• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলাঘাটত প্ৰকৃতিবিদ পদ্মশ্ৰী ড° ৰবীন বেনাৰ্জীৰ মৃত্যু দিৱস পালন  

  মীনাক্ষী ফুকন by   মীনাক্ষী ফুকন
August 6, 2021 4:43 pm
rr123
203
VIEWS
Share on FacebookShare on Twitter

আজি অৰ্থাৎ ৬ আগষ্টৰ এই দিনটো পদ্মশ্ৰী ড°ৰবীন বেনাৰ্জীৰ ১৮ সংখ্যক মৃত্যুতিথি ।

গোলাঘাট ৰবীন বেনাৰ্জী বাসগৃহ তথা ৰবীন বেনাৰ্জী সংগ্ৰাহালয়ত গোলাঘাট বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ কৰ্তৃপক্ষই  পালন কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাত প্ৰকৃতিবিদ জনৰ এই  মৃত্যুতিথি ।

বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ শিক্ষক সকলে  ৰবীন বেনাৰ্জীৰ প্ৰতিছবি আৰু সমাধিক্ষেত্ৰত বন্তি প্ৰজ্বলন কৰাৰ লগতে পুষ্পাঞ্জলি অৰ্পণ কৰি মৃত্যুতিথি পালন কৰে ।

ইয়াৰ লগতে বিদ্যালয় শিক্ষক শিক্ষয়িত্ৰী সকলে ৰবীন বেনাৰ্জী প্ৰতিচ্ছবি সন্মুখত এক প্ৰাৰ্থনা কাৰ্যসূচীও অনুষ্ঠিত কৰে। উল্লেখযোগ্য যে ১৯৩৭ চনত দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত পৰিবেশবিদ  ড° ৰবীন্দ্ৰ নাথ বেনাৰ্জী লিভাৰপুলত ‘ৰয়েল নেভি’ত কৰ্মৰত আছিল ।

দ্বিতীয় বিশ্ব যুদ্ধৰ পিছতে তেওঁ ভাৰতলৈ উভতি আহে । সেইসময়তে অসমলৈ আহি  তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে । এই ভ্ৰমণ কালতে তেওঁ অসমৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি আকৃষ্ট হৈ  গোলাঘাটতে  নিগাজীকৈ থাকি  যোৱাৰ সিদ্ধান্ত লয় ।

গোলাঘাটত থাকি বেনাৰ্জীয়ে প্ৰথমখন তথ্যচিত্ৰ  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পটভূমিত নিৰ্মাণ কৰে আৰু এই তথ্যচিত্ৰ ১৯৬১ চনত  বাৰ্লিন টিভিত প্ৰদৰ্শন হয় ।

এই তথ্যচিত্ৰখনৰ বাবে কাজিৰঙা এশিঙীয়া গঁড় আৰু কাজিৰঙা বিষয়ে সমগ্ৰ বিশ্বত পৰিচিত হয় । আৰু তথ্যচিত্ৰ নিৰ্মাতা ৰূপে সুখ্যাতি লাভ কৰে।

পৰৱৰ্তীকালত তেওঁ ৩২ খন তথ্যচিত্ৰ নিৰ্মাণ কৰে আৰু ইয়াৰ বাব আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়।

১৯৭১ চনত পদ্মশ্ৰী বঁটা লাভ কৰে । তেওঁ ৯৪ বছৰ বয়সত  ২০০৩ চনত ৬ আগষ্ট  অৰ্থাৎ আজিৰ দিনটোতে পৰলোকপ্ৰাপ্তি ঘটে ।

বৰ্তমান গোলাঘাটস্থিত তেওঁৰ বাসগৃহটো প্ৰকৃতিপ্ৰেমী সকলৰ বাবে এক উল্লেখযোগ্য স্থান ৰূপে পৰিগণিত হৈছে।

ৰবীন বেনাৰ্জীয়ে অঁকা বিভিন্ন চিত্ৰ আৰু অন্যান্য মূল্যৱান সম্পদেৰে পৰিপূৰ্ণ এই বাসগৃহটো ইতিমধ্যে  সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হৈছে।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd