• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যৰ ভিতৰতে যোগ্য প্ৰাৰ্থী ড০ হাফিজ ৰফিকুল ইছলাম : সাংসদ চিৰাজউদ্দিন আজমল

NE NOW NEWS পুলেন্দ্ৰ দাস
বৰপেটা , April 15, 2019 8:05 am

1 min read

Sirajuddin-ajmal-1140x570

বৰপেটাৰ সাংসদ ছিৰাজুদ্দিন আজমল। ফটো : নৰ্থইষ্ট নাও

503
VIEWS
Share on FacebookShare on Twitter

লোকসভা নিৰ্বাচনত ৰাজ্যৰ ভিতৰত যোগ্য প্ৰাৰ্থী ড০ হাফিজ ৰফিকুল ইছলাম ৷ ৬নং বৰপেটা লোকসভা সমষ্টিৰ এআইয়ুডিএফ দলৰ প্ৰাৰ্থী ড০ হাফিজ ৰফিকুল ইছলামৰ সমৰ্থনত দেওবাৰে এই মন্তব্য আগবঢ়ায় বৰপেটাৰ সাংসদ চিৰাজুদ্দিন আজমলে।

এআইয়ুডিএফ দলৰ মুৰব্বী বদৰুদ্দিন আজমলৰ ভাতৃ তথা বৰপেটাৰ সাংসদ চিৰাজউদ্দিন আজমলে বাঘবৰত অনুষ্ঠিত নিৰ্বাচনী জনসভাত লগতে কয় যে, নিস্পেষিত, দৰিদ্ৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বাবে এআইয়ুডিএফ দলৰ প্ৰয়োজন আছে আৰু ভবিষ্যতেও থাকিব ৷

চিৰাজউদ্দিন আজমলে লগতে সাম্প্ৰদায়িক বিজেপি‌ক প্ৰতিহত কৰাৰ স্বাৰ্থ‌ত ভোট বিভাজন ৰোধৰ বাবে এআইয়ুডিএফ দলে অসমৰ তিনিটা লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছে কিন্তু  কংগ্ৰেছ দলে সাম্প্ৰদায়িক বিজেপি মিত্ৰ‌জোঁটক সহায় কৰাৰ বাবে এআইয়ুডিএফৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত নমা বুলি কয়।

বাঘবৰত অনুষ্ঠিত দলটোৰ নিৰ্বাচনী বিশাল জনসভাত দলটোৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক চম্পক কলিতা, মীৰা দৈমাৰীয়েও ভাষণ প্ৰদান কৰে।

Recent News

brazil-1

উৰিবলৈ লোৱাৰ সময়তে ৰাণৱেত দপদপাই জ্বলি উঠিল বিমান: খেলুৱৈসহ নিহত বহুজন

WhatsApp Image 2021-01-25 at 10.33.45 AM

বেলতলা জামে মছজিদত অচিনাকি যুৱকৰ দলে নামাজ পঢ়াক লৈ উত্তেজনা; ৯জনক আটক

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd