• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভূপেন হাজৰিকাৰ মৃত্যু তিথি উদযাপন : বোকাখাতত গীতে মাতে কবিতাৰে সুধাকন্ঠলৈ শ্ৰদ্ধাঞ্জলি

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , November 5, 2018 6:55 pm

2 min read

FB_IMG_1541419916234
370
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনত নতুনকৈ আত্ম প্ৰকাশ কৰা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ উদ্যোগত আজি বোকাখাতত ড৹ ভূপেন হাজৰিকা মৃত্যু দিৱস উদযাপন কৰা হয়৷ গীতে মাত কবিতাৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয় সুধাকন্ঠক৷ দিনজোৰা এই কাৰ্যসুচীৰ পুৱাতেই সংগঠনটিৰ পতাকা উত্তোলন কৰে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি প্ৰহ্লাদ মিলি আৰু কাৰ্যকৰী সভাপতি দীপ্ত সেউজ গগৈয়ে৷ স্মৃতি তৰ্পণ কৰে কেন্দ্ৰীয় সম্পাদক দ্বীপ জ্যোতি দাস আৰু জিলা সম্পাদক অৰ্দ্ধেন্দ্ৰ বসুমতাৰীয়ে৷

 

পৰৱৰ্তী সময়ত  বিভিন্ন জনগোষ্ঠীৰ প্ৰতিনিধিৰে এটা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ বোকাখাত নাট্য মন্দিৰৰ পৰা উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে জনজাতীয় ঐক্য মঞ্চৰ গোলাঘাট জিলা সমিতিৰ সভাপতি বিজয় শৰ্মাই৷ এই শোভাযাত্ৰা আগবাঢ়ি গৈ বোকাখাতৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানত থকা ড৹ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত মৃত্যু তিথিৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

শ্ৰদ্ধাঞ্জলিৰ শুভাৰম্ভ কৰে সংগঠনটোৰ মাজুলী জিলা সমিতিৰ সভাপতি ভূপেন দত্তই ৷ শোভাযাত্ৰাৰ পাচতে বোকাখাতৰ নাট্যমন্দিৰত অনুষ্ঠিত হয় বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ৷

শোভাযাত্ৰাত অংশগ্ৰহণ কৰা সকলো সাংস্কৃতিক দলেই অনুষ্ঠানত  নিজৰ নিজৰ কলা-কৃষ্টি পৰিবেশন কৰে৷ এই অনুষ্ঠানটো উদ্বোধন কৰে  বিশিষ্ট চলচিত্ৰ নিৰ্মাতা  জয়শ্ৰী শইকীয়াই ৷ সন্ধিয়ালৈ অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ তৰফৰ পৰা চলচিত্ৰ নিৰ্মাতা মানিক বৰাক গোলাঘাট জিলা ভিত্তিত ‘সমন্বয়ৰ বঁটা’ প্ৰদান কৰা হয় ৷

Recent News

২৭ জানুৱাৰিত অসমৰ এই কেইখন জিলাত স্থানীয় বন্ধ ঘোষণা

২৭ জানুৱাৰিত অসমৰ এই কেইখন জিলাত স্থানীয় বন্ধ ঘোষণা

Joe biden follow celebraty

সমগ্ৰ বিশ্বৰ মাত্ৰ এগৰাকী চেলিব্ৰেটিকেই ফল’ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে; কোন তেওঁ?

ব্ৰীছবেনৰ নাম হ’ব ‘পণ্টনগৰ’! যোগীৰ ফটো শ্বেয়াৰ কৰি কোনে কৰিলে এই কৌতুক?

ব্ৰীছবেনৰ নাম হ’ব ‘পণ্টনগৰ’! যোগীৰ ফটো শ্বেয়াৰ কৰি কোনে কৰিলে এই কৌতুক?

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd