DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

শচীন নহয় দ্ৰাবিড়হে ভাৰতৰ সৰ্বকালৰ শ্ৰেষ্ঠ টেষ্ট বেটছমেন

এন ই নাও নিউজ by এন ই নাও নিউজ
June 25, 2020 1:19 pm
403
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ টেষ্ট ক্ৰিকেট ইতিহাসত টেকনিকেলি শচীন টেণ্ডুলকাৰ নে ৰাহুল দ্ৰাবিড় শ্ৰেষ্ঠ তাক লৈ বিভিন্ন জনে বিভিন্ন মত আগবঢ়াইছে যদিও শ্ৰেষ্ঠ বেটছমেনৰ স্বীকৃতি লাভ কৰিছে দ্ৰাবিড়ে।

উইজডেন ইণ্ডিয়াৰ অনলাইন ভোটিঙত শচীন টেণ্ডুলকাৰৰ দৰে কিম্বদন্তী বেটছমেনক অতিক্ৰম কৰি ৰাহুল দ্ৰাবিড়ে এই কৃতিত্ব অৰ্জন কৰিছে।

সৰ্বকালৰ শ্ৰেষ্ঠ বেটছমেনজন বিচাৰি উইজডেনে ফেইচবুকৰ জৰিয়তে ভোটিঙৰ আয়োজন কৰিছিল। আৰি এই ভোটিঙত মুঠ ১১,৪০০ ভোটৰ ৫২ শতাংশ ভোটেই লাভ কৰে দ্ৰাবিড়ে।

১৬ গৰাকী ভাৰতীয় বেটছমেনক লৈ আয়োজন কৰা এই ভোটিঙত সুনীল গাভাস্কাৰ আৰু বিৰাট কোহলীও আছিল।

উইজডেন ইণ্ডিয়াই তেওঁলোকৰ প্ৰতিবেদনত কয়, ‍‘ফাইনেলৰ বাবে ১১,৪০০ অনুৰাগীয়ে ভোটিঙত অংশ লৈছিল আৰু ইয়াৰে ৫২ শতাংশ ভোট দ্ৰাবিড়ে লাভ কৰে। তেওঁ মঙলবাৰৰ পুৱালৈকে শচীনতকৈ পিছ পৰি আছিল, কিন্তু পিছত তেওঁৱেই সৰ্বাধিক ভোট লাভ কৰে’।

উল্লেখ্য যে টেষ্ট ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটছমেন দুজনেই হ’ল শচীন টেণ্ডুলকাৰ আৰু ৰাহুল দ্ৰাবিড়।

দুটা দশকৰো অধিক কালত শচীনে ২০০ খন টেষ্ট খেলি ৫৩.৭৮ গড়ে ১৫,৯২১ ৰান কৰে। টেষ্টত শচীনে ৫১ টা শতক অৰ্জন কৰিছে।

আনহাতে, ১৬ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ টেষ্টত ৩৬ টা শতক অৰ্জন কৰা দ্ৰাবিড়ে ১৬৩ খন মেচত ৫২.৬৩ গড়ে কৰে ১৩,২৬৫ ৰান।

Recent News

US on India Approach On Russian Oil

কূটনৈতিক বিজয়! ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ত আপত্তি নাই আমেৰিকাৰ

Earthquake in Turkey Syria

মৃত্যু উপত্যকাত পৰিণত তুৰস্ক-ছিৰিয়া: ভূমিকম্পত নিহতৰ সংখ্যা ১৫ হাজাৰলৈ বৃদ্ধি

Deaths In Police Custody

দেশত পাঁচ বছৰত আৰক্ষীৰ জিম্মাত মৃত্যু ৬৬৯ গৰাকীৰ: সংসদত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ তথ্য

World War II bombs found

মণিপুৰত উদ্ধাৰ দ্বিতীয় বিশ্বযুদ্ধৰ দুটা বোমা: নিৰাপদে নিষ্ক্ৰিয় কৰিলে আৰক্ষীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd