুৱালকুছিৰ ঈশ্বৰ শ্ৰীশ্ৰী হাটী সত্ৰত দৌল মহোৎসৱৰ বৰ্ণিল কার্যসূচী

মৃদুল প্ৰীতম ডেকা, হাজো by মৃদুল প্ৰীতম ডেকা, হাজো
March 18, 2022 11:38 am
Dol Mahotsav
1.1k
VIEWS
Share on FacebookShare on Twitter

দৌল মহোৎসৱক কেন্দ্ৰ কৰি বস্ত্ৰনগৰী শুৱালকুছিত সৃষ্টি হৈছে উখল-মাখল পৰিৱেশৰ। বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শুৱালকুছিৰ ঐতিহাসিক ঈশ্বৰ শ্ৰীশ্ৰীহাটী সত্ৰত আৰম্ভ হৈছে দৌল মহোৎসৱৰ বৰ্ণাঢ্য কাৰ্যসূচী।

এই দৌল উৎসৱকলৈ এতিয়া আনন্দত আত্মহাৰা শুৱাকুছিবাসী। জন সমুদ্ৰত পৰিণত হৈছে বস্ত্ৰনগৰীৰ ঐতিহাসিক শ্ৰীশ্ৰীহাটী সত্ৰ।

দৌল উৎসৱৰ পৰম্পৰা অনুসৰি প্ৰথম দিনা সন্ধিয়া সত্ৰৰ বাকৰিত থকা দৌল গৃহত গোঁসাই উঠাৰ পাছতে দোলাত ফুৰোৱা হয় গোঁসাইক।

তাৰ পাছতে গোঁসাইৰ সন্মুখত পৰর্ম্পৰাগতভাবে দাহন কৰা হয় মেজি। মেজি দাহন পৰ্বৰ পাছতে প্ৰদৰ্শন কৰা হয় আটচবাজিৰ।

কেইবাঘণ্টা ধৰি চলা এই আটচবাজিৰ পোহৰত যেন বৃহস্পতিবাৰে নিশা ৰঙীন হৈ পৰিল বস্ত্ৰ নগৰী শুৱালকুছিৰ আকাশ।

এক কথাত ৰঙৰ উৎসৱ ফাকুৱা আৰু অধিক ৰঙীন হ’ল আটচবাজিৰ ৰঙেৰে।

এই পৰম্পৰা উপভোগ কৰিবলৈ দৌল উৎসৱৰ প্ৰথমটো দিনত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰিলে ঈশ্বৰ শ্ৰীশ্ৰীহাটী সত্ৰৰ প্ৰাঙ্গনত।

উল্লেখ্য যে, দৌল মহোৎসৱৰ অন্তিম দিনা হাটী সত্ৰত অনুষ্ঠিত হ’ব পৰম্পৰাগত বাঁহ ভঙা উৎসৱ।

Recent News

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd