• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৰিয়ালক সময় দিয়াৰ বাবেই ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ পদ প্ৰত্যাখান কৰিছিল ৰাহুল দ্ৰাবিড়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 6, 2020 6:14 pm

1 min read

পৰিয়ালক সময় দিয়াৰ বাবেই ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ পদ প্ৰত্যাখান কৰিছিল ৰাহুল দ্ৰাবিড়ে

ৰাহুল দ্ৰাবিড়

7.7k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ক্ৰিকেট দলৰ পৰামৰ্শদাতা সমিতিৰ প্ৰাক্তন সচিৱ বিনোদ ৰায় ৰাহুল দ্ৰাবিড়ে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক পদৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল বুলি মন্তব্য কৰে।

ৰাহুল দ্ৰাবিড় ২০১৭ চনৰ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক পদৰ বাবে এগৰাকী অন্যতম প্ৰতিদ্বন্দ্বি আছিল যদিও দ্ৰাবিড়ে নিজেই ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হোৱাৰ বাবে অনিচ্ছা ব্যক্ত কৰে।

‘‘দ্ৰাবিড়ে কৈছিল, চোৱা মোৰ দুজন ল’ৰা ডাঙৰ হৈ আহিছে আৰু মই তেওঁলোকক সময় দিবলৈ পৰা নাই…….মই ভাবো মই এতিয়া ঘৰত থকাটো উচিত আৰু পৰিয়ালক সময় দিয়াটো দৰকাৰ,’’ ৰাহুল দ্ৰাবিড়ৰ মন্তব্যৰ উদ্ধৃতি দি বিনোদ ৰায়ে কয়।

উল্লেখযোগ্য যে, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা নিৰ্ভৰযোগ্য মিডল অৰ্ডাৰ বেটছমেন ৰাহুল দ্ৰাবিড়ে বৰ্তমান সময়ত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ মুখ্য প্ৰশিক্ষক হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে।

ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ মুখ্য প্ৰশিক্ষক ৰূপে থকাৰ পূৰ্বে ৰাহুল দ্ৰাবিড়ে ভাৰতীয় অনুৰ্ধ-১৯ ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰূপে দায়িত্ব পালন কৰি আছিল।

২০১৭ চনত অনিল কুম্বলেৰ পদত্যাগৰ পাছত ৰবি শাস্ত্ৰী ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিৰ্বাচিত হৈছিল।

ৰবি শাস্ত্ৰী তেতিয়াৰ পৰা বৰ্তমানলৈ ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰি আছে।

Recent News

Imran-1

চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণে ভাবুকি মাতিছে টীয়কৰ পৌৰাণিক কীৰ্তি চিহ্নলৈ

Jack Ma, Missing For Months, Emerges for First Ti

উৎকণ্ঠাৰ অৱসান: সন্ধান পোৱা গ’ল চীনৰ ধন কুবেৰ জেক মাৰ

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd