DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসংগঠিত খণ্ডৰ শ্ৰমিককো পি এফ প্ৰদানৰ বাবে আইন সংশোধনৰ দিশে মোদী চৰকাৰ

নিয়োগকাৰীক পৰিস্থিতি সাপেক্ষে ৰেহাইদান, পি এফত বৰঙনি আৰু সময়সীমা কিমান হ’ব সেয়া নিৰ্ধাৰণৰ কৰ্তৃত্ব কেন্দ্ৰই নিজৰ বিবেচনাধীন কৰিব খুজিছে।

এন ই নাও নিউজ by এন ই নাও নিউজ
August 27, 2019 6:20 pm
narendra modi Modi cabinet decides to allow FDI in digital media

নৰেন্দ্ৰ মোদী। উৎস-ইণ্টাৰনেট

1.8k
VIEWS
Share on FacebookShare on Twitter

ঘৰুৱা সহায়কাৰী, ড্ৰাইভাৰকে ধৰি অসংগঠিত খণ্ডৰ শ্ৰমিককো পি এফৰ সুবিধা প্ৰদানৰ বাবে আইন সংশোধনৰ যো-জা চলাইছে নৰেন্দ্ৰ মোদী চৰকাৰে।

শ্ৰম মন্ত্ৰ্যালয়ে এমপ্লয়িজ প্ৰভিদেণ্ট ফান্দ এণ্ড মিচেলেনিয়াছ প্ৰভিদেণ্ট এক্ত সংশোধনৰ প্ৰস্তাৱসমূহ বিভিন্ন পক্ষৰ মত গ্ৰহণৰ বাবে ইতিমধ্যে প্ৰেৰণ কৰিছে, বাতৰিত প্ৰকাশ।

প্ৰধান মন্ত্ৰী শ্ৰম যোগী মন ধন পেঞ্চন আঁচনিৰ পথতে অসংগঠিত খণ্ডৰ শ্ৰমিকৰ বাবে এই সংশোধন কৰিব খোজা হৈছে।

বাতৰিটো মতে, পি এফত বৰ্তমানৰ দৰমহাৰ বাধ্যতামূলক ১২% বৰঙনিৰ নিয়মত সংশোধন আনিব খোজা হৈছে।

অৰ্থাৎ, কোনো শ্ৰেণীৰ কৰ্মচাৰীৰ পি এফত বৰঙনি আৰু সময়সীমা কিমান হ’ব সেয়া নিৰ্ধাৰণৰ কৰ্তৃত্ব কেন্দ্ৰই নিজৰ বিবেচনাধীন কৰিব খুজিছে।

পি এফত বৰঙনিৰ ক্ষেত্ৰত নিয়োগকাৰীক পৰিস্থিতি সাপেক্ষে ৰেহাই দিয়াৰ দিহাও আনিব খোজা সংশোধনীৰ লক্ষ্যৰ ভিতৰত আছে বুলি বাতৰিটোত প্ৰকাশ।

কেন্দ্ৰই “যিকোনো শ্ৰেণীৰ কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰয়োগ হোৱাকৈ বৰঙনিৰ হাৰ আৰু এই বৰঙনি প্ৰয়োগ হ’বলগা সময়সীমা নিৰ্দিষ্ট” কৰিব খুজিছে, সংশোধনী খচৰাৰ উদ্ধৃতিৰে বাতৰিটোত প্ৰকাশ।

২৩ আগষ্টত প্ৰস্তুত কৰা এই খচৰা সন্দৰ্ভত অহা ২২ ছেপ্তেম্বৰলৈকে মতামত গ্ৰহণ কৰা হ’ব।

বৰ্তমান পি এফ আইনৰ অধীনত কৰ্মচাৰী আৰু নিয়োগকৰ্তা দুয়ো পক্ষই দৰমহাৰ ১২% বাধ্যতামূলক বৰঙনি আগবঢ়াব লাগে।

Recent News

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

PPI Kit scam

পিপই কিট কেলেংকাৰী: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ তৃণমূলৰ সাংসদ শান্তনু সেন

Engine Driver Dies On Duty

চলন্ত ৰে’লতে হৃদৰোগত আক্ৰান্ত মুখ্য ইঞ্জিন চালক: সাবটিলে মৃত্যুক

Agnipath

নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান কথন: বিষয়- অগ্নিপথ দেশৰ বাবে প্ৰত্যাহ্বান হ’ব নেকি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd