DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

প্ৰতিজ্ঞা ভংগ! অৱশেষত মাস্ক পিন্ধিলে ডোনাল্ড ট্ৰাম্পে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 12, 2020 10:27 am
index
2k
VIEWS
Share on FacebookShare on Twitter

মাৰ্কিন ৰা্ষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যেন মাস্ক নিপিন্ধাৰ কিবা প্ৰতিজ্ঞাহে কৰিছিল। ক’ৰ’ণা ভাইৰাছে আমেৰিকাত মহা সংহাৰৰ সৃষ্টি কৰাৰ সময়তো দেশ খনৰ ৰাষ্ট্ৰপতি গৰাকীয়ে মাস্ক পৰিধান নকৰাৰ কথাটো বিশ্ব জুৰি বেছ চৰ্চাৰ বিষয় হৈ পৰিছিল।

ক’ৰ’ণা ভাইৰাছত আমেৰিকাত ১ লাখ ৩৫ হাজাৰৰো অধিক লোকৰ মৃত্যু ঘটাৰ পিছতো ট্ৰাম্পে মাস্ক পিন্ধা কোনেও দেখা নাছিল।

ট্ৰাম্পে আনকি মাস্ক পিন্ধা বাবে ডেম’ক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জো বিডেনক হাঁহিছিলহে।

মাস্ক নিপিন্ধা সেই জন মানুহেই শেহতীয়াকৈ মাস্ক পৰিধান কৰাত এতিয়া বহুতেই আচৰিত হোৱা দেখা গৈছে।

ট্ৰাম্পে শেহতীয়াকৈ ৱাশ্বিংটনৰ কাষৰীয়া অঞ্চলত থকা ৱাল্টাৰ ৰীড নেছনেল মিলিটাৰী মেডিকেল চেন্টাৰলৈ ক’ৰ’ণা যুদ্ধত ভাগ লৈ আক্ৰান্ত হোৱা স্বাস্থ্য কৰ্মীসকলৰ খবৰ লবলৈ গৈছিল।

সেই সময়তহে সকলোৱে ট্ৰাম্পক মাস্ক পৰিধান কৰা দেখিবলৈ পায়। হোৱাইট হাউচৰ কেইবাজনো কৰ্মী ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছতো ট্ৰাম্পে মাস্ক পিন্ধা নাছিল।

আনকি ট্ৰাম্পৰ পুত্ৰ জুনিয়ৰ ডোনাল্ড ট্ৰাম্পৰ প্ৰেয়সী তথা ডোনাল্ড ট্ৰাম্পৰ ৰাজনৈতিক কামৰ সহচৰ কিম্বাৰলি গুইলফইলে ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ পিছতো ট্ৰাম্পে মাস্ক পিন্ধাৰ কথা ভবা নাছিল।

হঠাতে তেওঁ মাস্ক পিন্ধি বাহিৰলৈ ওলোৱাত এতিয়া সেয়ে সকলোৱে আচৰিত হৈছে।

Recent News

“টেংকেৰে আৰম্ভ, ইয়াৰ পিছত পাৰমাণৱিক বোমা”-বিডেন প্ৰশাসনক তীব্ৰ সমালোচনা ডোনাল্ড ট্ৰাম্পৰ

“টেংকেৰে আৰম্ভ, ইয়াৰ পিছত পাৰমাণৱিক বোমা”-বিডেন প্ৰশাসনক তীব্ৰ সমালোচনা ডোনাল্ড ট্ৰাম্পৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd