• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লাডাখৰ তেজ গোটমৰা শীতত কৰ্মৰত ভাৰতীয় সেনাৰ বাবে DRDO ই সাজি উলিয়ালে বিশেষ হিটাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 11, 2021 8:14 am

1 min read

a army
165
VIEWS
Share on FacebookShare on Twitter

লাডাখত চীন-ভাৰতৰ মাজত চলি থকা পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈছে  পৰিছে যদিও লাডাখৰ প্ৰাকৃতিক উষ্ণতা পিছে দিনক দিনে কমিহে গৈ আছে ।

শূন্য ডিগ্ৰীৰ তলত তাপমাত্ৰা থকা লাডাখত কৰ্মৰত ভাৰতীয় সেনাৰ জোৱানসকলে এতিয়া অঞ্চলটোত অতি জটিল প্ৰাকৃতিক পৰিবেশৰ মাজতে কৰ্তব্য সমাপন কৰিবলগীয়া হৈছে।

শেহতীয়াকৈ পুনৰ লাডাখত চীনৰ সেনাই আগ্ৰাসন চলাবলৈ চেষ্টা কৰাৰ পৰিপ্ৰেক্ষিততে ভাৰতীয় সেনাই পহৰা বৃদ্ধি কৰিবলগীয়া হৈছে।

কিন্তু প্ৰচণ্ড শীতৰ বাবে ৰাতিৰ কথাটো বাবেই দিনৰ বেলিকাও লাডাখত পহৰা দিয়াটো দুৰূহ কথা হৈ পৰিছে।

ভাৰতীয় সেনাই লাডাখত শীতৰ বাবে সন্মুখীন হোৱা অসুবিধাৰ কথা জনাই DRDO লৈ এখন পত্ৰ লিখিছিল।

পত্ৰ খনত লাডাখত কৰ্মৰত ভাৰতীয় সেনাৰ বাবে শীতৰ পৰা ৰক্ষা পোৱাৰ উপায় উদ্ভাৱন কৰিবলৈ অনুৰোধ জনোৱা হৈছিল।

সেনাৰ অনুৰোধ ৰক্ষা কৰি শেহতীয়াকৈ DRDO ৰ ডিফেন্স ইনষ্টিটিউট অব ফিজিঅ’ল’জি এণ্ড এলাইড ছায়েন্সৰ সঞ্চালক ৰাজীৱ ভাৰছেনৰ নেতৃত্বত ৪২০ কোটি টকা ব্যয় কৰি এটা বিশেষ তাপ সৃষ্টিকাৰী যন্ত্ৰ সাজি উলিওৱা হৈছে।

এই যন্ত্ৰই বিশাল অঞ্চল এটা গৰম কৰি ৰাখিবলৈ সক্ষম হ’ব।

ইয়াৰ পূৰ্বেও DRDO ই বুখাৰী নামৰ এটা তাপ উৎপাদক যন্ত্ৰ সাজি উলিয়াইছিল।

লাডাখত কৰ্মৰত ভাৰতীয় সেনাৰ বাবে সাজি উলিওৱা যনত্ৰ বিধ পূৰ্বৰ যন্ত্ৰ বিধতকৈ উন্নত আৰু কম কাৰ্বন মনোক্সাইড গেছ সৃষ্টিকাৰী বুলি DRDO ৰ সূত্ৰই প্ৰকাশ কৰিছে।

Recent News

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

BTR

এনডিএফবিৰ নেতা ধীৰেণ বড়োক ওভতি ধৰিলে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে

India Republic Day

কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ হিংসা : ‘ভাৰতে লাল কিল্লাত ৰাষ্ট্রীয় পতাকাক কৰা অপমান সহ্য নকৰে’; কঠোৰ হ’ব কেন্দ্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd