• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

চীনৰ বাবে মোৰ ক’ৰ’না হৈছিল, ইয়াৰ ফল তেওঁলোকে ভুগিব লাগিব : ড’নাল্ড ট্ৰাম্প

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 8, 2020 10:30 am

1 min read

চীনৰ বাবে মোৰ ক’ৰ’না হৈছিল, ইয়াৰ ফল তেওঁলোকে ভুগিব লাগিব : ড’নাল্ড ট্ৰাম্প
543
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক চাৰি দিনৰ মূৰত সোমবাৰে মাজনিশা চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হয়।

চিকিৎসালয়ৰ পৰা হোৱাইট হাউছলৈ ঘূৰি আহিয়েই ট্ৰাম্পে এটা ভিডিঅ’ৰ জৰিয়তে তেওঁৰ স্বাস্থ্য সুস্থ বুলি জানিবলৈ দিয়ে।

টুইটাৰযোগে শ্বেয়াৰ কৰা প্ৰায় পাঁচ মিনিটৰ ভিডিঅ’টোত ট্ৰাম্পক মাস্ক পৰিধান কৰা পৰিলক্ষিত হোৱা নাছিল।

ভিডিঅ’টোত তেওঁ কৈছিল, ‍‘ক’ৰ’নাত আক্ৰান্ত হোৱাটো মই ঈশ্বৰৰ আশীৰ্বাদ বুলি ভাবো। এচিয়া মই সম্পূৰ্ণ সুস্থ। মই বিচাৰো ৰাষ্ট্ৰপতি গৰাকীৰ দৰে প্ৰতিগৰাকী আমেৰিকাৰ লোকৰো এইদৰে চিকিৎসা হওক’।

ট্ৰাম্পে ভিডিঅ’টোত ক’ৰ’না ভাইৰাছৰ উৎপত্তিস্থল চীনক পুনৰ এবাৰ চোকা ভাষাৰে সমালোচনা কৰে।

তেওঁ কয়, ‍‘মোৰ চীনা ভাইৰাছ হৈছিল, ইয়াত আপোনালোকৰ কোনো ভুল নাই। এইটো চীনৰ ভুল আৰু এই ভুলৰ ফল তেওঁলোকে ভুগিব লাগিব। চীনে এই দেশখনৰ সৈতে যি যি কৰিছে তাৰ মূল্য ভৰিব লাগিব’।

উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলেনিয়া ট্ৰাম্প ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছিল।

ইয়াৰ পিছতে ট্ৰাম্পক শুকুৰবাৰে ৱাল্টৰ ৰীড নেশ্যনেল মিলিট্ৰী মেডিকেল চেণ্টাৰত ভৰ্তি কৰোৱা হৈছিল।

Recent News

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

remote-1140x570

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ ‘জেদ+’ ভি আই পি নিৰাপত্তা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd