• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, March 5, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘কিতাপ পঢ়োঁ আহক’ আন্দোলনে ৰাজ্যজুৰি লাভ কৰিছে ব্যাপক সঁহাৰি : ড০ অমৰজ্যোতি চৌধুৰী

NE NOW NEWS শান্তনু শইকীয়া
গুৱাহাটী , August 24, 2019 10:19 pm

1 min read

‘কিতাপ পঢ়োঁ আহক’ আন্দোলনে ৰাজ্যজুৰি লাভ কৰিছে ব্যাপক সঁহাৰি : ড০ অমৰজ্যোতি চৌধুৰী
1.1k
VIEWS
Share on FacebookShare on Twitter

ড০ অমৰজ্যোতি চৌধুৰীৰ আহ্বানত গুৱাহাটী মহানগৰীত আনুষ্ঠানিকভাৱে আৰম্ভণি ঘটা ‘কিতাপ পঢ়োঁ আহক’ নামৰ বৌদ্ধিক আন্দোলনৰ আজি তৃতীয় পৰ্যায়ৰ বৌদ্ধিক আড্ডাত যথেষ্ট সংখ্যক শিল্পী, সাহিত্যিকস শিক্ষাবিদ, বুদ্ধিজীৱী আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে।

গুৱাহাটীৰ জিলা পুথিভঁৰাল চৌহদৰ সন্মুখত অনুষ্ঠিত বৌদ্ধিক আদ্দাত ড° অমৰজ‍্যোতি চৌধুৰীৰ আহ্বানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে এই আন্দোলন সমগ্ৰ অসমৰ গাঁৱে-ভূঞে ব্যাপক প্ৰসাৰৰ বাবে পৰামৰ্শ আগবঢ়ায়।

লগতে পঢ়ক http://গুৱাহাটীৰ জিলা পুথিভঁৰালৰ পৰা সমগ্ৰ অসমতে আৰম্ভ হ’ল কিতাপ পঢ়াৰ আন্দোলন

বিশেষকৈ স্কুলীয়া ছাত্ৰ- ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী আৰু অভিভাৱকৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়ায় আৰু বিশিষ্ট নাগৰিকৰ পৰামৰ্শ লৈ অনাগত দিনত কিতাপ পঢ়াৰ আন্দোলন আগবঢ়াই নিব বুলি উদ্যোক্তাসকলে মত প্ৰকাশ কৰে।

ড° অমৰজ‍্যোতি চৌধুৰীয়ে কিতাপ পঢ়াৰ আন্দোলনে ৰাজ্যজুৰি ব্যাপক সহাঁৰি পোবা বুলি জানিবলৈ দিয়ে।

লগতে তেওঁ কয় কিতাপ পঢ়াৰ আন্দোলন সফল কৰিবলৈ সকলোৱে ভাল কিতাপ পঢ়িবই লাগিব। নহ’লে এই আন্দোলনৰ অৰ্থ সাৰ্থক নহ’ব।

সদৌ গুৱাহাটী ছাত্ৰ সন্থা, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংন্থাৰ সহযোগত অনুষ্ঠিত এই বৌদ্ধিক আড্ডাত সাহিত্যিক যতীন গোস্বামী, কীৰ্তিকমল ভূঞা, দয়ানন্দ পাঠক, জয়ন্ত দাস উপস্থিত থাকে।

Recent News

210303215044-byun-hui-su-file-exlarge-169

দক্ষিণ কোৰিয়াৰ প্ৰথমগৰাকী ট্ৰেন্সজেণ্ডাৰ সৈনিকৰ মৃতদেহ উদ্ধাৰ : যোৱা বৰ্ষত পুৰুষৰ পৰা মহিলা হৈছিল সৈনিকগৰাকী

Whale-vomit-1_603f597c9f73d

কপাল! তিমিৰ বমি বুটলি আনি নিশাৰ ভিতৰতে কোটিপতি হ’ল এইগৰাকী মহিলা

BJP-AGP

ইউ পি পিএলক ৮খন, অগপলৈ ২৬খন এৰি বিজেপিয়ে ৯২খন আসনত কৰিব প্ৰতিদ্বন্দ্বিতা!

accident final

মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনা; গুৰুতৰভাৱে আহত দুজন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd