• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

DRDO উদ্ভাৱিত দেহত ক’ৰ’না ভাইৰাছৰ বৃদ্ধি ৰোধ কৰিব পৰা দৰৱৰ প্ৰয়োগত অনুমোদন ঔষধ নিয়ন্ত্ৰকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 8, 2021 7:04 pm
med

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত ক’ৰ’নাই মহাসংহাৰৰ সৃষ্টি কৰাৰ সময়তে আজি ভাৰতৰ ঔষধ নিয়ন্ত্ৰক মহাপৰিদৰ্শকে প্ৰতিৰক্ষা গৱেষণা সংস্থাই প্ৰস্তুত কৰি উলিওৱা এবিধ বিশেষ দৰৱ জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন জনাইছে।

প্ৰতিৰক্ষা গৱেষণা সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি deoxy-D-glucose (2-DG নামৰ দৰৱ বিধ গৱেষণা প্ৰতিষ্ঠানটোৱে দীৰ্ঘ গৱেষণাৰ অন্ত প্ৰস্তুত কৰি উলিয়াইছে।

Apply Now

উক্ত দৰৱ বিধ জৰুৰীকালীন অৱস্থাত ব্যৱহাৰ কৰাৰ বাবে ঔষধ নিয়ন্ত্ৰক মহাপৰিদৰ্শকে অনুমতি প্ৰদান কৰিছে। প্ৰতিৰক্ষা গৱেষণা সংস্থাই প্ৰস্তুত কৰা দৰৱ বিধ মুখেৰে সেৱন কৰিব পৰা যাব।

হায়দৰাবাদস্থিত ডঃ ৰেড্ডীজ লেবৰেটৰীজৰ সহযোগিতাত প্ৰতিৰক্ষা গৱেষণা সংস্থাই এই দৰৱ বিধ প্ৰস্তুত কৰিছে।

সংস্থাটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি এই দৰৱ ব্যৱহাৰ কৰাৰ পিছত কোভিড ৰোগীৰ  কোভিডৰ RT-PCR পৰীক্ষাৰ ফলাফল নিগেটিভ অহা পৰিলক্ষিত হৈছে।

অৰ্থাৎ কোভিডৰ পৰা ৰোগীক মুক্ত কৰাৰ ক্ষেত্ৰত দৰৱ বিধে ভাল কাম দিয়া বুলি প্ৰমাণিত হৈছে।দৰৱবিধে কোভিডৰ লক্ষণ সমূহ অতি দ্ৰুত ভাবে দূৰ কৰে বুলি শেহতীয়াকৈ চলোৱা পৰীক্ষাৰ পৰা জনা গৈছে।

দৰৱ বিধ পাউদাৰৰ ৰূপত উপলব্ধ হ’ব বুলি প্ৰতিৰক্ষা গৱেষণা সংস্থাৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে।

ক’ৰ’না ভাইৰাছে ক্ষতিগ্ৰস্ত কৰা কোষ সমূহত এই দৰৱ বিধে ক্ৰিয়া কৰিব আৰু ভাইৰাছ বিধ দেহত অধিক মাত্ৰাত বিয়পি পৰাত বাধা দিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am
ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

September 13, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 13, 2026 9:24 am
ব্ৰিকছৰ বিশেষ নৈশভোজত ছন্দপতন! মোডীৰ ‘ৰাজকীয় নৈশভোজ’লৈ নাহিল চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং

ব্ৰিকছৰ বিশেষ নৈশভোজত ছন্দপতন! মোডীৰ ‘ৰাজকীয় নৈশভোজ’লৈ নাহিল চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং

September 13, 2026 8:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am
ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

September 13, 2026 10:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd