• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতক ‘নৰককুণ্ড’ বুলি অভিহিত কৰিলে ড’নাল্ড ট্ৰাম্পে; বৰ্ণবাদী মন্তব্যক লৈ সৃষ্টি হৈছে বিতৰ্কৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:58 am
83
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ ভাৰতক লৈ বৰ্ণবাদী মন্তব্য কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ ভাৰতক ‘নৰককুণ্ড’ বুলি অভিহিত কৰিছে। এছিয়াৰ বিভিন্ন প্ৰান্তৰ পৰা অনুপ্ৰৱেশকাৰীয়ে আমেৰিকালৈ আহি যিদৰে ভিৰ কৰিছে তাৰ বাবে তেওঁ ভাৰতকো কাঠগৰাত তুলিছে। তেওঁ মন্তব্য কৰে যে আমেৰিকাত উপনীত হোৱাত পলম হোৱাৰ ফলত ‘ন মাহতে কেঁচুৱা প্ৰসৱ কৰে’ বুলিও মন্তব্য কৰে।

ট্ৰাম্পে এই মন্তব্য কৰিছে চেভেজ নেচন প’ডকাষ্টত। তেওঁ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে জন্মসূত্ৰে নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থাকো গৰিহণা দিয়ে। অনুষ্ঠানটোৰ সঞ্চালকগৰাকীয়ে নাগৰিকত্ব সন্দৰ্ভত গণভোট হ’ব লাগে বুলি মন্তব্য কৰে। এই সন্দৰ্ভত ট্ৰাম্পে নিজেই লিখিতভাৱে প্ৰকাশ কৰে।

Apply Now

ট্ৰাম্পে কয়, “ইয়াত সন্তান মানে লগে লগে নাগৰিক। তাৰ পিছত ভাৰত, চীন বা আন কোনো নৰককুণ্ডৰ পৰা গোটেই পৰিয়ালটো আহি উপস্থিত হয়।” ভাৰতীয় আৰু চীনৰ অনুপ্ৰৱেশকাৰীক ‘লেপটপ মাফিয়া’ বুলিও অভিহিত কৰে ট্ৰাম্পে। তেওঁ দাবী কৰে যে ভাৰত আৰু চীনৰ পৰা অহা অনুপ্ৰৱেশকাৰীয়ে তেওঁলোকৰ পতাকা পদদলিত কৰিছে।

ট্ৰাম্পে দাবী কৰিছে যে অনুপ্ৰৱেশকাৰীয়ে আমেৰিকাৰ আটাইতকৈ বেছি ক্ষতি কৰিছে। তেওঁৰ ভাষাত, “যদি আপুনি সকলো মাফিয়া পৰিয়ালক ধৰে, তেন্তে তেওঁলোকে (অভিবাসীসকলে) আমেৰিকাৰ আটাইতকৈ বেছি ক্ষতি কৰিছে। মই কোনো লুকঢাক নোহোৱাকৈয়ে ক’ব বিচাৰো, হাতত লেপটপ হাতত লৈ ঘুৰা গেংষ্টাৰবোৰ, তেওঁলোকে আমাক লুণ্ঠন কৰিছে। তেওঁলোকে আমাৰ সৈতে দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে ব্যৱহাৰ কৰিছে।”

ট্ৰাম্পে নিৰ্বাচিতভাৱে ভাৰতীয় আৰু চীনৰ অনুপ্ৰৱেশকাৰীক লক্ষ্য কৰি লৈছে। তেওঁ দাবী কৰে যে আভ্যন্তৰীণ কাম-কাজৰ ব্যৱস্থা এনেদৰে কৰা হৈছে যে সকলো ভাৰতীয় আৰু চীনৰ দ্বাৰা পৰিচালিত হয়। দুয়োখন দেশৰ পৰা অহা অনুপ্ৰৱেশকাৰীয়ে আমেৰিকাত ‘জন্ম পৰ্যটন’(বাৰ্থ টুৰিজম) চলাই আছে। সমাজ কল্যাণমূলক প্ৰকল্পৰ অপব্যৱহাৰ কৰিছে। অনুপ্ৰৱেশ সম্পৰ্কীয় সংবিধানত থকা বিধানসমূহ ‘আওপুৰণি’ বুলিও ট্ৰাম্পে মত প্ৰকাশ কৰে।

এই সন্দৰ্ভত ট্ৰাম্পৰ যুক্তি হ’ল সংবিধান লিখাৰ সময়ত বিমান সেৱা, টেলিভিছন, ইণ্টাৰনেট, ৰেডিঅ’ নাছিল। মানুহে বিমানত উঠি আহি ৯ মাহত সন্তান জন্ম দিয়া নাছিল। সেয়ে তেওঁ যুক্তি আগবঢ়ায় যে সময়ৰ লগে লগে পৰিৱৰ্তনৰ প্ৰয়োজন।

আমেৰিকাক অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰাৰ প্ৰতিশ্ৰুতি দি দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ উভতি আহে ট্ৰাম্প। তাৰ পিছৰে পৰা তেওঁৰ চৰকাৰে কেইবাটাও কঠোৰ পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে। প্ৰব্ৰজনকাৰীক ‘এলিয়েন’ বুলি অভিহিত কৰি কঁকাল, হাত আৰু ভৰিত শিকলি বান্ধি বিভিন্ন দেশলৈ ঘূৰাই পঠিওৱা হৈছে। ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ সৈতে ভাৰতত অৱতৰণ কৰিছিল আমেৰিকাৰ সামৰিক বিমান এখনো। তাৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হয় নৰেন্দ্ৰ মোডী চৰকাৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd