• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

ড০ হীৰেন গোহাঁই by ড০ হীৰেন গোহাঁই
September 5, 2026 1:13 pm
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
“বহুত চিন্তা ভাৱনা কৰি অৱশেষত মই অখিল গগৈৰ বৰ্তমান ভূমিকাৰ বিষয়ে মোৰ ধাৰণা ব্যক্ত কৰিছোঁ।

ৰাইজৰ দলত বহুত সৎ কৰ্মী আছে।আৰু এইটোও সত্য যে প্ৰথমৰ পৰা নানা কথাত মই অখিলক সমৰ্থন কৰি আহিছো।কিন্তু সমালোচনাও যথেষ্ট কৰি আছো।

Apply Now
কিন্তু এতিয়া এটা সামগ্ৰিক মূল্যায়নৰ সময় আহিছে। চমু মন্তব্য।

প্ৰথমতে অখিলৰ প্ৰধান লক্ষ্য,যি কোনো উপায়ে নিজক যিমান পাৰি ওপৰলৈ তোলা।আৰু এই আকাংক্ষাৰ কোনো উৰ্ধসীমা নাই।তাৰ বাবে আদৰ্শ,বন্ধুত্ব,বুজাবুজি, চুক্তি,নিজা মতামত,সকলো পেলনীয়া কাগজ হব পাৰে।ই ৰাজ্যৰ ৰাজনীতিৰ বাবে হিমন্তৰ উত্থানৰ দৰেই বিপজ্জনক।

কংগ্ৰেছৰ লগত বুজাবুজি কৰিবলৈ যোৱা নিৰ্বাচনৰ আগে আগে আটাইতকৈ ব্যস্ত হৈছিল অখিল।কিন্তু তাৰ সাৰ কথা আছিল বিধান সভাৰ আসন।

তেওঁলোকৰ জনসমৰ্থনৰ তুলনাত বহু বেছি আসন আঁকোৰগোজ হৈ দাবী কৰে,আৰু যুক্তিযুক্ত কাৰণত কংগ্ৰেছে দিব নুখুজিলে বাহিৰত হুলস্থুল কৰি কংগ্ৰেছৰ বিৰুদ্ধে কলংক ৰচনা কৰে।ফলত এনে আলোচনাৰ বাবে কংগ্ৰেছৰ ক্ষতিহে হৈছিল।

নানা কথাত মই লক্ষ্য কৰিছিলো যে অখিল অতি কৰ্মপটু হ’লেও কৃত কৰ্মৰ পৰিণাম লৈ মুঠেই চিন্তিত নহয়।তেওঁ পৰিচালিত হয় কেৱল তেওঁৰ ইচ্ছা,আকাংক্ষা,আৰু খেয়ালৰ দ্বাৰা।আন দল,ব্যক্তি আৰু প্ৰতিষ্ঠানৰ লগত কোনো বুজাবুজি,কোনো প্ৰতিশ্ৰুতি, তেওঁৰ বাবে মান্য নহয়।  শেষ পৰ্যন্ত সহযোগী সকলক বিভ্ৰান্ত কৰি তিক্ত বিৰক্ত কৰি তেওঁ মুক্ত বিহংগ হৈ আঁতৰি যায়।দায়বদ্ধতা তেওঁৰ স্বভাৱ বিৰোধী।

তেওঁ হিমন্ত বিশ্বক কেতিয়াবা আকাশত তুলি আৰু কেতিয়াবা নৰকলৈ ঠেলি হাঁহি হাঁহি স্ববিৰোধী বাণী দি অৱশেষত এতিয়া বিশুদ্ধ বন্দনাত লাগিছে।

ভবিষ্যতে আৰু কি ভাও লয় তেওঁহে জানে।
ৰাইজে ইয়াৰ পৰা বুজিব তেওঁৰ পৰা আৰু কি
আশা কৰিব পাৰি। কিন্তু খেলা যে চলি থাকিব সন্দেহ নাই।
ড০ হীৰেন গোহাঁই

ড০ হীৰেন গোহাঁই

Stay Connected

  • 117k Fans

Recent News

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd